অসমীয়া গদ্য সাহিত্য | BA 4th Sem Assamese অসমীয়া গদ্য সাহিত্য Question and Answer | Gauhati University TDC 4th Sem Assamese Books Solution | Paper Code- ASM-HC-4036 |

প্রথম গোটঃ শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ ‘নাটৰ অন্তৰ্গত ৰুক্মিণীৰ প্ৰেমপত্ৰ মাধৱদেৱৰ ‘অর্জুন ভঞ্জন’ নাটৰ অন্তৰ্গত নন্দ-যশোদাৰ কলহ বৰকৰৰ্তী পুথিৰ বায়ুকৰৰ্তী মন্ত্ৰ

দ্বিতীয় গোটঃ ভট্টদেৱৰ কথাগীতা(প্রথম অধ্যায়)ঃ অর্জুনৰ বিষাদ যোগ গোপালচৰণ দ্বিজৰ শ্ৰীভক্তি ৰত্নাকৰ কথা: গুৰু-সেৱা মাহাত্ম্য ৰঘুনাথ মহন্তৰ শ্ৰীৰামায়ণ কথাঃ ৰামৰ বন গমন ২০

তৃতীয় গোটঃ কথা গুৰুচৰিতঃ গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম

চতুর্থ গোটঃ সুকুমাৰ বৰকাথৰ ‘হস্তী বিদ্যাৰ্ণৱ’: হাতীৰ লক্ষণ সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি বদন চন্দ্ৰ বৰফুকনলৈ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ গোপনীয় পত্ৰ