আন্তঃৰাষ্ট্ৰীয় বাণিজ্য | অধ্যায় ৯ | Chapter 9 | Class 12 Geography Question and Answer Assam | HS Second Year Geography Question and Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Free Question and Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোল |

Chapter 9

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্রতিটো প্ৰশ্নৰ মূল্যাংক ) ঃ

১। আর্থিক কাম – কাজ কাক বােলে?

উত্তৰঃ-

২। অঘৰী পশুপালন কার্যত উৎপন্ন হােৱা প্রধান দ্রব্য চাৰিবিধ কি কি? 

উত্তৰঃ-

৩। তলৰ কোন শ্রেণীৰ পশুপালনত পােহনীয়া পশুৰ বংশগতিৰ উৎকৰ্ষৰ কাৰ্যসূচী লােৱা হয়?

(ক) অঘৰী পশুপালন 

(খ) এণ্ডিজ পার্বত্যভূমিৰ পশুপালন

(গ) বাণিজ্যিক পশুপালন

(ঘ) ঋতুপ্ৰব্ৰজন 

উত্তৰঃ

৪। পিগমীসকলৰ প্রধান জীৱিকা কি?

উত্তৰঃ-

৫। পূর্ব আফ্রিকাৰ তৃণাঞ্চলৰ পশুপালক শ্ৰেণীটোৰ নাম কি? 

উত্তৰঃ-

৬। পৃথিৱীৰ কোনটো অঞ্চলৰ অন্তৰণ কৃষিক মিলপা নামে জনা যায়? 

উত্তৰঃ-

৭। ছেদন আৰু দাহন কৃষিৰ আন এটা নাম কি?

উত্তৰঃ-

৮। পৰম্পৰাগত স্থাবৰ কৃষিৰ মূল আহিলা দুবিধ কি কি?

উত্তৰঃ-

৯। বাণিজ্যিক কৃষিত কৃষকে শস্য উৎপাদন কৰাৰ মূল লক্ষ্য কি?

উত্তৰঃ-

১০। পৃথিৱীত দুগ্ধ উৎপাদনৰ প্রসিদ্ধ অঞ্চল চাৰিটা কি কি? 

উত্তৰঃ-

১১। উদ্যান কৃষিত ঘাইকৈ কি কি শ্রেণীৰ শস্য উৎপন্ন কৰা হয়? 

উত্তৰঃ-

১২। যৌথ কৃষিৰ আৰ্হি কোনে উপস্থাপন কৰিছিল? 

উত্তৰঃ-

১৩। খনিজ নিষ্কাশনৰ বিকল্প পদ্ধতি দুটা কি কি? 

উত্তৰঃ-

১৪। তলৰ কোনবিধ শস্য উৎপাদন ৰােপণ কৃষিৰ উৎপাদন নহয়?

(ক) চাহ (খ) ধান (গ) ৰবৰ (ঘ) কফি 

উত্তৰঃ (খ) ধান।

১৫। কোনখন দেশ সমবায় কৃষিৰ বাটকটীয়াত নপৰে?

(ক) ডেনমার্ক (খ) বেলজিয়াম (গ) ছুইডেন (ঘ) ৰাছিয়া

উত্তৰঃ

১৬। ইউৰােপীয় ঔপনিবেশিক উদ্যোগত কোনটো কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটিছিল?

(ক) ৰােপণ কৃষি (খ) সমবায় কৃষি (গ) মিশ্র কৃষি (ঘ) উদ্যান কৃষি 

উত্তৰঃ

১৭৷ তলৰ কোনটো অঞ্চলত বাণিজ্যিক পৰিসৰত খাদ্যশস্য উৎপন্ন কৰা নহয়?

 (ক) ইউৰােপৰ ষ্টেপছ (খ) উত্তৰ আমেৰিকাৰ প্ৰেইৰী (গ) ভূমিধ্য সাগৰীয় ইউৰােপ (ঘ) অষ্ট্রেলিয়াৰ ডাউনছ

উত্তৰঃ

১৮। তলৰ কোনটো শ্ৰেণীৰ কৃষিকার্যত টেঙা ফলৰ প্রাধান্য বেছি?

(ক) উদ্যান কৃষি (খ) ৰােপণ কৃষি (গ) ভূমধ্য সাগৰীয় কৃষি (ঘ) সমবায় কৃষি 

উত্তৰঃ 

১৯। তলৰ কোনবিধ কৃষি পদ্ধতিত একাধিক শস্য উৎপাদন কৰা হয়?

(ক) মিশ্র কৃষি (খ) ৰােপণ কৃষি  (গ) বাণিজ্যিক কৃষি  (ঘ) উদ্যান কৃষি

উত্তৰঃ

২০। প্রাথমিক খণ্ডত উৎপাদিত দ্রব্যৰ লগত উদ্যোগৰ সম্পর্ক কি?

উত্তৰঃ-

২১। উদ্যোগসমূহক কেঁচামালভিত্তিক শ্রেণী বিভাজন কৰিলে তলৰ কোনটো শ্ৰেণীৰ উদ্যোগ অক্তভুক্ত নহয়? 

(ক) কৃষিজাত উদ্যোগ (খ) ৰাসায়নিক উদ্যোগ (গ) গুৰু উদ্যোগ

(ঘ) পশুজ উদ্যোগ

উত্তৰঃ

২২। পৰিসজ্জিত সম্ভাৰভিত্তিক উদ্যোগৰ মূল শ্ৰেণী দুটা কি কি?

উত্তৰঃ-

২৩। প্ৰযুক্তিগ্ৰাম কি?

উত্তৰঃ-

২৪। তলত কোনটো উদ্যোগ অৱস্থাপক উদ্যোগ শ্ৰেণীত নপৰে?

(ক) লো-তীখা

(খ) পেট্ৰ’ৰাসায়নিক 

(গ) বয়ন উদ্যোগ 

(ঘ) খাদ্য প্ৰস্তুতকৰণ 

উত্তৰঃ

২৫। তলৰ কোনটো উক্তি শুদ্ধ নহয়?

(ক) চেনি, কপাহী বয়ন আৰু খোৱা তেল প্ৰস্তুতকৰণ পদস্থালন উদ্যোগৰ অন্তৰ্ভুক্ত।

(খ) জলবিদুৎআৰু পেট্ৰ’লজাত ইন্ধনৰ ব্যৱহাৰৰ ফলত কয়লাখনি অঞ্চলত উদ্যোগৰ পুঞ্জীভৱন বহুখিনি কমিল।

(গ) ভাৰতৰ ভালেসংখ্যক তেল শোধনাগাৰ বন্দৰ অৱস্থানত গঢ় লৈছে?

(ঘ) কাটনি আৰু শাহজানৱাৰ মৰাপাটৰ কল দুটাৰ অৱস্থান বজাৰকেন্দ্ৰিক। 

উত্তৰঃ

২৬। তলৰ কোনধৰণৰ অৰ্থনৈতিক ব্যৱস্থাত উৎপাদনৰ উপাদানবোৰ ব্যক্তিগত মালিকানাৰ হয়?

(ক) পুঁজিবাদী (খ) সাম্যবাদী (গ) মিশ্ৰ অৰ্থব্যৱস্থা (ঘ) সমাজবাদী

উত্তৰঃ 

২৭। তলৰ কোন শ্ৰেণীৰ উদ্যোগত আন কোনো উদ্যোগৰ কেঁচামাল প্ৰস্তুত কৰা হয়?

(ক) কুটীৰ শিল্প

(খ) পদস্খলন উদ্যোগ 

(গ) বুনিয়াদী উদ্যোগ 

(ঘ) উপযােগী উদ্যোগ

উত্তৰঃ

২৮। তলৰ কোনটো যুটিত উক্তি শুদ্ধ ৰূপত দেখা গৈছে?

(ক) লাে-তীখা উদ্যোগ                           বার্মিংহাম

(খ) বিমান নির্মাণ                        কাইৰাে 

(গ) জাহাজ নির্মাণ                         মাস্কো। 

(ঘ) উচ্চ প্রযুক্তি উদ্যোগ                       পম্পাছ । 

উত্তৰঃ

২৯। তলৰ কোনধৰণৰ সেৱাৰ মূল্য উৎপাদন ব্যয়ৰ আধাৰত নিৰ্ধাৰণ কৰিব নােৱাৰি?

(ক) ৰে’ল ভাড়া

(খ) টেলিফোন সেৱা 

(গ) শিক্ষকৰ দৰমহা 

(ঘ) শ্ৰমিকৰ মজুৰি

উত্তৰঃ

৩০। বাণিজ্যিক লেনদেনৰ মূল প্রকাৰ দুটা কি কি?

উত্তৰঃ

৩১। পাইকাৰী বাণিজ্যৰ লগত তলৰ কোনটো অৱস্থা প্রযােজ্য নহয়?

(ক) ক্রেতাই নিজা উপভােগৰ অৰ্থে ক্রয় কৰে।

(খ) বেচা – কিনা সম্পূর্ণ হােৱাৰ পাছতো পণ্যসমূহ আগৰ ভাণ্ডাৰতে থাকি যায়। ” ” 

(গ) ভাণ্ডাৰ শৃংখল ব্যৱস্থাই সামৰি লয়।

(ঘ) উপভােক্তা শ্ৰেণীৰ প্ৰৱেশ নঘটে। 

উত্তৰঃ

৩১। তলত উল্লেখ কৰা দূৰত্বৰ উদাহৰণসমূহৰ কোনটোৱে নিৰপেক্ষ দূৰত্ব প্রকাশ কৰে? 

(ক) ৩০৮ কিলােমিটাৰ

(খ) ৭ ঘণ্টাৰ বাট

(গ) ২৪০ টকাৰ যাত্রা 

(ঘ) তেজপুৰতকৈ লামডিং বেছি দূৰ 

উত্তৰঃ

৩২। যােগাযােগৰ কোনটো মাধ্যম পৰিবহনৰ ওপৰত নিৰ্ভৰশীল?

 (ক) ইণ্টাৰনেট (খ) দূৰভাষ (গ) ৰে’ল – ডাক সেৱা (ঘ) দূৰদর্শন 

উত্তৰঃ

৩৩। তলৰ কোনটো পর্যটন কেন্দ্ৰত বেছিসংখ্যক পর্যটকৰ সমাৱেশ ঘটে? 

(ক) খাজুৰাহু

(খ) অমৰনাথ 

(গ) গােৰা

(ঘ) জয়সলমেৰ 

উত্তৰঃ

৩৪। তলৰ কোনটো জীৱিকা তৃতীয়ক খণ্ডৰ ভিতৰত পৰে? 

(ক) মৌ পালন (খ) চুলি কটা (গ) গছকটা (ঘ) মাছ ধৰা 

উত্তৰঃ

৩৫। তলৰ কোনটো কার্য দ্বিতীয়ক খণ্ডৰ জীৱিকাৰ অন্তর্ভুক্ত নহয়?

(ক) লাে গলােৱা (খ) কাপােৰ সিয়া (গ) পুতলা সজা (ঘ) আকৰ নিষ্কাশন 

উত্তৰঃ

৩৬। উচ্চ পর্যায়ৰ উদ্ভাৱন সংস্কাৰ কাৰ্যৰ লগত জড়িত কাম কাজ। 

(ক) তৃতীয়ক খণ্ড (খ) চতুর্থক খণ্ড (গ) পঞ্চমক খণ্ড (ঘ) সেৱা খণ্ড

উত্তৰঃ

৩৭। পৃথিৱীত সৰ্বমুঠ প্রায়                      কিলােমিটাৰ ৰে’লপথ আছে ( খালী ঠাই পূৰণ কৰা )। 

উত্তৰঃ

৩৮। তলৰ কোনখন দেশত ৰে’ল পৰিবহনক যাত্রী আৰু সামগ্রী পৰিবহনৰ উমৈহতীয়া মাধ্যমৰূপে ব্যৱহাৰ কৰা নহয়?

(ক) ৰাছিয়া (খ) চীন (গ) ভাৰত (ঘ) কানাডা 

উত্তৰঃ

৩৯। পৃথিৱীৰ দীর্ঘতম ৰে’লপথটোৰ দূইমূৰে অৱস্থিত বন্দৰ দুটা কি কি?

উত্তৰঃ 

৪০। যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ পৰা চাঁ – ফ্রান্সিস্ক ’ বন্দৰলৈ যােৱা ৰেলপথটোৰ নামঃ

 (ক) অৰিয়েন্ট এক্সপ্ৰেছ  (খ) ইউনিয়ন পেচিফিক ৰে’লপথ

 (গ) ট্রান্স কন্টিনেন্টেল ৰেলপথ  (ঘ) ৰকি মাউন্টেনাচ মিচিচিপি ৰেলপথ 

উত্তৰঃ

৪১। তলৰ কোনটো সমুদ্রপথক বিগ ট্রাংক ৰুট বােলা হয়?

(ক) চুয়েজ খাল পথ 

(খ) উত্তৰ আটলান্টিক পথ

(গ) অন্তৰীপ পথ 

(ঘ) উত্তৰ প্রশান্ত পথ 

উত্তৰঃ

৪২। খাল এলেকা মানে তলৰ কোনটো অবয়ব বুজায়?

(ক) চুয়েজ খালৰ পূব তীৰত অৱস্থিত ইজিপ্টৰ ভূ – ভাগ। 

(খ) পঞ্জাব আৰু হৰিয়াণাৰ খালৰ দ্বাৰা জলসিঞ্চন কৰা এলেকা।

(গ) পানামা খালৰ দুয়ােপাৰে ৮ কিলােমিটাৰ দূৰত্বলৈ যুক্তৰাষ্ট্রৰ অধীনস্থ ভূভাগ।

(ঘ) মিচিগান হ্রদ আৰু মিচিচিপি নদী সংযােগী ইলিয়নইজ খালৰ দুয়ােপাৰ।

উত্তৰঃ

৪৩। পৃথিৱীৰ সুবৃহৎ বন্দৰসমূহ প্রধানভাৱে 

(ক) নৌ – সৈনিক বন্দৰ

(খ) তৈল সংগ্রহী বৰ

(গ) ঔদ্যোগিক বন্দৰ 

(ঘ) ব্যাপকধর্মী বন্দৰ 

উত্তৰঃ

৪৪। তলৰ কোনখন দেশ তেল উৎপাদন আৰু ৰপ্তানি সংগঠনৰ (OPEC ) সদস্যভুক্ত? 

(ক) ব্ৰাজিল (খ) ভেনিজুয়েলা (গ) পেৰু (ঘ) চিলি

উত্তৰঃ

৪৫। তলৰ কোনটো আঞ্চলিক বাণিজ্য গােটৰ ভাৰত এখন সদস্য ৰাষ্ট্র?

(ক) SAFTA (খ) ASEAN (গ) NAFTA (ঘ) OPEC

উত্তৰঃ

৪৬। ৰােমৰ পৰা ভাৰত হৈ চীন অভিমুখী বাণিজ্য পথটোৰ নাম কি আছিল?

(ক) ভূমধ্য সাগৰীয় পথ

(খ) ৰেচম পথ 

(গ) অন্তৰীপ পথ

(ঘ) প্রাচ্য -পাশ্চাত্য পথ 

উত্তৰঃ

৪৭। ভাৰতত ইউৰােপীয় বণিকসকলে প্ৰধানকৈ কি কি দ্রব্য সংগ্রহ কৰিছিল? 

উত্তৰঃ

৪৮। কি অৱস্থাত এখন দেশৰ আন্তঃৰাজ্যিক বাণিজ্যিক ঘাটি উদ্ভৱ হয়? 

উত্তৰঃ

৪৯। গােলকীয় বাণিজ্য প্রণালীৰ তদাৰকী প্রতিষ্ঠানটোৰ নাম কি?

(ক) উমৈহতীয়া মূল্যমানৰ বাণিজ্য সংস্থা ( GATT )

(খ ) বিশ্ব বাণিজ্য সংস্থা ( WTO ) 

(গ) আঞ্চলিক বাণিজ্য গােট ( RTB)

(ঘ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সমুত্থান ( CIT )

উত্তৰঃ

৫০। তলৰ কোনটো বন্দৰ শোধনাগাৰসেৱী বন্দৰৰ শ্ৰেণীভুক্ত?

(ক)  কাণ্ডালা

(খ) পাড়াদ্বীপ

(গ) কলম্বো 

(ঘ) এটাও নহয়।

উত্তৰঃ

(খ) তলৰ প্রশ্নসমূহৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

 ১। আর্থিক কাম – কাজ আৰু জীৱিকাৰ প্ৰভেদ উদাহৰণসহ দাঙি ধৰা। 

উত্তৰঃ-

২। প্রাথমিক খণ্ডৰ আর্থিক কাম – কাজৰ লক্ষণবােৰ আলােচনা কৰা।

 উত্তৰঃ-

৩। আধুনিক যুগৰ সংগ্রহ বৃত্তিৰ ধৰণ কৰণৰ এটি আভাস দিয়া।

উত্তৰঃ-

৪। অঘৰী পশুপালনৰ মূল লক্ষণবােৰ উল্লেখ কৰা।

উত্তৰঃ-

৫। অঘৰী পশুপালন প্রণালীৰে পৃথিৱীৰ কোন কোন অঞ্চলত কি কি জন্তু পালন কৰা হয়? 

উত্তৰঃ-

৬। ঋতুপ্ৰব্ৰজন কি? অনুভূমিক আৰু উলম্ব ঋতুপ্ৰব্ৰজনৰ পার্থক্য দাঙি ধৰা।

উত্তৰঃ- 

৭। সাম্প্রতিক ঔদ্যোগিক অর্থব্যৱস্থাত কৃষিকাৰ্যৰ গুৰুত্ব হ্রাস পােৱা নাই কিয়?

উত্তৰঃ-

 ৮। ‘ অন্তৰণ কৃষিৰ ভৱিষ্যৎ উজ্জ্বল নহয়। এই উক্তিৰ যুক্তিযুক্ততা নির্ধাৰণ কৰা। 

উত্তৰঃ-

৯। পৰম্পৰাগত পােষক কৃষিৰ লক্ষণসমূহ দাঙি ধৰা।

উত্তৰঃ-

১০। বাণিজ্যিক কৃষিৰ মূল লক্ষণবােৰ দাঙি ধৰা।

উত্তৰঃ-

১১। ৰােপণ কৃষি কি ? এই পদ্ধতিৰে কি কি শস্য উৎপন্ন কৰা হয়?

উত্তৰঃ- 

১২। মিশ্র কৃষিৰ বৈশিষ্ট্যসমূহ উপস্থাপন কৰা।

উত্তৰঃ-

 ১৩। উদ্যান শস্যৰ ক্ষেত্রসমূহ চহৰৰ নাতিদূৰত অৱস্থিত কিয়?

উত্তৰঃ-

১৪। যৌথ কৃষি আৰু সমবায় কৃষিৰ মাজত কি কি মিল দেখা যায়?

উত্তৰঃ-

 ১৫। বিস্তীর্ণ দুগ্ধপামসমূহ শীতলন আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল কিয়? 

উত্তৰঃ-

১৬। খনিজ দ্রব্যৰ মুক্ত খননৰ তুলনাত ভুগভীয় খননকার্য ব্যয়বহুল কিয়? 

উত্তৰঃ-

১৭। সম্পদৰ প্ৰকৰণ পৰিক্ৰমাত প্রযুক্তি প্রয়ােগ কার্যই উদ্যোগ। ” উক্তিটোৰ যথার্থতা বিচাৰ কৰা।

উত্তৰঃ- 

১৮। উদ্যোগ অথবা শিল্পকর্মীক দ্বিতীয় পর্যায়ৰ আর্থিক কাম কাজ বােলে কিয়? 

উত্তৰঃ-

১৯। আধুনিক গুৰু উদ্যোগ যন্ত্ৰীকৰণৰ বৈশিষ্ট্য উপস্থাপন কৰা।

উত্তৰঃ-

২০। ঔদ্যোগিক ক্ষেত্রসমূহত কাৰিকৰী নতুনত্বৰ তাৎপর্য কি? 

উত্তৰঃ-

২১। ৰাসায়নিক উদ্যোগ কাক বােলে? এই শ্ৰেণীৰ উদ্যোগৰ পৰিসৰ উল্লেখ কৰা । 

উত্তৰঃ-

২২। উদাহৰণসহ উপভােগী আৰু বুনিয়াদী উদ্যোগৰ পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ-

২৩। যৌথ উদ্যোগৰ ধৰণ কৰণ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ-

২৪। ৰুঢ় কয়লাখনি এলেকাত সম্প্রতি লাে – তীখা উদ্যোগৰ সমস্যাবােৰ কি কি? 

উত্তৰঃ-

২৫। ধূমায়ন উদ্যোগ কি? এনে উদ্যোগ ক্ষেত্ৰৰ সমস্যাসমূহ দাঙি ধৰা। 

উত্তৰঃ-

২৬। লাে – তীখা উদ্যোগক বুনিয়াদী উদ্যোগ বােলে কিয়?

উত্তৰঃ-

২৭। কেনে পৰিৱেশৰ অৱস্থানত লাে – তীখা উদ্যোগ গঢ় লােৱা দেখা যায় ? 

উত্তৰঃ-

২৮। কপাহী বয়ন উদ্যোগ কেৱল কপাহতলী অঞ্চলত ঘনীভূত হােৱাৰ কোনাে কাৰণ নাই। ” উক্তিটোৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰঃ-

 ২৯। তৃতীয়ক জীৱিকা খণ্ডৰ মূল প্ৰকাৰসমূহ কি কি? প্ৰতিটো প্ৰকাৰৰ একোটা উদাহৰণ দিয়া। 

উত্তৰঃ-

৩০। গ্রামাঞ্চলৰ বাণিজ্যৰ মূল লক্ষণবােৰ কেনেকুৱা? 

উত্তৰঃ-

৩১। পাইকাৰী বাণিজ্যৰ মূল লক্ষণসমূহ উল্লেখ কৰা। 

উত্তৰঃ-

৩২। খুচুৰা বাণিজ্যৰ পৰিৱেশন পদ্ধতিসমূহৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ-

৩৩। পৰিবহনক মানৱ আৰু পণ্যসম্পদৰ মূল্যদায়ী সেৱা  বােলা হয় কিয়? 

উত্তৰঃ-

৩৪। পর্যটন কাক বােলে? এই উদ্যোগৰ বৈশিষ্ট্য কি? 

উত্তৰঃ-

৩৫। পর্যটনৰ লগত ধাতুৰ সম্পর্ক পর্যালােচনা কৰা।

উত্তৰঃ-

৩৬। চতুর্থক খণ্ডৰ জীৱিকা কাক বােলে? এনে শ্রেণীৰ জীৱিকাৰ অন্তৰ্গত কাম – কাজৰ পৰিসৰ চমুকৈ আলােচনা কৰা।

উত্তৰঃ-

৩৭। পঞ্চমক খণ্ডৰ জীৱিকা কি? এইসমূহ জীৱিকাৰ সাধাৰণ লক্ষণবােৰ কি কি?

উত্তৰঃ-

৩৮। পৃথিবী ব্যাপী পৰিবহন প্রণালীটোত পথ পৰিবহনৰ জনপ্রিয়তা আটাইতকৈ বেছি হােৱাৰ কাৰণসমূহ বিচাৰ কৰা।

উত্তৰঃ-

৩৯। পাৰ – মহাদেশীয় ৰে’লপথ কাক বােলে? অৰিয়েন্ট এক্সপ্ৰেছ ৰে’লপথৰ সংৰেখন আৰু আৰ্থ – সাংস্কৃতিক গুৰুত্ব দাঙি ধৰা। 

উত্তৰঃ-

৪০। ট্রান্স ছাইবেৰিয়ান ৰে’লপথৰ সংৰেখন আৰু বাণিজ্যিক তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ-

৪১। পানামা আৰু চুয়েজ খাল প্রযুক্তিগত পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ-

৪২। সমুদ্র পৰিবহনৰ তিনিটা সুবিধা উল্লেখ কৰা ।

উত্তৰঃ-

৪৩। কেতিয়া কেনেকৈ ৰেচম পথটো মুকলি হৈছিল? এই পথৰ তাৎপর্য কি? 

উত্তৰঃ-

৪৪। দাস প্রথা কি ? এই প্রথাৰ চমু ইতিহাস দাঙি ধৰা। 

উত্তৰঃ-

৪৫। বিশ্ব বাণিজ্য সংস্থাৰ মূল প্রকার্য কি? 

উত্তৰঃ-

৪৬। আঞ্চলিক বাণিজ্য গােটসমূহ গঠন হােৱাৰ কাৰণ আৰু সাম্ভাব্য পৰিণতি সম্পর্কে চমু আলােচনা যুগুত কৰা। 

উত্তৰঃ-

৪৭। ৰাষ্ট্র এখনৰ উন্নয়ন পর্যায় অনুসৰি আমদানি আৰু ৰপ্তানিৰ লক্ষণ সলনি হােৱাৰ কাৰণ পর্যালােচনা কৰা।

উত্তৰঃ-

৪৮। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত এখন ৰাষ্ট্ৰৰ পৰম্পৰাৰ প্ৰভাৱ কেনেদৰে প্রতিফলিত হয়?

উত্তৰঃ-

৪৯। মুক্ত বাণিজ্যৰ সাম্ভাব্য ক্ষতিসমূহ থােৰতে আলােকপাত কৰা ।

উত্তৰঃ-

৫০। সামুদ্রিক বন্দৰ আৰু অন্তর্দেশীয় বন্দৰৰ প্রভেদ দাঙি ধৰা।

উত্তৰঃ-

 ( গ ) কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্ৰশ্নৰ মূল্যাংক -৫ )  

১। পৰম্পৰাগত চিকাৰ আৰু সংগ্রহ কার্যসমূহ বর্তমান কেনেকুৱা অৱস্থাত ক’ত ক’ত পােৱা যায়?

উত্তৰঃ-

২। পৃথিৱীৰ ভিন্ ভিন্ অঞ্চলৰ অঘৰী পশুপালন সম্পর্কে এটি বিৱৰণ দিয়া। 

উত্তৰঃ-

৩। বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহৰ এটি আভাস প্রস্তুত কৰা।

উত্তৰঃ-

 ৪। অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ পাৰ্থক্যসমূহ আলােকপাত কৰা। 

উত্তৰঃ-

৫। আজিৰ অৰ্থব্যৱস্থাত প্রয়ােজনীয় সম্পদ উৎপাদনৰ আধাৰ হিচাপে কৃষিকাৰ্যৰ গুৰুত্ব আলােচনা কৰা।

উত্তৰঃ-

 ৬। পৰম্পৰাগত পােষক কৃষি কেইপ্ৰকাৰৰ? কেনে পৰিৱেশত পৰম্পৰাগত কৃষিৰ বিস্তাৰ ঘটে? যিকোনাে এটা প্ৰকাৰৰ পৰম্পৰাগত কৃষিৰ লক্ষণবােৰ দাঙি ধৰা।

উত্তৰঃ-

 ৭। ৰােপণ কৃষিৰ মূল লক্ষণবােৰ উপস্থাপন কৰা। বিভিন্ন দেশৰ ৰােপণ শস্যৰ দুটামান উদাহৰণ দিয়া।

উত্তৰঃ-

 ৮। বাণিজ্যিক দুগ্ধপামসমূহৰ বৈশিষ্ট্য কি? পৃথিৱীৰ কোনবােৰ অঞ্চলত এই শিল্পৰ প্ৰসাৰ দেখা যায়।

উত্তৰঃ- 

৯। প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ কাম – কাজৰ সম্পর্ক উদাহৰণসহ আলােচনা কৰা। 

উত্তৰঃ-

১০। বৃহৎ কাৰিকৰী উদ্যোগৰ অৱস্থানৰ ওপৰত কেঁচামাল , বজাৰ আৰু শক্তি সম্পদৰ অৱস্থানিক প্রভাৱ। থােৰতে উপস্থাপন কৰা।

উত্তৰঃ- 

১১। শিল্প – উদ্যোগৰ লগত পৰিবহন আৰু যােগাযােগ ব্যৱস্থাৰ সম্পর্ক বিশ্লেষণ কৰা।

উত্তৰঃ- 

১২। উচ্চপ্রযুক্তি উদ্যোগ কি? এই উদ্যোগক আন কি নামে জনা যায়? এই শ্রেণীৰ উদ্যোগৰ বৈশিষ্ট্যসমূহ এটি বিৱৰণ দিয়া। 

উত্তৰঃ-

১৩। পৃথিৱীত বৃহৎ লাে – তীখা উদ্যোগৰ বিতৰণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ-

১৪। কপাহী বয়ন উদ্যোগৰ বিস্তৃতিৰ কাৰকসমূহ উল্লেখ কৰি পৃথিৱীত এই উদ্যোগৰ বিতৰণ সম্পর্কে এটি প্রতিবেদন প্রস্তুত কৰা।

উত্তৰঃ-

 ১৫। কেনেধৰণৰ পৰিৱেশ আৰু অবয়বে পর্যটকক আকর্ষণ কৰে? এনেধৰণৰ পৰিৱেশ আৰু অৱয়বে কি কাৰণত কোন কোন শ্রেণীৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে? 

উত্তৰঃ-

১৬। পৰিবহনৰ প্রণালী এটাত গ্রন্থি আৰু পথখণ্ডসমূহৰ লক্ষণ আৰু গুৰুত্ব নির্ধাৰণ কৰি এটা টোকা যুগুত কৰা।

উত্তৰঃ-

১৭।পৰিবহন প্রণালী মানে কি? পৰিবহনৰ প্রধান মাধ্যমসমূহ কি কি? ৰাষ্ট্রৰ বিভিন্ন কাম – কাজসমূহ পৰিবহন বিভিন্ন সেৱাৰ ওপৰত কিমানদূৰ নিৰ্ভৰশীল হৈ থাকে?

উত্তৰঃ-

১৮। বাণিজ্য, পৰিবহন আৰু যােগাযােগৰ পাৰস্পৰিক সম্পর্ক উদাহৰণসহ দাঙি ধৰা। 

উত্তৰঃ-

১৯। পৃথিৱীৰ বিভিন্ন মহাদেশৰ মূখ্য পথসমূহৰ বিস্তৃতি সম্পর্কে এটি বিৱৰণ দাঙি ধৰা। 

উত্তৰঃ-

২০। পৃথিৱীৰ কোনবােৰ দেশত ৰে’ল পৰিবহনৰ গুৰুত্ব অধিক দেখা যায়? ভাৰত, কানাডা আৰু ভূমধ্য সাগৰীয় ইউৰােপৰ ৰেলৈ পৰিবহনৰ মাজত প্ৰকার্যগত পার্থক্য আলােচনা কৰা। 

উত্তৰঃ-

২১। বিশ্ব বাণিজ্য ঘাইকৈ সমুদ্র পৰিবহনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ কাৰণসমূহ পর্যালােচনা কৰা। 

উত্তৰঃ-

২২। উৎপাদনৰ আঞ্চলিক বৈশিষ্ট্যৰ লগত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পর্ক আলােচনা কৰা।

উত্তৰঃ-