অসমৰ কৃষিকাৰ্য আৰু শিল্প উদ্যোগ | অধ্যায় ২৭ | Chapter 27 | Class 12 Geography Solution Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | অসমৰ কৃষিকাৰ্য আৰু শিল্প উদ্যোগ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 27

অসমৰ কৃষিকাৰ্ষ আৰু শিল্প উদ্যোগ

(১) অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্যবোৰ কি কি ?

উত্তৰঃ

(২) অসমত উৎপাদিত তৈলবীজ শস্য বোৰৰ নাম লিখা ?

উত্তৰঃ 

(৩) অসমত উৎপাদিত আঁহ-জাতীয় শস্যবোৰৰ নাম লিখা ?

উত্তৰঃ 

(৪) অসমত উৎপাদিত শাক-পাচলি আৰু ফলৰ নাম লিখা ?

উত্তৰঃ 

(৫) অসমৰ সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি নাম কি ?

উত্তৰঃ 

(৬) অসমত পৰম্পৰাগতভাৱে কেইবিধ কৃষি প্ৰচলন দেখা যায় আৰু কি কি ?

উত্তৰঃ

(৭) অসমৰ পাৰ্বত্য এলেকাত কিমান কিলোমিটাৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুমখেতিৰ কাৰণে মুকলি কৰা হৈছে ?

উত্তৰঃ 

(৮) অসমত কৃষকে পৰিচালিত কৰা  কৃষি ভূমিৰ পৰিমাণ কিমান ?

উত্তৰঃ 

(৯) অসমত ২০১১-১২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ  কিমান ?

উত্তৰঃ 

(১০) শস্য চপোৱাৰ ঋতুভিত্তিত অসমত কেই প্ৰকাৰৰ ধান খেতি পোৱা যায় আৰু কি কি  ?

উত্তৰঃ 

(১১) অসমৰ অন্যতম বাণিজ্যিক শস্যৰ নাম লিখা ?

উত্তৰঃ 

(১২) ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাট কিমান ?

উত্তৰঃ 

(১৩) ২০০৩-০৪ অসমত কিমান মৰাপাট উৎপাদন হৈছিল ?

 উত্তৰঃ 

(১৪) অসমত মৰাপাট উৎপাদনকাৰী প্ৰধান জিলাসমূহৰ নাম লিখা ?

উত্তৰঃ 

(১৫) চাহগছ স্বাভাৱিকতে  কিমান মিটাৰ পৰ্যন্ত উচ্চতা আৰু ই কি গছ ?

উত্তৰঃ 

(১৬) চাহ গছৰ গড় জীৱনকাল কিমান বছৰ ?

উত্তৰঃ

(১৭) চাহ গছবোৰ কলম দি কিমান উচ্চতাত জােপোহা অৱস্থাত ৰখা হয়?

উত্তৰঃ

(১৮) চাহগছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ আদৰ্শ পৰিৱেশ কিমান ?

উত্তৰঃ 

(১৯) কিমান চে. পৰিসৰৰ বাহিৰত তাপমান বেছি হ’লে চাহগছ অত্যন্ত ক্ষতিকৰ হয় ?

উত্তৰঃ 

(২০) চাহবাগিছাৰ বাবে কি পৃষ্ঠ দেখা যায় ?

উত্তৰঃ 

(২১) চাহগছৰ পুষ্টিৰ উদ্দেশ্য প্ৰচুৰ পৰিমানে কিহৰ প্ৰয়োজন ?

উত্তৰঃ 

(২২) চাহ বাগিছাত কি সাৰ সঘনাই প্ৰয়োগ কৰিব লাগে ?

উত্তৰঃ

(২৩) ৰাজ্যখনৰ ভিতৰত উৎকৃষ্ট সুবৃহৎ চাহবাগিছা ক’ত পোৱা যায় ?

উত্তৰঃ

(২৪) অসম আৰু ভাৰতত মুঠ উৎপাদন কিমান শতাংশ উৎপন্ন হয় ?

উত্তৰঃ 

(২৫) নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ কিমানখন চাহবাগিছা আছে ?

উত্তৰঃ 

(২৬) অসমৰ কোন জিলাত বৃহৎ চাহবাগিছা নাই ?

উত্তৰঃ 

(২৭) অসমত উৎপাদনৰ লেখেৰে কোনকেইটা ফলে প্ৰথম স্থান অধিকাৰ কৰিছে?

উত্তৰঃ 

(২৮) ঔদ্যোগিক গোটৰ সংখ্যাভিত্তিত অসমতকৈ তলৰ অৱস্থানত থকা  ৰাজ্যসমূহৰ নাম লিখা ?

উত্তৰঃ

(২৯) ২০১১ চনত অসমত সৰু-ডাঙৰ কিমান টা ফেক্টৰীত আছে ?

উত্তৰঃ 

(৩০) ফেক্টৰীত মকৰলপ্ৰাপ্ত কৰ্মীৰ সংখ্যা কিমান ?

উত্তৰঃ