Class 4 Social Science Chapter 4 MCQ’s Sankardev School | অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান | Class 4 Social Science Chapter 4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 4

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

১। এখন ঠাইৰপৰা আন এখন ঠাইলৈ অহা মানুহক কি বোলে?

(ক) ভ্ৰমণকাৰী

(খ) পৰ্যটক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰ্যটক।

২। পৰ্যটনে ভূগোল আৰু ইতিহাসৰ কি বৃদ্ধি কৰে?

(ক) বস্তু

(খ) জ্ঞান

(গ) কাম

উত্তৰঃ (খ) জ্ঞান।

৩। চৰকাৰৰ কি বৃদ্ধি হয়?

(ক) জ্ঞান

(খ) বস্তু

(গ) ৰাজহ

উত্তৰঃ (গ) ৰাজহ।

৪। বিভিন্ন ঠাইৰ যাতায়াত ব্য়ৱস্থা সম্পৰ্কে কি বাঢ়ে?

(ক) জ্ঞান

(খ) কাম

(গ) ৰাজহ

উত্তৰঃ (ক) জ্ঞান।

৫। গুৱাহাটী অসমৰ প্ৰধান কি?

(ক) মহানগৰ

(খ) নগৰ

(গ) অঞ্চল

উত্তৰঃ (ক) মহানগৰ।

৬। অসমৰ ৰাজধানী কি?

(ক) ইটানগৰ

(খ) কামৰূপ

(গ) দিছপুৰ

উত্তৰঃ (গ) দিছপুৰ।

৭। গুৱাহাটী ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?

(ক) পশ্চিম

(খ) দক্ষিণ

(গ) উত্তৰ

উত্তৰঃ (খ) দক্ষিণ।

৮। উত্তৰ-পূব, সীমান্ত ৰে’লপথৰ প্ৰধান কাৰ্যালয় কত আছে?

(ক) মৰিগাওঁ

(খ) মালিগাওঁ

(গ) নগাওঁ

উত্তৰঃ (খ) মালিগাওঁ।

৯। গুৱাহাটীত থকা শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত কেইনম্বৰ স্থান থকা দলং?

(ক) ১

(খ) ২

(গ) ৪

উত্তৰঃ (ক) ১।

১০। ইয়াৰ ওচৰত থকা এখন পক্ষী উদ্য়ান?

(ক) দীপৰ বিল

(খ) বগী বিল

(গ) চান বিল

উত্তৰঃ (ক) দীপৰ বিল।

১১। শোণিতপুৰ জিলাৰ সদৰ ঠাই তেজপুৰ ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?

(ক) উত্তৰ

(খ) দক্ষিণ

(গ) পশ্চিম

উত্তৰঃ (ক) উত্তৰ।

১২। ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত কি দলং আছে?

(ক) শৰাইঘাট দলং

(খ) কলিয়াভোমোৰা দলং

(গ) ড॰ ভূপেন হাজৰিকা

উত্তৰঃ (খ) কলিয়াভোমোৰা দলং।

১৩। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰখন প্ৰায় কিমান বছৰ পুৰণি?

(ক) তিনিশ বছৰ

(খ) নশ বছৰ

(গ) পাঁচ বছৰ

উত্তৰঃ (গ) পাঁচ বছৰ।

১৪। বৰপেটা ঠাইখন কি শিল্পৰ বাবে বিখ্য়াত?

(ক) গড়শিল্প

(খ) হাতী দাঁতৰ শিল্প

(গ) বাঘৰ শিল্প

উত্তৰঃ (খ) হাতী দাঁতৰ শিল্প।

১৫। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো কোন চহৰত আছে?

(ক) বৰপেটা

(খ) নলবাৰী

(গ) বঙাইগাওঁ

উত্তৰঃ (গ) বঙাইগাওঁ।

১৬। চহৰৰ কাষতে এখন কিহৰ বাগান আছে?

(ক) কলগছৰ বাগান

(খ) চাহ পাত বাগান

(গ) কুহিয়া বাগান

উত্তৰঃ (খ) চাহ পাত বাগান।

১৭। গুৱাহাটীৰ পিছতে কোন চহৰ অসমৰ দ্বিতীয় বৃহৎ জনবহুল?

(ক) বঙাইগাওঁ

(খ) শিলচৰ

(গ) বৰপেটা

উত্তৰঃ (খ) শিলচৰ।

১৮। আহোম ৰজাসকলৰ ৰাজধানী কত আছিল?

(ক) ডিব্ৰুগড়

(খ) শিৱসাগৰ

(গ) ৰংপুৰত

উত্তৰঃ (গ) ৰংপুৰত।

১৯। চৰাইদেউত আহোম ৰাজপৰিয়ালৰ বহুতো কি আছে?

(ক) নিয়ম

(খ) মৈদাম

(গ) মানুহ

উত্তৰঃ (খ) মৈদাম।

২০। মাজুলী বৰ্তমান এখন কি?

(ক) চহৰ

(খ) অঞ্চল

(গ) জিলা

উত্তৰঃ (গ) জিলা।

Type By- Subhas Nath