Class 12 Physic Question Answer Assamese Medium | চুম্বকত্ব আৰু পদাৰ্থ | Magnetism And Matter | Chapter 5 | (Part 1) HS 2nd Year Physic Question Answer Solution Assamese Medium |

Chapter 5

চুম্বকত্ব আৰু পদাৰ্থ

প্ৰশ্নাৱলী

অনুশীলনী

5.1 পৃথিৱীৰ চুম্বকত্ব সম্পৰ্কে নিম্নোক্ত প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) ভেক্ট্ৰৰ এটাৰ নিৰ্দিষ্ট কৰণৰ বাবে তিনিটা ৰাশিৰ প্ৰয়োদন। পৃথিৱীৰ চুম্বক ক্ষেত্ৰখনৰ নিৰ্দিষ্ট কৰণৰ বোহে পৰম্পৰাগতভাৱে ব্যৱহূত স্বতন্ত্ৰ ৰাশি তিনিটাৰ নাম উল্লেখ কৰা।

(b) দক্ষিণ ভাৰতৰ কোনো এখন ঠাইত বিনতি কোণ প্ৰায়180| ব্ৰিটেইনত বিনতি কোণ তাতকৈ বেছি হ’ব নে কম হ’ব?

(c) অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত চৌম্বিক ক্ষেত্ৰ ৰেখাবোৰৰ মানচিত্ৰ প্ৰস্ত্তত কৰিলে ৰেখাবোৰ ভূমিলৈ সোমাই যাব নে ভুমিৰ পৰা ওলাই আহিব?

(d)ঠিক ভুচৌম্বক উত্তৰ বা দক্ষিণ মেৰুৰ অৱস্থিত আৰু উলম্ব সমতলত মুক্তভাৱে লৰচৰ কৰিব পৰা কম্পাছ এটাই কোন দিশে মবৰ কৰি থাকিব?

(e) পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰখন মোটামুটিভাৱে পৃথিৱীৰ ভূকেন্দ্ৰত অৱস্থিত Bx1022JT-1চৌম্বিক ভ্ৰামকবিশিষ্ট দ্বিমেৰু এটাৰ ক্ষেত্ৰৰ সমতুল্য বুলি দাবী কৰা হয়। কিবা উপায়েৰে এই সংখ্যাৰ মানৰ ক্ৰম (order of magnitude) ঠাৱৰ কৰা।

(f) ভূতত্ববিদসকলে দাবী কৰে যে মূল চৌম্বিক উ-দ (N-S) মেৰুৰ ওপৰিও ভূপৃষ্ঠত বিভিন্ন দিশৰ ফালে পোনাই থকা ভালেমান স্থানীয় মেৰুও আছে। ই কেনেকৈনো সম্ভৱ হ’ব পাৰে?

উত্তৰঃ

5.2 নিম্নোক্ত প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) স্থানৰ সাপেক্ষে এটা বিন্দুৰ চৌম্বিক ক্ষেত্ৰ আন এটা বিন্দুৰ চৌম্বিক ক্ষেত্ৰতকৈ বেলেগ। ই সময়ৰ সাপেক্ষেও সলনি হয়নে? যদি হয়, তেন্তে কিমান সময়ৰ ব্যৱধানত ই গম ধৰিব পৰাকৈ সলনি হয়?

(b) পৃথিৱীৰ অন্তৰ ভাগত লো আছে বুলি গম পোৱা গৈছে। তথাপিও ভুতত্ববিদসকলে ইয়াক পৃথিৱীৰ চুম্বকত্বৰ উতস বুলি মানি নলয়। কিয়?

(c) পৃথিৱীৰ অন্তঃস্থলৰ বৰ্হিভাগত থকা পৰিবাহী অঞ্চলৰ আহিত প্ৰবাহবোৰকে পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ উতস বুলি গণ্য কৰা হয়।এনে প্ৰবাহবোৰক বৰ্তাই ৰখা শক্তিৰ উতস কি হ’ব পাৰে?

(d) পৃথিৱীৰ 4ৰ পৰা 5 বিলিয়ন (Billion) বছৰৰ ইতিহাসত পৃথিৱীয়ে কেবাবাৰো ইয়াৰ চৌম্বিক ক্ষেত্ৰৰ দিশ ওলোটাইছে বুলি সন্দেহ কৰা হৈছে। সুদুৰ অতীতৰ পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ বিষয়ে ভূতত্ববিদসকলে কেনেকৈ জানিবলৈ সক্ষম হ’ল?

(e) অধিক দূৰত্বত (প্ৰায় 30,000cm ত কৈয়ো অধিক) পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰখন তাৰ দ্বিমেৰু আকৃতিৰ পৰা বহু পৰিমাণে সলনি হয়। এই বিকৃতিৰ বাবে দায়ী কাৰক কি কি হ’ব পাৰে।

(f) আন্তঃনাক্ষত্ৰিয় অঞ্চলৰ চৌম্বিক ক্ষেত্ৰ 10-12T ক্ৰমৰ অতিশয় নিশকতীয়া। এনে নিশকতীয়া ক্ষেত্ৰৰ কিবা উল্লেখ্যযোগ্য গুৰুত্ব থাকিব পাৰেনে? ব্যাখ্যা কৰা।

উত্তৰঃ

(মন কৰা ঃ5.2 অনুশীলনীৰ উদ্দেশ্য হ’ল তোমালোকৰ অনুসন্ধিতসা জাগৰিত কৰা। ওপৰৰ কিছুমান প্ৰশ্নৰ উত্তৰ অনিশ্চিত বা অজ্ঞাত। শেষাংশত য’তেই সম্ভৱ তাতেই ছুটিকৈ উত্তৰ দিয়া হৈছে। বিশদ ব্যাখ্যাৰ বাবে তোমালোক ভূচুম্বকত্বৰ ওপৰত লিখিত ভাল পাঠ্যপুথি এখন অধ্যয়ন কৰিব পাৰা।

5.3 চুটি দণ্ড-চুম্বক এডাল 0.25T ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখনত এনেদৰে সংস্থাপিত হৈছে যাতে তাৰ অক্ষই চৌম্বিক ক্ষেত্ৰৰ সৈতে 300কোণ কৰে। ই অনুভৱ কৰা টৰ্কৰ মান 4.6×10-2N-m| চুম্বকডালৰ চৌম্বিক ভ্ৰামকৰ মান কিমান?

উত্তৰঃ

5.4 চৌম্বিক ভ্ৰামক m=0.32JT-1 ৰ চুঠি দণ্ড-চুম্বক এডাল 0.15T ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখনত সংস্থাপিত হৈ আছে। যদি দণ্ডডাল ক্ষেত্ৰৰ সমতলত মুক্তভাৱে লৰ্ চৰ্ কৰিবলৈ সক্ষম তেন্তে কোনটো দিক্ বিন্যাসে (a) সুস্থিৰ আৰু (b) অস্থিৰ সাম্য অৱস্থা বুজাব? প্ৰতিটো অৱস্থাত চুম্বকডালৰ স্থিতি শক্তি কি হ’ব?

উত্তৰঃ

5.5 800টা পাকৰ আৰু 2.5×10-4 m2প্ৰস্থচ্ছেদৰ ঘনকৈ পকোৱা চলেনইড এটা মাজেৰে যোৱা প্ৰবাহ 3.0A| কোণ দিশত চলেনইডটোৱে দণ্ড-চুম্বকৰ ভূমিকা ল’ব সেই দিশৰ ব্যাখ্যা দিয়া।সংশ্লিষ্ট চৌম্বিক ভ্ৰামক কিমান?

উত্তৰঃ

5.6  যদি 5.5 অনুশীলনীৰ চলেনইডটো উলম্ব দিশৰ সাপেক্ষে মুক্তভাৱে ঘূৰিবলৈ সক্ষম আৰু লগতে 0.25T সুষম আনুভুমিক চৌম্বিক ক্ষেত্ৰ এখন প্ৰয়োগ কৰা হয় তেন্তে প্ৰযুক্ত ক্ষেত্ৰৰ দিশৰ সৈতে তাৰ অক্ষই 300কোণ কৰা অ্ৱস্থাত চলেনইডটোৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান কিমান?

উত্তৰঃ

5.71.5 JT-1 চৌম্বিক ভ্ৰামকৰ দণ্ড-চুম্বক এডাল 0.22T ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখনৰ দিশত সংস্থাপিত হৈছে।

(a) চুম্বকডাল সমুচিত পৰিমাণে ঘূৰাই তাৰ চৌম্বিক ভ্ৰামৰ (i) ক্ষেত্ৰৰ দিশৰ লম্বভাৱে,(ii) ক্ষেত্ৰৰ বিপৰীত দিশে প্ৰতিষ্ঠিত কৰিবলৈ হ’লে বাহ্যিক টৰ্কে সম্পন্ন কৰিবলগীয়া কাৰ্য্যৰ পৰিমাণ নিৰ্ণয় কৰা।

(b)(i) আৰু (ii) অৱস্থাত চুম্বকৰ ওপৰত ক্ৰিয়াশীল টৰ্ক কিমান?

উত্তৰঃ

5.8  2000 পাকৰ আৰু 1.6×10-4 m3প্ৰস্থচ্ছেদৰ ঘনকৈ পকোৱা চলেনইড এটাক আনুভুমিক সমতলত ঘুৰিব পৰাকৈ তাৰ কেন্দ্ৰৰ মাজেৰে ওলোমাই থোৱা হৈছে। চলেনইডৰ মাজেৰে যোৱা প্ৰবাহৰ মান 4.0A|

(a) চলেনইডৰ চৌম্বিক ভ্ৰামক কিমান?

(b) চলেনইডৰ অক্ষৰ সৈতে 300কোণত সংস্থাপিত 7.5×10-2T ৰ সুষম আনুভুমিক চৌম্বক ক্ষেত্ৰ এখনত চলেনইডটোৰ ওপৰত প্ৰযুক্ত বল আৰু টৰ্ক কিমান?

উত্তৰঃ

5.9  0.75 প্ৰবাহ কঢ়িওৱা 16 টা পাকৰ আৰু 10cm ব্যাসাৰ্দ্ধৰ বৃত্তাকাৰ কুণ্ডলী এটা 5.0×10-2T মানৰ বাহ্যিক ক্ষেত্ৰ এখনৰ লম্ব সমতলত স্থিতিষীল অৱস্থাত আছে। ক্ষেত্ৰৰ দিশৰ সৈতে লম্বভাৱে থকা সমতলত অৱস্থিত নিজ অক্ষৰ সাপেক্ষে কুণ্ডলীটোৱে বাধাহীনভাৱে ঘূৰিব পাৰে। কুণ্ডলীটো কিঞ্চিত পৰিমাণে ঘুৰাই এৰি দিলে ই নিজৰ সুস্থিৰ সাম্য অৱস্থাৰ সাপেক্ষে 2.05-1কম্পনাংকেৰে দুলিবলৈ আৰম্ভ কৰে। তাৰ ঘূৰ্ণন অক্ষৰ সাপেক্ষে কুণ্ডলীৰ জড় ভ্ৰামক কিমান?

উত্তৰঃ

5.10চৌম্বক মধ্যতলৰ সমান্তৰাল উলম্ব সমতল এখনত মুক্তভাৱে ঘূৰিবলৈ সক্ষম চৌম্বিক শলা এডালৰ উত্তৰ মূৰ আনুভুমিকৰ সৈতে 220কোণত তললৈ মূৰ কৰি অৱস্থান কৰিছে। সেই স্থানৰ পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ আনুভূমিক উপাংশ 0.35 বুলি জানিব পৰা গৈছে। সেই স্থানত পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ দিশ আৰু মান ঠাঁৱৰ কৰা।

উত্তৰঃ

5.11 আফ্ৰিকাৰ কোনো এক ঠাইত কম্পাছে ভৌগোলিক উত্তৰৰ পৰা 120পশ্চিমলৈ টোনায়। চৌম্বিক মধ্যতলৰ সমতলত সংস্থাপিত বিনতি বৃত্ত এটাৰ চুম্বক শলাৰ উত্তৰ প্ৰাম্তই অনুভুমিকৰ পৰা 600ওপৰলৈ মূৰ কৰে। জোখমাখৰ দ্বাৰা পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ আনুভূমিক উপাংশ 0.16g বুলি গম পোৱা গৈছে। সেই ঠাইত পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মান ঠাঁৱৰ কৰা।

উত্তৰঃ

5.12 চুটি দণ্ড-চুম্বক এডালৰ চৌম্বিক ভ্ৰানক 0.48jt-1| চুম্বকৰ কেন্দ্ৰৰ পৰা 10CM দূৰত্বত তাৰ (a) অক্ষৰ ওপৰত (b) নৈৰক্ষিক ৰেখাৰ (লম্ব দ্বিখণ্ডক) ওপৰত উতপন্ন কৰা চৌম্বিক ক্ষেত্ৰৰ দিশ আৰু মান নিৰ্ণয় কৰা।

উত্তৰঃ

5.13 আনুভূমিক সমতল এখনত সংস্থাপিত চুটি দণ্ড-চুম্বক এডালৰ অক্ষ চৌম্বিক উত্তৰ-দক্ষিণ সৈতে মিলি আছে। চুম্বকৰ কেন্দ্ৰৰ পৰা 14cm দূৰত্বত চুম্বকৰ অক্ষৰ ওপৰত উদাসীন বিন্দু (null point) দুটা পোৱা গ’ল। সেই ঠাইত পৃথিৱীৰ চৌম্বক ক্ষেত্ৰ 0.36G আৰু বিনতি কোণ শূন্য। চুম্বকৰ লম্ব দ্বিখণ্ডকৰ ওপৰত চুম্বকৰ কেন্দ্ৰৰ পৰা উদাসীন বিন্দুৰ দূৰত্বৰ সম পৰিমাণৰ দূৰত্বত (অৰ্থাত 14cm) মুঠ চৌম্বক ক্ষেত্ৰ কিমান? (উদাসীন বিন্দুত চুম্বকৰ ক্ষেত্ৰখন পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ আনুভুমিক উপাংশৰ সমান আৰু বিপৰীত)উত্তৰঃ

5.14 5.1`3 অনুশীলনীৰ দণ্ড-চুম্বকডালক 1800ঘূৰালে, নতুন উদালীন বিন্দুবোৰ ক’ত ক’ত অৱস্থিত হ’ব।

উত্তৰঃ

5.15 5.25×10-2 JT-1চৌম্বিক ভ্ৰামকৰ চুটি দণ্ড-চুম্বক এডাল এনেদৰে সংস্থাপিত হ’ল যাতে তাৰ অক্ষ পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ লম্ব দিশত প্ৰতিষ্ঠিত হয়। চুম্বকৰ কেন্দ্ৰৰ পৰা (a) ইয়াৰ লম্ব দ্বিখণ্ডকৰ দিশত, আৰু (b) ইয়াৰ অক্ষৰ দিশত কিমান দূৰত্বত সব্ধ ক্ষেত্ৰখন পৃথিৱীৰ ক্ষেত্ৰৰ সৈতে 450 ত হেলনীয়া হৈন থাকিব? সেই ঠাইত পৃথিৱীৰ ক্ষেত্ৰৰ মান 0.42G বুলি দিয়া আছে।সংশ্লিষ্ট দূৰত্বৰ তুলনাত চুম্বকৰ দৈৰ্ঘ্য নগণ্য বুলি ধৰিবা।

উত্তৰঃ

অতিৰিক্ত অনুশীলনী

5.16 নিম্নোক্ত প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) শীতল কৰিলে অনুচৌম্বক পদাৰ্থই কিয় অধিক চুম্বকায়ন প্ৰদৰ্শন কৰে।(একে চুম্বকায়ক ক্ষেত্ৰৰ বাবে)?

(b) ইয়াৰ বিপৰীতে অপচুম্বকত্ব মোটামুটিভাৱে উষ্ণতা নিৰপেক্ষ। কিয়?

© টৰইড এটাৰ মজ্জা হিচাপে বিচ্ মাথ (bismuth) ব্যৱহাৰ কৰিলে মজ্জাত উপলব্ধ হোৱা ক্ষেত্ৰখন ৰিক্ত মজ্জাৰ ক্ষেত্ৰৰ তুলনাত (কিঞ্চিত) বেছি অথবা (কিঞ্চিত) কম হ’ব নেকি?

(d) লৌহ চৌম্বক পদাৰ্থৰ প্ৰৱেশ্যতা চৌম্বিক ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে নেকি? যদি কৰে, তেন্তে ই সৰু নে ডাঙৰ ক্ষেত্ৰৰ বাবে বেছি হ’ব?

(e) চৌম্বিক ৰেখাবোৰ সদায় লৌহচুম্বকৰ পৃষ্ঠৰ প্ৰত্যেক বিন্দুতে পৃষ্ঠৰ মোটামুটিভাৱে লম্ব।(এই সত্যতা পৰিবাহীৰ প্ৰত্যেক বিন্দুত স্থিতিবৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ লম্ব হোৱাৰ সদৃশ) কিয়?

(f) অনুচৌম্বক পদাৰ্থ এটুকুৰাৰ সম্ভৱপৰ সৰ্ব্বোচ্চ চুম্বকায়নৰ মান লৌহ চৌম্বক পদাৰ্থৰ চুম্বকায়নৰ মানৰ সমক্ৰমৰ হ’ব পাৰেনে?

উত্তৰঃ

5.17 নিম্নোক্ত প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) ডমেইন চিত্ৰৰ আধাৰত লৌহচুম্বকৰ চুম্বকায়ন লেখৰ অপৰিবৰ্তনীয় (irreversible) ধৰ্মৰ গুণগত ব্যাখ্যা আগবঢ়োৱা।

(b) কাৰ্বন তীখাৰ (carbon steel) তুলনাত কোমল লোৰ বিলম্বন কুণ্ডলীৰ ক্ষেত্ৰফল হ’ব লগা হয় তেন্তে কোনবিধ টুকুৰাই বেছি তাপ অপচয় কৰিব?

© লৌহচুম্বকৰ দৰে বিলম্বন কুণ্ডলী প্ৰদৰ্শন কৰা প্ৰণালী এটা তথ্যৰ ভাণ্ডাৰৰূপে ব্যৱহাৰ হ’ব পাৰে। এই যুক্তিৰ সত্যতা প্ৰতিপন্ন কৰা।

(d) কেচেট প্লেয়াৰৰ (cassette player) চৌম্বিক অনুলেপনৰ বোবে অথবা আধুনিক কম্পিউটাৰৰ স্মৃতি ভাণ্ডাৰ (memory store) সাজিবলৈ কেনে প্ৰকৃতিৰ লৌহচৌম্বক পদাৰ্থ ব্যৱহাৰ কৰা হয়?

(e) কোনো ঠাইৰ এটা বিশিষ্ট অঞ্চল চৌম্বিক ক্ষেত্ৰৰ প্ৰভাৱ পৰিব নোৱাৰাকৈ কিবাকৈ আগুৰিব লাগে। পদ্ধতি এটাৰ আভায় দিয়া।

উত্তৰঃ

5.18 দীঘল পোন শকত তাঁৰ এডালে পশ্চিমৰ 100দক্ষিণৰ পৰা পূৱৰ 100উত্তৰলৈ 2.5A প্ৰৱাহ কঢ়িয়াইছে। সেই স্থানৰ চৌম্বিক মধ্যতল ভৌগোলিক মধ্যতলৰ সৈতে 100পশ্চিম কোণত অৱস্থিত। তাত পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰ, 0.33G আৰু বিনতি কোম শূন্য। উদাসীন বিন্দুবোৰৰ অৱস্থান নিৰ্ণয় কৰা(তাঁৰডালৰবৈধ নগণ্য বুলি ধাৰণা)। (উদাসীন বিন্দুত প্ৰৱাহ কঢ়িওৱা তাঁৰৰ বাবে উতপন্ন চৌম্বক ক্ষেত্ৰ পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ অনুভুমিক উপাংশৰ সমান আৰু বিপৰীত)

উত্তৰঃ

5.19 কোনো এক স্থানত টেলিফ’নৰ কেব্ ল (cable) (সংগ্ৰেথিত তাঁৰ) এডালত পূৱৰ পৰা পশ্চিমলৈ একে দিশত 1.0A প্ৰবাহ কঢ়িওৱা চাৰিডাল দীঘল পোন আনুভুমিক তাঁৰ আছে। সেই স্থানৰ পৃথিৱীৰ চৌম্বক ক্ষেত্ৰ 0.39G আৰু বিনতি কোণ 350 | চৌম্বিক চ্যুতি প্ৰায় শূন্য। কেৱল ডালৰ তলত 4.0cm দূৰত্বত অবস্থিত বিন্দুবোৰৰ লব্ধ চৌম্বিক ক্ষেত্ৰ কিমান?

উত্তৰঃ

5.20 কম্পাছ শলা এডাল 30টা পাকৰ আৰু 12cm ব্যাসাৰ্ধ্ধৰ বৃত্তাকাৰ কুণ্ডলী এটাৰ কেন্দ্ৰত আনুভুমিক সমতলত মুক্তভাৱে লৰ্ চৰ্ কৰিব পৰাকৈ সংস্থাপিত হৈছে। চৌম্বিক মধ্যতলৰ লগত 450কোঁত অৱস্থিত উলম্ব সমতলত কুণ্ডলীটো সংস্থাপিত। যেতিয়া কুণ্ডলীত প্ৰবাহ 0.35A তেতিয়া শলাই পশ্চিমৰ পৰা পূবলৈ মূৰ কৰে।

(a) সেই স্থানৰ পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ আনুভুমিক উপাংশ নিৰ্ণয় কৰা।

(b) কুণ্ডলীৰ প্ৰবাহ ওলোটা কৰা হ’ল, আৰু তাৰ উলম্ব অক্ষৰ সাপেক্ষে কুণ্ডলীটো ওপৰৰ পৰা চাই পঠোৱা অৱস্থাত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 900ঘূৰোৱা হ’ল। শলাৰ দিশ কতি হ’ব? স্থানৰ চৌম্বিক চ্যুতি শূন্য বুলি ধৰিবা।

উত্তৰঃ

150কোণ কৰা অৱস্থাত দ্বিমেৰুটোৱে সুস্থিৰ সাম্য অৱস্থাপ্ৰাপ্ত হ’লে, আনখন ক্ষেত্ৰৰ মান কিমান?

উত্তৰঃ

5.22 প্ৰাৰম্ভিক অৱস্থাত আনুভুমিক দিশত থকা একে শক্তিৰ (18Kev) ইলেক্ট্ৰনৰ কিৰণ এটা তাৰ প্ৰাৰম্ভিক দিশৰ লম্বভাৱে সংস্থাপিত 0.04G ৰ আনুভুমিক চৌম্বিক ক্ষেত্ৰখনৰ দ্বাৰা প্ৰভাৱিত হৈছে। 30cm দূৰত্বত পৰিক্ৰমাত কিৰণৰ ঊৰ্দ্ধ বা নিম্ন দিশত বিচ্যুতি নিৰ্ণয় কৰা (me= 9.11×10-31kg)|

মন কৰাঃ এই অনুশীলনীত ব্যৱহাৰ হোৱা তথ্যবোৰ এনেভাৱে লোৱা হৈছে যাতে ইয়াৰ উত্তৰটোৱে ইলেক্ট্চন গানৰ (electron gun) পৰা দূৰদৰ্শন যন্ত্ৰৰ পৰ্থালৈ ইলেক্ট্ৰন কিৰণৰ গতিৰ ওপৰত পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ প্ৰভাৱৰ এটা আভাস দিব পাৰে।

উত্তৰঃ

5.23 অনুচৌম্বক লৱণৰ নমুনা এটাৰ গাই পতি 1.5×10-23JT-1 টা চৌম্বক ভ্ৰামক থকা 2.0×2024 টা পাৰমাণৱিক দ্বিমেৰু আছে। নমুনাটোক 0.64T ৰ সমধৰ্মী (Homogeneous) চৌম্বক ক্ষেত্ৰ এখন সংস্থাপিত কৰা হ’ল আৰু 4.2K উষ্ণতালৈ শীতল কৰা হ’ল। প্ৰাপ্ত হোৱা চৌম্বিক পৰিগৰ্ভতাৰ মাত্ৰা হ’ল 15%| 0.98T চৌম্বিক ক্ষেত্ৰ 2.8K আৰু উষ্ণতাৰ বাবে নমুনাটোৰ মুঠ দ্বিমেৰু ভ্ৰামক কিমান? (কুৰীৰ সূত্ৰ ব্যৱহাৰ কৰিবা)

উত্তৰঃ

5.24 15cm গড় ব্যাসাৰ্দ্ধৰ ৰাউলেণ্ডৰ আঙুঠি (Rowland ring) এটা 800 আপেক্ষিক প্ৰৱেশ্যতাৰ লৌহচৌম্বক মজ্জাত পকোৱা 3500 টা পাক আছে। 1.2A চুম্বকায়ক প্ৰৱাহৰ বাবে মজ্জাৰ চৌম্বিক ক্ষেত্ৰ নিৰ্ণয় কৰা।

উত্তৰঃ

5.25 কোৱাণ্টম তত্ব অনুসৰি ইলেক্ট্ৰনৰ স্পিন কৌণিক ভৰবেগ  আৰু কক্ষীয় কৌণিক ভৰবেগ  ৰ সৈতে জড়িত চৌম্বিক ভ্ৰামক ভেক্টৰ µআৰু µi ৰ প্ৰকাশ ৰাশি দুটা হ’ল ক্ৰমে (পৰীক্ষাৰ দ্বাৰা সত্যাপন কৰা হৈছে)

= -(

e= -()

ইয়াৰ কোণটো সম্পৰ্কৰ সৈতে ধ্ৰুপদী পদ্ধতিৰ (Classical) প্ৰত্যাশিত ফলাফলৰ সৈতে মিল আছে? এই ধ্ৰুপদী ফলাফলটো মিৰ্ণয় কৰা পদ্ধতিটোৰ থূল-মূল আভাস দিয়া।

উত্তৰঃ