অসমৰ ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু | অধ্যায় ২৪ | Chapter 24 | Class 12 Geography Question and Answer Assam | HS Second Year Geography Question and Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Free Question and Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | প্ৰশ্ন আৰু উত্তৰ |

Chapter 24

অসমৰ ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

(১) অসমৰ বিস্তীৰ্ণ সমভূমি অঞ্চল দুটা কি কি ?

উত্তৰঃ 

(২) কাৰ্বি মালভূমিৰ উত্তৰ পাৰে কি নদী অৱস্থিত ?

উত্তৰঃ 

(৩) কাৰ্বি মালভূমিৰ দক্ষিণ ফালে কি পৰ্বতমালা অৱস্থিত ?

উত্তৰঃ 

(৪) মালভূমিটোৰ সৰ্বাধিক উচ্চতা আৰু আয়তন কিমান ?

উত্তৰঃ

(৫) কাৰ্বি মালভূমিত সৰ্বাধিক উচ্চতাত অৱস্থিত এলেকা দুটা কি ?

উত্তৰঃ 

(৬) ডামবাকচু আৰু সিংহাসন কিমান মিটাৰ উচ্চতাত অৱস্থিত ?

উত্তৰঃ 

(৭) কপিলীৰ পশ্চিমে অৱস্থিত কাৰ্বি মালভূমিৰ বাকী অংশক কি নামেৰে জনা যায় ?

উত্তৰঃ 

(৮) হামৰেন্ মালভূমিটোৰ আয়তন কিমান ?

উত্তৰঃ 

(৯) হামৰেন্ মালভূমিটোৰ গঢ় উচ্চতা কিমান ?

উত্তৰঃ 

(১০) উমলাপাৰ অঞ্চলৰ সৰ্বাধিক উচ্চতা কিমান ?

উত্তৰঃ 

(১১) কাছাৰ অঞ্চলত অৱস্থিত শৃংগ তিনিটা নাম কি ?

উত্তৰঃ 

(১২) বৰাইল পাহাৰৰ শিলাসমূহ কি যুগৰ আছিল ?

উত্তৰঃ 

(১৩) বৰাইল পাহাৰৰ উত্থান কিমান বছৰৰ পূৱে হৈছিল ?

উত্তৰঃ 

(১৪) ব্ৰহ্মপুত্ৰ সমভূমি আয়তন কিমান ?

উত্তৰঃ 

(১৯) ব্ৰহ্মপুত্ৰ সমভূমি দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান ?

উত্তৰঃ 

(২০) ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলক কি অঞ্চল হিচাপে জনা যায়।

উত্তৰঃ 

(২১) ব্ৰহ্মপুত্ৰ বুকুত কিমানটা চাপৰি আছে ?

উত্তৰঃ 

(২২) সু-প্ৰতিষ্ঠিত সমতল কাক বোলে ?

উত্তৰঃ 

(২৩) গিৰিপদী অঞ্চলটোৰ উচ্চতা কিমান ?

উত্তৰঃ 

(২৪) বৰাক উপত্যকাৰ ভৌগলিক আয়তন আৰু উচ্চতা কিমান ?

উত্তৰঃ 

(২৫) বৰাক নদীৰ গতিপথ কেনে কোৱা ?

উত্তৰঃ 

(২৬) বৰাকৰ বাওঁপাৰৰ প্ৰধান উপনৈসমূহৰ নাম কি ?

উত্তৰঃ 

(২৭) চেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক কি বোলে ?

উত্তৰঃ 

(২৯) অসমৰ ভূখণ্ডত অনুভূত ব্যক্তিক্ৰমী লক্ষণৰ বৃষ্টিপ্ৰধান মধ্যতাপী জলবায়ু গঠন প্ৰক্ৰিয়াৰ কাৰণসমূহ লিখা ?

উত্তৰঃ 

(৩০) অসমত গড় হিচাপে বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেন্টিমিটাৰ ?

উত্তৰঃ 

(৩১) মাৰ্ঘেৰিটাত শীতকালীন সৰ্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ 

(৩২) বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত কেইটা বৃষ্টিবলয় পোৱা যায়?

উত্তৰঃ 

(৩৩) অসমৰ বৃষ্টিপাত প্ৰতিৰূপ বুলিলে কি বুজা যায় ?

উত্তৰঃ 

(৩৪) ব্ৰহ্মপুত্ৰ নদীখন সৰ্বমুঠ কিমান কিলোমিটাৰ দীঘল ?

উত্তৰঃ 

(৩৫) ভৌগোলিক সীমাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ?

উত্তৰঃ 

(৩৬) অসমৰ চাৰিসীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উল্লেখযোগ্য উপনৈৰ সংখ্যা কিমান ?

 উত্তৰঃ 

(৩৭) হিমালয়ভেদী নদী কাক বোলে ?

উত্তৰঃ

(৩৮) দক্ষিণ অসমৰ প্ৰধান নদী কি ?

উত্তৰঃ 

(৩৯) বৰাক নদী মূল ধাৰাটো বদলপুৰৰ দুটা শাখাত বিভক্ত কৰিছে শাখা দুটা নাম কি ?

উত্তৰঃ 

(৪০) অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্ৰধান দক্ষিণবাহিনী উপনদীসমূহৰ নাম লিখা ?

উত্তৰঃ