Class 3 Social Science Chapter 8.33 MCQ’s Sankardev School |  ডিমা হাচাও জিলা | Class 3 Social Science Chapter 8.33 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-8.33

ডিমা হাচাও জিলা

১ এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইত ৰাজত্ব কৰিছিল বাবে এই জিলাখনৰ নাম কি হয় ? 

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) ডিমা হাচাও জিলা

ঘ) কাৰ্বি আংলং জিলা

উত্তৰঃ গ) ডিমা হাচাও জিলা।

 ২) আগেয়ে এই জিলা খনৰ নাম কি আছিল ? 

ক) কাৰ্বি আংলং

খ) মৰিগাওঁ

গ) উওৰ কাছাৰ পাৰ্বত্য জিলা

ঘ) কাছাৰ

উত্তৰঃ গ) উওৰ কাছাৰ পাৰ্বত্য জিলা।

৩) এই জিলাৰ উওৰে কি জিলা আছে ? 

ক) মৰিগাওঁ জিলা

খ) নলবাৰী জিলা

গ) হোজাই জিলা

ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা

উত্তৰঃ ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা।

৪) এই জিলাৰ পূবে কি আছে ? 

ক) কাৰ্বি আংলং

খ) নাগালেণ্ড

গ) মণিপুৰ

ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য

উত্তৰঃ ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য।

৫) এই জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) কাছাৰ জিলা

খ) মৰিগাওঁ জিলা

গ) নলবাৰী জিলা

ঘ) ধুবুৰী জিলা

উত্তৰঃ ক) কাছাৰ জিলা।

৬) এই জিলাৰ পশ্চিমে আছে ? 

ক) মেঘালয় আছে

খ) কাৰ্বি আংলং আছে

গ) নাগালেণ্ড অছে

ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং

উত্তৰঃ ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং।

৭) এই জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) হাফলং

গ) মাইবং

ঘ) দিয়ুংব্ৰা

উত্তৰঃ খ) হাফলং।

৮) এই জিলাৰ মহকুমাৰ কি ? 

ক) হাফলং

খ) হাফলং , মাইবং , দিয়ুংব্ৰা

গ) মাইবং

ঘ) ডিমা হাচাও

উত্তৰঃ খ) হাফলং , মাইবং , দিয়ুংব্ৰা।

৯) এই জিলাৰ মাটিকালি কিমান ? 

ক) ৪,৮৮৭ বৰ্গ কিঃমিঃ

খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ

গ) ৮,৯৯৯ বৰ্গ কিঃমিঃ

ঘ) ৯,৯৯৯ বৰ্গ কিঃমিঃ

উত্তৰঃ খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ।

১০) এই জিলাৰ জনসংখ্যা কিমান ? 

ক) ২,১৩,৫২৯ জন

খ) ২,৪৫,৪৫ জন

গ) ৪,৫৬,৭৬ জন

২,১৩,৫৯২ জন

উত্তৰঃ ক) ২,১৩,৫২৯ জন।

Type By- Subhas Nath