নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগোলিক দৃষ্টিপাত | অধ্যায় ২২ | Chapter 22 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | HS Second Year Geography Question and Answer Notes | HS Second Year Geography | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ নিৰ্বাচিত সমস্যা আৰু প্ৰচালন পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 22

নিৰ্বাচিত সমস্যা আৰু প্ৰচলনঃ ভৌগোলিক দৃষ্টিপাত

(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্ৰতিটো প্রশ্নৰ মূল্যাংক -১ )

১। মানৱসৃষ্ট প্ৰদূষকৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ

২। অ – জৈৱপ্রশমিত প্ৰদূষকৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ-

৩। আক্রমণস্থলীৰ ভৌতিক লক্ষণৰ আধাৰত প্ৰদূষণৰ শ্ৰেণী তিনিটাৰ নাম লিখা।

উত্তৰঃ-

৪। অম্লবৃষ্টি কাক বােলে?

উত্তৰঃ-

৫। কি কি মৌলৰ সংযােগত CFC গেছৰ উৎপত্তি হয়?

উত্তৰঃ-

৬। ছালফাৰ ডাই-অক্সাইড গেছ কেনেকৈ বায়ুমণ্ডলত সংযােগ ঘটে?

উত্তৰঃ-

৭। আৰু চহৰ দুখনৰ মাজত যমুনা নদীখণ্ডটো ভাৰতৰ সর্বাধিক প্ৰদূষিত জলধাৰাৰূপে চিহ্নিত হৈছে। (খালী ঠাই পূৰণ কৰা)

৮। জল প্ৰদূষণৰ ফলত শ্বাসৰােগ পৌষ্টিক তন্দ্ৰৰ ৰােগ / স্নায়ুতন্ত্রৰ ৰােগ হাড়ৰ বেমাৰ সৃষ্টি হয়।

উত্তৰঃ-

৯। জল প্ৰদূষণ বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ / উষ্ণতা প্রদূষণৰ ফলত অম্লবৃষ্টি হয়।

উত্তৰঃ-

১০। বায়ুমণ্ডলৰ গােটা আৰু গেছীয় প্ৰদূষকবােৰক কি কি নামেৰে জনা যায়?

উত্তৰঃ-

১১। ভাৰতত ক্ষাৰকৰণ আৰু লৱণীকৰণত ক্ষতিগ্রস্ত এলেকা এটাৰ নাম লিখা।

উত্তৰঃ-

১২। ভূমি অৱক্ৰমণৰ ফলত কৃষি কাৰ্যৰ অনুপযােগী হৈ পৰা মাটি-শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ-

১৩। ভাৰতত ভূমি অৱক্ৰমণৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ-

১৪। খালৰ দ্বাৰা জলসিঞ্চনৰ ফলত লৱণীকৰণ / জলমগ্নতা / মাৰুকৰণ সমস্যা উদ্ভৱ নহয়।

উত্তৰঃ

১৫। গ্ৰামাঞ্চলৰ পৰা চহৰমুখী প্ৰবজন মাত্ৰেই প্ৰধানকৈ কৰ্মক্ষম

শ্ৰেণীৰ প্ৰব্ৰজন। ( খালী ঠাই পূৰ কৰা )

(খ) তলৰ প্রশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

১। প্ৰদূষণ কাক বােলে? কি কি কাৰণত বায়ু, পানী আৰু মাটি প্ৰদূষিত হয়?

উত্তৰঃ-

২। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজৰ প্রভেদ উদাহৰণৰ সহায়ত দাঙি ধৰা।

উত্তৰঃ-

৩। জৈৱ-প্রশমিত আৰু অজৈৱপ্রশমিত প্ৰদূষকৰ মাজৰ পার্থক্য প্রদর্শন কৰা।

উত্তৰঃ-

৪। কৃষিকাৰ্য আৰু গৃহস্থালি উৎসৰ পৰা কেনেদৰে মাটি প্ৰদূষিত হয়?

উত্তৰঃ-

৫। মাটি প্ৰদূষণৰ পৰিণতি চমুকৈ উপস্থাপন কৰা।

উত্তৰঃ-

৬। উদ্যোগ, কৃষিকেন্দ্ৰ আৰু খনি উৎসৰ পৰা কেনেদৰে জল প্রদূষণ ঘটে?

উত্তৰঃ-

৭। সাগৰৰ পানী কি কি উৎসৰ পৰা কেনেকৈ প্ৰদূষিত হয়?

উত্তৰঃ-

৮। বায়ু প্ৰদূষণৰ উৎসসমূহ কি কি?

উত্তৰঃ-

৯। অণু-প্রদূষকসমূহে পৃথিৱীৰ তাপ-প্রতিমান কেনেদৰে আক্রান্ত কৰে?

উত্তৰঃ-

১০। শব্দ প্ৰদূষণৰ উৎসসমূহ কি কি? এই প্ৰদূষণৰ ক্ষেত্রীয় বিস্তৃতি কেনেকুৱা?

উত্তৰঃ-

১১। চহৰতলীত অত্যধিক পৰিমাণৰ আবর্জনা গােট খায় কিয়?

উত্তৰঃ-

১২। চহৰৰ অপদ্রব্যসমূহৰ প্রধান উৎস কি কি?

উত্তৰঃ-

১৩। চহৰৰ অপদ্রব্যই কেনেকৈ জল প্রদূষণ বৃদ্ধি কৰে?

উত্তৰঃ-

১৪। গাঁৱৰ পৰা চহৰমুখী প্রব্রজক শ্রেণীটোৰ বৃহৎ চহৰসমূহ লক্ষ্য স্থল হয় কিয়?

উত্তৰঃ-

১৫। ভাৰতৰ চহৰসমূহত গঢ় লােৱা বস্তি এলেকাৰ জীৱন যাত্ৰাৰ আভাস দিয়া।

উত্তৰঃ-

১৬। ভূমি অৱক্রমণ কাক বােলে? ইয়াৰ কাৰণসমূহ বাছি উলিওৱা।

উত্তৰঃ-

(গ) কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ )

১। জল প্ৰদূষণৰ উৎস, প্রদূষণ প্রক্রিয়া আৰু কুফলসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ-

২। বায়ুমণ্ডলৰ প্রধান প্ৰদূষকবােৰ কি কি? বায়ু প্ৰদূষণৰ ফলত উদ্ভৱ হােৱা প্রধান গােলকীয় সমস্যাটোৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ-

৩। ভাৰতৰ চহৰসমূহত আৱৰ্জনাৰ সমস্যাটো উপস্থাপন কৰি সমাধানৰ দুটিমান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ-

৪। ভাৰতত গ্রামাঞ্চলৰ পৰা চহৰমুখী প্রব্রজনৰ আর্থ-সামাজিক সুফল আৰু কুফলসমূহ থােৰতে উপস্থাপন কৰা।

উত্তৰঃ-

৫। ধড়াবীবস্তি এলেকাটোৰ অতীত, সাম্প্রতিক দৃশ্যপট আৰু এলেকাটোত উৎপাদিত আটকধুনীয়া দ্রব্যসমূহৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ-

৬। ৰাষ্ট্ৰীয় দূসংবেদন অভিকৰণে ভাৰতৰনষ্টপ্রায় ভূমিসমূহক কি কি শ্ৰেণীত বিভক্ত কৰিছে?

উত্তৰঃ-

৭। ভূমি অৱক্রমণ প্রতিৰােধৰ অৰ্থে গােটাচেৰেক পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ-

৮। মধ্যপ্রদেশৰ ঝাবুৱা জিলাত জলচ্ছেদ উন্নয়ন আঁচনিৰ সহায়ত ভূমি অৱক্রমণ প্রতিৰােধৰ এটি প্রতিবেদন যুগুত কৰা।

উত্তৰঃ-