Class 11 Education Book Chapter 3 | অধ্যায় ৩ | বিদ্যালয় আৰু ইয়াৰ সংগঠন | MCQs Short Question And Answer |

Chapter 3

বিদ্যালয় আৰু ইয়াৰ সংগঠন

1. কম্পিউটাৰ কি?

(ক) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ ফলত গঢ়ি উঠা সামগ্ৰী।

(খ) আধুনিক বিজ্ঞানৰ এক আশ্চৰ্যজনক আৱিষ্কাৰ।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) আধুনিক বিজ্ঞানৰ এক আশ্চৰ্যজনক আৱিষ্কাৰ।

2. কম্পিউটাৰ কিহৰ দ্বাৰা পৰিচালিত হয়?

(ক) বৈদ্য়ুতিক শক্তিৰ দ্বাৰা।

(খ) প্ৰযুক্তিবিদ্য়াৰ দ্বাৰা।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (ক) বৈদ্য়ুতিক শক্তিৰ দ্বাৰা।

3. Technology শব্দৰ অৰ্থ কি?

(ক) পৰীক্ষাগাৰ।

(খ) দক্ষতা

(গ) কোনো কলা, কৌশল বা দক্ষতা সম্পৰ্কে অনুসন্ধান কৰা বিজ্ঞান।

উত্তৰঃ (গ) কোনো কলা, কৌশল বা দক্ষতা সম্পৰ্কে অনুসন্ধান কৰা বিজ্ঞান।

4. কম্পিউটাৰ প্ৰচেছিং ইউনিটৰ প্ৰধানত অংশ কেইটা থাকে?

(ক) ৫ টা।

(খ) ৩ টা।

(গ) ৭ টা।

উত্তৰঃ (খ) ৩ টা।

5. কম্পিউটাৰৰ স্মৃতিক কেইটা ভাগত ভাগ কৰা হয়।

(ক) তিনিটা ভাগত ভাগ কৰা হয়।

(খ) ছয়টা ভাগত ভাগ কৰা হয়।

(গ) দুটা ভাগত ভাগ কৰা হয়।

উত্তৰঃ (গ) দুটা ভাগত ভাগ কৰা হয়।

6. মডেম কি?

(ক) ভ্ৰাম্য়ভাষ।

(খ) লিফাফা।

(গ) টেলিফোন সংযোগ ব্য়ৱস্থা।

উত্তৰঃ (গ) টেলিফোন সংযোগ ব্য়ৱস্থা।

7. ইন্টাৰনেট কি?

(ক) ইন্টাৰনেট হৈছে কম্পিউটাৰত থকা এক অংশ

(খ) ইন্টাৰনেট হৈছে দুটা বা ততোধিক কম্পিউটাৰ নেটৱৰ্কৰ সমষ্টি।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) ইন্টাৰনেট হৈছে দুটা বা ততোধিক কম্পিউটাৰ নেটৱৰ্কৰ সমষ্টি।

8. ইন্টাৰনেট সেৱাৰ পৰা পাব পৰা এক উল্লেখযোগ্য় সেৱা কি?

(ক) টেলিগ্ৰাম।

(খ) ই-মেইল।

(গ) প্ৰযুক্তিবিদ্য়া।

উত্তৰঃ (খ) ই-মেইল।

9. কম্পিউটাৰৰ টেলিভিচনৰ দৰে অংশটোৰ নাম কি?

(ক) হাৰ্ডডিস্ক।

(খ) ফ্লপি ডিস্ক।

(গ) মনিটৰ।

উত্তৰঃ (গ) মনিটৰ।

10. দূৰ সন্মিলন কেইপ্ৰকাৰৰ।

(ক) এঘাৰ প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) সাত প্ৰকাৰৰ।

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

11. ফ্ৰৱেলৰ মতে পাঠ্য়ক্ৰম কি?

(ক) এনে এক উপাদান যাৰ মাধ্য়মেৰে বাস্তৱ জীৱনৰ প্ৰতিফলন ঘটে।

(খ) মানৱজাতিৰ সামগ্ৰিক জ্ঞানৰ এটি ক্ষুদ্ৰ সংস্কৰণ।

(গ) এজন শিল্পীৰ হাতৰ আহিলা।

উত্তৰঃ (খ) মানৱজাতিৰ সামগ্ৰিক জ্ঞানৰ এটি ক্ষুদ্ৰ সংস্কৰণ।

12.Technic শব্দৰ অৰ্থ কি?

(ক) দক্ষতা

(খ) তীব্ৰতা।

(গ) উগ্ৰতা।

উত্তৰঃ (ক) দক্ষতা

13. শিক্ষাক জীৱনৰ লগত সংযুক্তপূৰ্ণ কৰিবৰ বাবে জীৱনৰ এটি প্ৰধান প্ৰয়োজন কি?

(ক) জীৱিকা অৰ্জন।

(খ) উপযুক্ত শিক্ষা আহৰণ।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) জীৱিকা অৰ্জন।

14. C.D. ROM, ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Cultural Donation Removal Occasion Mention

(খ) Compact Disk Read Only Memory

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) Compact Disk Read Only Memory

15. কিহৰ ওপৰত ভিত্তি কৰি মাধ্য়মিক শিক্ষা আয়োগে বহুমুখী বিদ্য়ালয়ৰ পৰামৰ্শ আগবঢ়াইছিল?

(ক) শিক্ষাৰ ওপৰত।

(খ) বহুমুখীতাৰ নীতিৰ ওপৰত।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) বহুমুখীতাৰ নীতিৰ ওপৰত।

16. শিক্ষকৰ শিক্ষন আচৰণ কিহৰ দ্বাৰা নিৰ্ধাৰিত হয়?

(ক) পাঠ্যক্ৰমৰ দ্বাৰা।

(খ) জ্ঞানৰ দ্বাৰা।

(গ) অভিজ্ঞতাৰ দ্বাৰা।

উত্তৰঃ (ক) পাঠ্যক্ৰমৰ দ্বাৰা।

17. কানিংহাম কোন?

(ক) ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

(খ) এগৰাকী শিক্ষাবিদ।

(গ) এগৰাকী বৈজ্ঞানিক।

উত্তৰঃ (খ) এগৰাকী শিক্ষাবিদ।

18. মূল্য়ায়নৰ মূল ভিত্তি কি?

(ক) অহিংসা।

(খ) পাঠ্য়ক্ৰম।

(গ) শিক্ষা।

উত্তৰঃ (খ) পাঠ্য়ক্ৰম।

19. বিদ্য়ালয় এখন কেনেকুৱা সমাজ?

(ক) নৈতিক সমাজ।

(খ) নিৰ্মীয়মান সমাজ।

(গ) সামাজিক সমাজ।

উত্তৰঃ (খ) নিৰ্মীয়মান সমাজ।

20. Curriculum শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) মূল লেটিন শব্দ কুৰিয়াৰ পৰা উৎপত্তি হৈাছেথ।

(খ) প্ৰকৃতি ভাষাৰ পৰা উৎপত্তি হৈছে।

(গ) গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ (ক) মূল লেটিন শব্দ কুৰিয়াৰ পৰা উৎপত্তি হৈাছেথ।