ভাৰতৰ জনবসতি প্ৰতিৰূপ | অধ্যায় ১৪ | Chapter 14 | Class 12 Geography Question and Answer Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Solution | Class 12 Geography Question and Answer Notes |

Chapter 14

ভাৰতৰ জনবসতি প্ৰতিৰূপ

(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্রতিটো প্ৰশ্নৰ মূল্যাংক -১ ) 

১। ভাৰতৰ কোন দুখন প্রদেশত পৰম্পৰাগত ঋতুপ্রব্রজন পােৱা যায়?

উত্তৰঃ- 

২। ব্রহ্মপুত্র উপত্যকাত নদীৰ পাৰে পাৰে গঢ় লােৱা বসতি প্রতিৰূপৰ নাম কি? 

উত্তৰঃ- 

৩। ভাৰতত বিৰল বসতি অঞ্চলবােৰৰ মূল লক্ষণ কি? 

উত্তৰঃ- 

৪। তলৰ যুটিসমূহৰ অশুদ্ধ অংশ বিচাৰি উলিওৱা।

(ক) প্রাচীন যুগৰ চহৰ  মদূৰৈ, চেন্নাই , উজ্জয়িনী 

(খ) মধ্যযুগীয় চহৰ  শাহগঞ্জ , আহমদনগৰ , টাটানগৰ

(গ) আধুনিক যুগৰ চহৰ  চণ্ডীগঢ় , বখতিয়াৰপুৰ , দার্জিলিং।

উত্তৰঃ

৫। এখন ৰাষ্ট্ৰত নগৰীকৰণৰ পর্যায় কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ-  

৬। তলৰ উক্তিসমূহৰ ভিতৰত ভূল উক্তিটো বাহিৰ কৰা। 

(ক) ভাৰতৰ মুঠ চহৰীয়া জনসংখ্যাৰ অধিকাংশই একোখন মহানগৰৰ অধ্বিাসী। 

(খ) ভাৰতৰ নগৰীকৰণ পৰিক্ৰমাত ইছলামীয় সংস্কৃতিৰ অৱদান অনবদ্য।

(গ) ভাৰতত চহৰবাসীৰ মুঠ সংখ্যা দেশৰ জনসংখ্যাৰ ৩১.২ শতাংশ।

(ঘ) ভাৰতত মুঠ জনসংখ্যাৰ ২৭.৮ শতাংশ চহৰবাসী। 

উত্তৰঃ 

৭। প্রকার্য অনুসৰি তলৰ চহৰকেইখন কি কি শ্ৰেণীৰ অন্তর্ভুক্ত বুলি ভাবা?

 (ক) চণ্ডীগঢ় (খ) আকোলা (গ) মুগলসৰায় (ঘ) ফিৰােজপুৰ 

উত্তৰঃ 

খ ) তলৰ প্ৰশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

১। ভাৰতত অঘৰী লক্ষণৰ বসতিসমূহ চহৰকেন্দ্রিক হয় কিয়? 

উত্তৰঃ-

২। ভাৰতৰ সুসংহত বসতিসমূহৰ জ্যামিতিক লক্ষণসমূহ পর্যালােচনা কৰা।  

উত্তৰঃ-

৩। অর্ধ – সংহত আৰু খণ্ডিত গ্রাম্য বসতিৰ লগত জীৱিকা আৰু বর্ণভেদৰ সম্পর্ক বিচাৰ কৰা।

উত্তৰঃ-

 ৪। ভাৰতৰ পৌৰ বসতি মাত্রেই সুসংহত বসতি । উক্তিটোৰ সত্যাসত্য বিচাৰ কৰা। 

উত্তৰঃ-

৫। ভাৰতত নিযুতাধিক চহৰসমূহৰ অৱস্থানিক বিতৰণ পর্যালােচনা কৰা। 

উত্তৰঃ- 

(গ) তলৰ প্ৰশ্নসমূহৰ কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ ) : 

১। বিভিন্ন ভৌগােলিক পৰিৱেশত গ্রাম্য বসতিৰ প্ৰতিৰূপসমূহ পৃথক লক্ষণৰ কিয় হয়? 

উত্তৰঃ-

২। ব্রিটিছ যুগৰ পৰা আজিলৈকে ভাৰতত ঘটা নগৰীকৰণৰ এটি বিৱৰণ দিয়া। 

উত্তৰঃ-

৩। গুটীয়া প্ৰকাৰ্যৰ চহৰ বাস্তৱ ক্ষেত্ৰত বিচাৰি নােপােৱাৰ কাৰণ কি?ভাৰতত নিযুতাধিক চহৰসমূহ বহুমুখী প্রকাৰ্যৰত হয় কিয়? 

উত্তৰঃ-

৪। প্রকাৰ্যৰ আধাৰত ভাৰতৰ চহৰসমূহ কি কি শ্ৰেণীত ভগােৱা হয়? ইয়াৰে যিকোনাে এটা শ্ৰেণীৰ চহৰৰ লক্ষণসমূহ উদাহৰণৰ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ-