Class 12 Political Science Book Part 2 Chapter 10 | অধ্যায় ১০ ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্য়াহ্বান | MCQs Short Question Answer |

Chapter 10

ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান

1। বিশ্বায়নৰ ধাৰণাটো পৃথিৱীজুৰি কিমান দশকৰ পৰা বহুলভাৱে প্ৰচাৰিত হয়?

(ক) ১৯৯০ দশক

(খ) ১৮৯০ দশক

(গ) ২০০০দশক

উত্তৰঃ (ক) ১৯৯০ দশক

2। বিশ্বায়নত সাধাৰনতে কি সামৰি লোৱা হয়?

(ক) বিশ্ব অৰ্থনীতি

(খ) জাতীয় অৰ্থনীতি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

3। বিশ্বায়ন প্ৰক্ৰিয়াটো কোনে নেতৃত্ব বহন কৰিছে?

(ক) বিশ্ব বেংক

(খ) আন্তৰ্জাতিক মুদ্ৰানিধি

(গ) আন্তৰ্জাতিক প্ৰতিষ্ঠানসমূহে

(ঘ) ওপৰৰ গোটেইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ গোটেইকেইটা

4। বিশ্বায়নৰ লগত জৰিত আন দুটা গুৰুত্বপূৰ্ণ ধাৰা কি?

(ক) উদাৰীকৰণ আৰু ব্য়ক্তিগতকৰণ

(খ) উদাৰীকৰণ আৰু ব্য়ক্তি

(গ) উদাৰীকৰণ আৰু ব্য়ক্তকৰণ

উত্তৰঃ (ক) উদাৰীকৰণ আৰু ব্য়ক্তিগতকৰণ

5। বিশ্বায়নৰ আটাইকেইটা ধাৰণাক একেলগে কি বুলি কোৱা হয়?

(ক) L.P.G.

(খ) U.P.G.

(গ) P.L.G.

উত্তৰঃ (ক) L.P.G.

6। পৰিকল্পনা আয়োগৰ বিলুপ্তি ঘটাৰ পিছত তাৰ ঠাইত কি আয়োগ গঠন কৰা হয়?

(ক) নিটি আয়োগ

(খ) ন্য়ায় আয়োগ

(গ) এটাও নহয়

উত্তৰঃ (ক) নিটি আয়োগ

7। দেশৰ জ্বলন্ত সমস্য়াসমুহৰ সমাধানৰ বাবে কি পৰিকল্পনা হাতত লোৱা হৈছে?

(ক) নিটি পৰিকল্পনা

(খ) দীৰ্ঘম্য়াদী পৰিকল্পনা

(গ) ডকুমেন্ট ভিজন

উত্তৰঃ (খ) দীৰ্ঘম্য়াদী পৰিকল্পনা

8। বিশ্বায়ন যুগটো বৰ্তমানেও কি হৈ আছে?

(ক) ভিজন ডকুমেন্ট

(খ) পৰিকল্পিত

(গ) পৰিকল্পিত প্ৰাসংগিক

উত্তৰঃ (গ) পৰিকল্পিত প্ৰাসংগিক

9। সামাজিক ন্য়ায় হৈছে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ মতাদৰ্শ-

(ক) সত্য়

(খ) অসত্য়

উত্তৰঃ (ক) সত্য়

10। ভাৰতবৰ্ষই পৰিকল্পিত অৰ্থনীতি কিয় গঢ়ি তুলিছিল?

(ক) স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ বাবে

(খ) ভাৰতৰ অৰ্থনীতি আগুৱাবৰ বাবে

(গ) এটাও নহয়

উত্তৰঃ (ক) স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ বাবে

11। ভাৰতবৰ্ষই বৰ্তমান কেনে অৰ্থনীতিত গুৰুত্ব আৰূপ কৰিছে?

(ক) স্ব-নিৰ্ভৰশীল অৰ্থনীতি

(খ) আত্ম নিৰ্ভৰশীল অৰ্থনীতি

(গ) আন্তঃনিৰ্ভৰশীল আৰ্থনীতিত

উত্তৰঃ (গ) আন্তঃনিৰ্ভৰশীল আৰ্থনীতিত

12। ভাৰতবৰ্ষই সম্পূৰ্ণৰূপে বাদ দিয়া নীতিটো কি?

(ক) স্ব-নিৰ্ভৰশীল নীতি

(খ) আত্ম নিৰ্ভৰশীল নীতি

(গ) গোষ্ঠী নিৰপেক্ষ নীতি

উত্তৰঃ (গ) গোষ্ঠী নিৰপেক্ষ নীতি

13। কি প্ৰতিষ্ঠাৰ ওপৰত গ্ৰহণ তকৰাৈ চৰকাৰৰ কিছুমান নীতি এতিয়া এলাগী হৈ পৰিছে?

(ক) সামাজিক ন্য়ায়

(খ) গোষ্ঠী ন্য়ায়

(গ) সমাজবাদ

উত্তৰঃ (ক) সামাজিক ন্য়ায়

14। ব্য়ক্তিগত খণ্ডৰ বিকাশৰ ওপৰত চৰকাৰে কি কৰিছে?

(ক) গুৰুত্ব দিছে

(খ) গুৰুত্ব দিয়া নাই

(গ) অমনোযোগিতা কৰিছে

উত্তৰঃ (ক) গুৰুত্ব দিছে

15। মুকেশ আম্বানী এজন বিত্তহীন ব্য়ক্তি-

(ক) সত্য়

(খ) অসত্য়

উত্তৰঃ (ক) সত্য়

16। নব্য় – অৰ্থনৈতিক নীতিৰ ফলশ্ৰুতি সম্পৰ্কে ভাৰতবৰ্ষত কি হৈছে?

(ক) আলোচনা

(খ) বিতৰ্ক

(গ) এটাও নহয়

উত্তৰঃ (খ) বিতৰ্ক

17। ভাৰতবৰ্ষৰ ১ নম্বৰৰ স্থানত থকা ধনী ব্য়ক্তি গৰাকী কোন হয়?

(ক) লক্ষ্মী মিট্টাল

(খ) মুকেশ আম্বানী

(গ) অনিল আম্বানী

উত্তৰঃ (খ) মুকেশ আম্বানী

18। কুশল পাল সিং কোন হয়?

(ক) ভাৰতৰ ৩ নম্বৰৰ ধনী ব্য়ক্তি

(খ) অৰ্থনীতিবিদ

(গ) ভাৰতবৰ্ষৰ ৮ নম্বৰৰ ধনী ব্য়ক্তি

উত্তৰঃ (গ) ভাৰতবৰ্ষৰ ৮ নম্বৰৰ ধনী ব্য়ক্তি

19। কেন্দ্ৰীয় চৰকাৰ নামৰ সংগঠনটো কোনে গঠন কৰিছিল?

(ক) কাশীৰামে

(খ) লক্ষ্মী মিট্টাল

(গ) অনিল আম্বানী

উত্তৰঃ (ক) কাশীৰামে

20। Muslim Womens আইলখন কিমান চনত প্ৰণয়ন কৰা হৈছিল?

(ক) ১৯৮৬ চনত

(খ) ১৯৯০ চনত

(গ) ১৯৭০ চনত

উত্তৰঃ (ক) ১৯৮৬ চনত