Class 3 Science Chapter 13| MCQ’s Assam Jatiya Bidyalaya |উদ্ভিদৰ পৰা পোৱা বস্তুৌ | AJB Class 3 Science Chapter 13| MCQ’s Assamese Medium | Class 3 Science Chapter 13| MCQ’s Type Question Answer |

Chapter-13

উদ্ভিদৰ পৰা পোৱা বস্তুৌ

1/ মানুহে আহাৰ উদ্ভিদৰ পৰাই পায় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

2/ কিহৰ পৰা সূতা তৈয়াৰ কৰা হয় ?

(ক) বাহঁৰ পৰা

(খ) কপাহৰ পৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কপাহৰ পৰা।

3/ আহাৰে কাম কৰিবলৈ কি দিয়ে ?

(ক) শক্তি আৰু জোৰ

(খ) ডাঙৰ দীঘল হবলৈ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শক্তি আৰু জোৰ।

4/ ঘৰচীয়া জন্তুবোৰৰ নাম লিখা ?

(ক) কাউৰী, মাছ, কাছৰ

(খ) গৰু, ম’হ, ঘোঁৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) গৰু, ম’হ, ঘোঁৰা।

5/ শৰীৰৰ বাবে বায়ু লোৱা অক্সিজেন কেইটাৰ নাম হ’ল কাৰ্বন- ডাই-অক্সিইড, অক্সিজেন ? 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

6/ উদ্ভিদ নাথাকিলে জীৱ – জন্তু জীয়াই থাকিব ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে।

7/ উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

8/ গছে কি অক্সিজেন লয় ?

(ক) কাৰ্বন ডাই অক্সাইড

(খ) অক্সিজেন

(গ) ইয়াৰ ভিতৰত এটৈও নহয়

উত্তৰঃ (ক) কাৰ্বন ডাই অক্সাইড।

9/ পৃথিৱীৰ অসংথখাযবিধ উদ্ভিদ আছে ?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) হয়।

10/ মানুহে নিজে কাপোৰ তৈয়াৰ কৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

Type By- Subhas Nath