Class 3 Social Science Chapter 8.32 MCQ’s Sankardev School | পশ্চিম কাৰ্বি আংলং জিলা  | Class 3 Social Science Chapter 8.32 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-8.32

পশ্চিম কাৰ্বি আংলং জিলা 

১) কাৰ্বি জনজাতি লোকৰ বসতিৰ বাবেই এই জিলাখনক কি নামেৰে জনা যায় ?

ক) নলবাৰী

খ) কাছাৰ

গ) কাৰ্বি আংলং

ঘ) মেঘালয়

উত্তৰঃ গ) কাৰ্বি আংলং।

২) এই জিলাৰ উওৰে কি জিলা আছে ?

ক) ডিমা হাছাও জিলা

খ) নগাওঁ

গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা

ঘ) হোজাই জিলা

উত্তৰঃ গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা।

৩) এই জিলাৰ সদৰ ঠাই কি ?

ক) হামৰেণ

খ) ডিমা হাছাও

গ) মেঘালয়

ঘ) হোজাই

উত্তৰঃ ক) হামৰেণ।

৪) এই জিলাৰ মহকুমা কত আছে ?

ক) ডিমা হাছাও

খ) মেঘালয়

গ) হোজাই

ঘ) হামৰেণ

উত্তৰঃ ঘ) হামৰেণ।

৫) এই জিলাৰ মাটিকালি কিমান ?

ক) ৩০৩৫ বৰ্গ কিঃমিঃ

খ) ৩০৫৩ বৰ্গ কিঃমিঃ

গ) ৩২০৫ বৰ্গ কিঃমিঃ

ঘ) ৩৩৩৩ বৰ্গ কিঃমিঃ

উত্তৰঃ ক) ৩০৩৫ বৰ্গ কিঃমিঃ।

৬) এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৩,০০,০০০ জন

খ) ৩,০০,০০১ জন

গ) ৩,০০,৪০৩ জন

ঘ) ৩০,৯৯,৯৯৯ জন

উত্তৰঃ ক) ৩,০০,০০০ জন।

৭) এই জিলাখন চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম কি ?

ক) ৫৫ নং

খ) ৫২ নং

গ) ৫৮ নং

ঘ) ৩৭ নং

উত্তৰঃ গ) ৫৮ নং।

৮) এই জিলাত যথেষ্ট পৰিমাণে কি উৎপাদন কৰা হয় ?

ক) ধান উৎপাদন কৰা হয়

খ) কপাহ উৎপাদন কৰা হয়

গ) ঘেহুঁ উৎপাদন কৰা হয়

ঘ) সৰিয়হ উৎপাদন কৰা হয়

উত্তৰঃ খ) কপাহ উৎপাদন কৰা হয়।

৯) এই জিলাৰ প্ৰধান শিল্প কি ?

ক) কুটীৰ শিল্প

খ) বাহঁ বেতৰ শিল্প

গ) বয়ন শিল্প

ঘ) লোক – শিল্প

উত্তৰঃ খ) বাহঁ বেতৰ শিল্প।

১০) এই জিলাৰ পূবে কি জিলা ?

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) ডিমা হাছাও জিলা

ঘ) হোজাই জিলা

উত্তৰঃ ঘ) হোজাই জিলা।

Type By- Subhas Nath