Class 12 Political Science Book Part 2 Chapter 9 | অধ্যায় ৯ গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি MCQs Short Question Answer |

Chapter 9

গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি

1। ১৯৯০ দশকটো কেনে আছিল?

(ক) সুবিধাজনক

(খ) কালিকা লগা

(গ) বিকাশপূৰ্ণ

উত্তৰঃ (খ) কালিকা লগা

2। কোনটো দশকত আন্তৰ্জাতিক আৰু দেশীয় ৰাজনীতিত পৰিবৰ্তনৰ ধুমুহা হৈছিল?

(ক) ১৯৯০ দশকত

(খ) ২০০০ দশকত

(গ) ১৯৮০ দশকত

উত্তৰঃ (ক) ১৯৯০ দশকত

3। ফেন্সিছ ফুকুয়ামাই “ইতিহাসৰ পৰিসমাপ্তি ঘটা” বুলি কিমান চনত ঘোষনা কৰিছিল?

(ক) ১৯৯০ চনত

(খ) ১৯৮৯ চনত

(গ) ২০০০ চনত

উত্তৰঃ (খ) ১৯৮৯ চনত

4। স্বাধীনতাৰ পিছত কংগ্ৰেছ ব্য়ৱস্থা বা কংগ্ৰেছ একাধিপত্য়ৰ অৱসান কেতিয়া ঘটিছিল?

(ক) ২০০০চনত

(খ) ১৯৮৯ চনত

(গ) ১৯৯০ চনত

উত্তৰঃ (খ) ১৯৮৯ চনত

5। ১৯৯০ চনত সংঘতিত হোৱা জাতি ভিত্তিত হিংসা-প্ৰতিহিংসাৰ মুলতে কোন আছিল?

(ক) ইন্দিৰা গান্ধী

(খ) বিশ্বনাথ প্ৰতাপ সিংহ

(গ) লালবাহাদুৰ শাস্ত্ৰী

উত্তৰঃ (খ) বিশ্বনাথ প্ৰতাপ সিংহ

6। ২০১৬ চনত বিধান সভা নিৰ্বাচনত একক বৃহৎ দল হিচাপে পৰিস্থিত হোৱা দলটো কি আছিল?

(ক) কংগ্ৰেছ

(খ) ভাৰতীয় জনতা পাৰ্তি

(গ) অসম গণ পৰিষদ

উত্তৰঃ (খ) ভাৰতীয় জনতা পাৰ্তি

7। “নেশ্য়নেল ফ্ৰণ্ট”ৰ নেতৃত্ব কোনে লৈছিল?

(ক) বিশ্বনাথ প্ৰতাপ সিংহ

(খ) লালবাহাদুৰ শাস্ত্ৰী

(গ) ইন্দিৰা গান্ধী

উত্তৰঃ (ক) বিশ্বনাথ প্ৰতাপ সিংহ

8। ১৯৯১ চনত বিত্তমন্ত্ৰী  ড° মনমোহন সিং থকা সময়ত প্ৰধান মন্ত্ৰী কোন আছিল?

(ক) ড° এ.পি.জে আব্দুল কালাম

(খ) পি.ভি.নৰসিংহ ৰাও

(গ) নৰেন্দ্ৰ মুদী

উত্তৰঃ (খ) পি.ভি.নৰসিংহ ৰাও

9। L.P.G. কি?

(ক) অৰ্থনৈতিক সংস্কাৰ

(খ) পৰিবৰ্তিত পৰিঘটনা

(গ) এটাও নহয়

উত্তৰঃ (ক) অৰ্থনৈতিক সংস্কাৰ

10। ৰাজীৱ গান্ধী কাৰ হাতত মৃত্য়ু হৈছিল?

(ক) L.P.G.ৰ হাতত

(খ) L.T.T.E.ৰ হাতত

(গ) P.D.P.ৰ হাতত

উত্তৰঃ (খ) L.T.T.E.ৰ হাতত

11। L.T.T.E.কোন আছিল?

(ক) তামিল উগ্ৰপন্থী

(খ) ৰাজনৈতিক দল

(গ) ডেমক্ৰেতিক পাৰ্টি

উত্তৰঃ (ক) তামিল উগ্ৰপন্থী

12। P.D.P.কি হয়?

(ক) জন্মু আৰু কাশ্মীৰৰ মুখ্য় ৰাজনৈতিক দল

(খ) তামিলনাডুৰ মুখ্য় ৰাজনৈতিক দল

(গ) তামিল উগ্ৰপন্থী

উত্তৰঃ (ক) জন্মু আৰু কাশ্মীৰৰ মুখ্য় ৰাজনৈতিক দল

13। সংখ্য়াগৰিষ্ঠ চৰকাৰ কি?

(ক) মিলিজুলি চৰকাৰ গঠণ কৰা

(খ) অকল এটা দলে চৰকাৰ গঠণ কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অকল এটা দলে চৰকাৰ গঠণ কৰা

14। ভাৰতীয় জাতীয় কংগ্ৰছৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৮৮৫ চনত

(খ) ১৮৯০ চনত

(গ) ১৯৯৬ চনত

উত্তৰঃ (ক) ১৮৮৫ চনত

15। ১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল.

(ক) সত্য়

(খ) অসত্য়

উত্তৰঃ (খ) অসত্য়

16। কংগ্ৰেছ আন্দোলনে সমগ্ৰ দেশত জনপ্ৰিয়তা  লাভ কৰিছিল.

(ক) সত্য়

(খ) অসত্য়

উত্তৰঃ (ক) সত্য়

17। প্ৰথম মহাসমৰ আৰম্ভৰ পিছত গান্ধীজীয়ে কংগ্ৰেছত যোগদান দি অবিসম্বাদী নেতাৰূপে স্বীকৃতি পোৱাৰ পিছত কি হল?

(ক) কংগ্ৰেছ ইতিহাসৰ দ্বিতীয় অধ্য়ায় আৰম্ভ হয়.

(খ) কংগ্ৰেছ ইতিহাসৰ তৃতীয় অধ্য়ায় আৰম্ভ হয়.

(গ) কংগ্ৰেছ ইতিহাসৰ প্ৰথম অধ্য়ায় আৰম্ভ হয়.

উত্তৰঃ (ক) কংগ্ৰেছ ইতিহাসৰ দ্বিতীয় অধ্য়ায় আৰম্ভ হয়.

18। ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতত কোনে মূল ভূমিকা গ্ৰহণ  ৰিছিল?

(ক) অসম গণ পৰিষদ

(খ) ভাৰতীয় জনতা পাৰ্তি

(গ) জাতীয় কংগ্ৰেছ

(ঘ) এটাও নহয়

উত্তৰঃ (গ) জাতীয় কংগ্ৰেছ

19। স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতত কোনটো দলে সংখ্য়াগৰিষ্ঠ দল হিচাপে ক্ষমতাত অধিস্থিত হৈছিল?

(ক) জাতীয় কংগ্ৰেছ

(খ) ভাৰতীয় জনতা পাৰ্তি

(গ) অসম গণ পৰিষদ

উত্তৰঃ (ক) জাতীয় কংগ্ৰেছ

20। ২০০৬বৰ্ষৰ নিৰ্বাচনত কংগ্ৰেছ  দলৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ কাৰণ কি আছিল?

(ক) B.P.F.

(খ) A.U.D.F.

(গ) P.D.P.

উত্তৰঃ (খ) A.U.D.F.