হাতীক গা ধুওৱাৰ কথা | AJB Class 4 Assamese Chapter 2 | MCQ Question Answer Solution |

হাতীক গা ধুওৱাৰ কথা

Chapter-1

১। ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) দুষ্ট

খ) এলেহুৱা

গ) কামিলাৰ

উত্তৰঃ খ) এলেহুৱা।

২। ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?

ক) গৰু

খ) ম’হ

গ) হাতী

উত্তৰঃ গ) হাতী।

৩। ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?

ক) ধোবাও

খ) ক’হাৰ

গ) কমাৰ

উত্তৰঃ ক) ধোবাও।

৪। ৰাজ্য়ৰ ৰজাই প্ৰজাৰ সুখ-দুখৰ খবৰ ল’বলৈ বুলি কিহত উঠি ৰাজ্য় ভ্ৰমণ কৰিছিল?

ক) ঘোঁৰা

খ) গৰু

গ) হাতী

উত্তৰঃ গ) হাতী।

৫। ৰামধন কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) এলেহুৱা

খ) বুধিয়ক

গ) দুষ্ট

উত্তৰঃ খ) বুধিয়ক।

৬। দিনটোৰ বেছিভাগ সময় ভীমবৰে কেনেদৰে কটাবলৈ ভাল পাইছিল?

ক) শুই-বহি

খ) কাম কৰি

গ) চাকৰি কৰি

উত্তৰঃ ক) শুই-বহি।

৭। দিনটোৰ বেছিভাগ সময় ৰামধনে কি কৰিবলৈ ভাল পাইছিল?

ক) শুই-বহি

গ)কাপোৰ ধোই

খ) কাম কৰি

উত্তৰঃ গ)কাপোৰ ধোই।

৮। ৰজাজন কেনেকুৱা প্ৰকৃতিৰ আছিল?

ক) সৰল

খ) দুষ্ট

গ) এলেহুৱা

উত্তৰঃ ক) সৰল।

৯। হাতী বগা কৰিব নোৱাৰিলে ৰজাই কাক সুদাই নেৰিব?

ক) ভীমবৰক

খ) ৰামধনক

গ) গোপালধন

উত্তৰঃ খ) ৰামধনক।

১০। কাৰ হুকুম পাই অনুচৰে হাতীটোক পাত্ৰটোৰ কাষলৈ নিলে?

ক) ৰজাৰ

খ) ৰামধনৰ

গ) ভীমবৰৰ

উত্তৰঃ ক) ৰজাৰ।