Month: June 2023

Class 11 Logic & Philosophy Book তৰ্কবিজ্ঞান প্ৰথম খণ্ড অধ্য়ায় ১ | Unit 1 | Chapter 1 | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1 তৰ্কবিজ্ঞান ১। মানুহ কি জীৱ ? উত্তৰঃ মানুহ বুদ্ধিবৃত্তিসম্পন্ন জীৱ। ২। মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য় কি ? উত্তৰঃ সত্য়েপলদ্ধিয়েই হ’ল মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য়। ৩। তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ? উত্তৰঃ তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Logic’ । ৪। চিন্তা বুলিলে সাধাৰণতে কি বুজায় ? উত্তৰঃ চিন্তা বুলিলে সাধাৰণতে প্ৰত্য়ক্ষ (Perception, স্মৃতি (Memory) , কল্পনা (Imagination),…

Read the full article