Class 3 Social Science Chapter 12 MCQ’s Sankardev School | জানিবলগীয়া কথা  | Class 3 Social Science Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 12

জানিবলগীয়া কথা 

১। মহানগৰ বোৰত কি বেছি ?  

ক) জনসংখ্যা বেছি

খ) জাৱৰ বেছি

গ) প্ৰাকূতিক দুযোগ বেছি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) জনসংখ্যা বেছি ।

২।  হৈ – চৈ নকৰাকৈশাৰী পাতি টিকট কটা বা গাড়ীত উঠা ভদ্ৰ মানুহৰ কাম ? 

ক) অভদ্ৰ মানুহৰ কাম

খ) খঙাল মানুহৰ কাম

গ) ভদ্ৰ মানুহৰ কাম

ঘ) লাজুকিয়া মানুহৰ কাম

উত্তৰ- গ) ভদ্ৰ মানুহৰ কাম ।

৩। জাৱৰ – জোঁথৰ ,কাগজৰ টুকুৰা , গছৰ পাত, পাচলিৰ বাকলি , গোবৰ আদি এইবোৰ গাত খান্দি পুতি থলে কি সাৰৰ উৎপন্ন হয় ? 

ক) জৈবিক সাৰ

খ) পচন সাৰ

গ) ৰাসায়নিক সাৰ

ঘ) অপতূণ নাশক

উত্তৰ- খ) পচন সাৰ ।

৪। ভু – পৃষ্ঠৰ ভিন্ ভিন্ ঠাইৰ উচ্চতা , চাপ  তাপ আদিৰ প্ৰভাৱৰ বাবে বায়ু চলাচল কৰে ইয়াক কি বুলি কোৱা হয় ? 

ক) ধুমুহা বুলি কোৱা হয়

খ) ঘূৰণী বতাহ বুলি কোৱা হয়

গ) বতাহ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) বতাহ বুলি কোৱা হয় ।

৫। বৰ জোৰেৰে বলা বতাহক কি বুলি কোৱা হয় ? 

ক) বৰদৈচিলা বুলি কোৱা হয়

খ) ধুমুহা বুলি কোৱা হয়

গ) ঘুৰণি বতাহ বুলি কোৱা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) ধুমুহা বুলি কোৱা হয় ।

৬। অসমত চ’ত , ব’হাগ মাহত বলা এনে ধুমুহা বতাহক কি বুলি কোৱা হয় ?  

ক) বৰদৈচিলা বুলা হয়

খ) ঘুৰণি বতাহ বুলি কোৱা হয়

গ) বতাহ হুলা হয়

ওপৰৰ এটাও নহয়

উত্তৰ- ক) বৰদৈচিলা বুলা হয় ।

৭। নদ – নদীৰ পানীয়ে পাৰ বাগৰি বা মথাউৰি ভাঙি দুয়োপাৰৰ বিশাল অঞ্চল বোৰাই পেলোৱা পানীক কি বুলি কোৱা হয় ? 

ক) বানপানী

খ) মাথাউৰি পানী

গ) ডেইনৰ পানী

ঘ) ওপৰৰ ওটাও নহয়

উত্তৰ- ক) বানপানী ।

৮। বানৰ পিছত কি হব পাৰে ? 

ক) বোমাৰ – আজাৰ হব পাৰে

খ) সুখ হব পাৰে

গ) দুখ হব পাৰে

ঘ) ওপৰৰ এটাও হয়

উত্তৰ- ক) বোমাৰ – আজাৰ হব পাৰে ।

৯। ভুমিকম্প কঁপনি কিহৰ সহায়ত জুখিব পাৰি ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- গ) ভুকম্পলেখ ।

১০। কি স্কেলৰ সহায়ত ভুমিকম্পৰ কম্পন প্ৰকাশ কৰা হয় ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ) ৰিখ্টাৰ স্কেল

উত্তৰ- ঘ) ৰিখ্টাৰ স্কেল ।

Type by- Bikul Mandal