Class 11 History Book Chapter 5 | অধ্যায় ৫ | অঘৰী সাম্ৰাজ্য | MCQs Short Question and Answer |

Chapter 5

অঘৰী সাম্ৰাজ্য

১) চেংগিজ খাঁৰ কিমান চনত জন্ম হৈছিল?

(ক) ১১৬২ খ্ৰীঃ পূঃ

(খ) ১১৮০ খ্ৰীঃ পূঃ

(গ) ১২০৬ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ১১৬২ খ্ৰীঃ পূঃ

২। টেমুজিনৰ জন্ম কিমান চনত হৈছিল?

(ক) ৪৫৩ খ্ৰীঃ পূঃ

(খ) ১১৬০ খ্ৰীঃ পূঃ

(গ) ১১৬৭ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১১৬৭ খ্ৰীঃ পূঃ

৩। চেংগিজ খাঁৰ পুত্ৰ নাম কি ?

(ক) গোয়ুক

(খ) অগোদেই

(গ) টুলুইৰ

উত্তৰঃ (খ) অগোদেই

৪। চেংগিজ খাঁৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১২০৬ খ্ৰীঃ পূঃ

(খ) ১২২৭ খ্ৰীঃ পূঃ

(গ) ১২৯৫ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১২২৭ খ্ৰীঃ পূঃ

৫। চেংগিজ খাঁৰ পিছৰ মঙ্গোলসকলক কেইটা ভাগত ভাগ কৰা হৈছিল?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (ক) ২ টা

৬। কুহিস্তান প্ৰদেশৰ টুনত কিমান লোকক হত্য়া কৰা হৈছিল?

(ক) ১২,০০০

(খ) ৭০,০০০

(গ) ৮০,০০০

উত্তৰঃ (ক) ১২,০০০

৭। চীনৰ ফুৰান ৰাজবংশৰ কিমান চনত পতন হৈছিল?

(ক) ১২৫৭ খ্ৰীঃ পূঃ

(খ) ১২৯৫ খ্ৰীঃ পূঃ

(গ) ১৩৬৮ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১৩৬৮ খ্ৰীঃ পূঃ

৮। ঘাজান খাঁৰ কোন আছিল?

(ক) হত্য়াকাৰী

(খ) ইলখানিক পৰিয়ালৰ শাসক

(গ) দিগ্বীজয়ী বীৰ

উত্তৰঃ (খ) ইলখানিক পৰিয়ালৰ শাসক

৯। মঙ্গোলসকলৰ শ্ৰেষ্ঠতম ৰজা বুলি কাক কোৱা হয়?

(ক) চেংগিজ খাঁৰ

(খ) জুৱাইনি

(গ) ঘাজান খাঁৰ

উত্তৰঃ (ক) চেংগিজ খাঁৰ

১০। চেংগিজ খাঁৰ সৰুতে কি নাম আছিল?

(ক) চুলতান মহম্মদ

(খ) জালালউদ্দিন

(গ) টেমুজিন

উত্তৰঃ (গ) টেমুজিন

Type: Pompi Hazarika