মানৱ-সম্পদ উন্নয়ন | অধ্যায় ১৩ | Chapter 13 | Class 12 Geography Question and Answer Assam | HS Second Year Geography Question and Answer Assamese Medium | Class 12 Geography Question and Answer Suggestion | Class 12 Geography Free Question and Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোল |

Chapter 13

মানৱ-সম্পদ উন্নয়ন

(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্রতিটো প্ৰশ্নৰ মূল্যাংক -১ ) 

১। ১৯৫১-২০০১ চনৰ সময়ছােৱাত ভাৰতৰ জনসংখ্যা মুঠ বৃদ্ধি হৈছেঃ

 (ক) ২.৮৪৪ গুণ (খ) ১.৮৪৪ গুণ (গ) ১.৫১৫ গুণ (ঘ) ০.৫১৫ গুণ

উত্তৰঃ 

২। ভাৰতৰ সর্ববৃহৎ ৰাজ্য ৰাজাস্থান জনসংখ্যাৰ লেখত ভাৰতৰ প্ৰদেশসমূহৰ ভিতৰতঃ

(ক) প্রথম (খ) চতুর্থ (গ) অষ্টম (ঘ) দশম 

উত্তৰঃ

৩। তলৰ কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব সর্বাধিক? 

(ক) কেৰল (খ) তামিলনাড়ু (গ ) পশ্চিমবংগ (ঘ) উত্তৰপ্ৰদেশ 

উত্তৰঃ 

৪। সাম্প্রতিক দশকত ভাৰতৰ জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল কেইবছৰ?

 (ক) ১০ বছৰ (খ) ২৫ বছৰ (গ) ৩৬ বছৰ (ঘ) ৪০ বছৰ 

উত্তৰঃ 

৫। ২০০১-২০১১ চনৰ দশকত ভাৰতত সর্বাধিক জনসংখ্যা বৃদ্ধি ঘটা ৰাজ্যখন?

 (ক) মহাৰাষ্ট্র (খ) কেৰল (গ) চিকিম (ঘ) নাগালেণ্ড

উত্তৰঃ 

 ৬। ভাৰতত মুঠ কথিত ভাষাৰ সংখ্যা হৈছে? 

(ক) ১৯ টা (খ) ২৩ টা (গ) ৯৪ টা (ঘ) ১৬০০-১৭০০টা

উত্তৰঃ 

 ৭। তলৰ কোনকেইটা ধৰ্মত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা নহয়?

(ক) পাৰ্সী (খ) বৌদ্ধ (গ) শিখ (ঘ) জৈন

উত্তৰঃ 

৮।  তলৰ ৰাজ্যসমূহৰ কোনটো যুটিত কৃষিভিন্ন কাম – কাজত নিযুক্ত লােকৰ সংখ্যা অধিক? 

(ক) গােৱা, কেৰল, পঞ্জাব 

(খ) ছত্তীসগঢ়, মধ্যপ্রদেশ, হিমাচল প্রদেশ

(গ) পঞ্জাব, হৰিয়াণা, বিহাৰ

(ঘ ) পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড়

উত্তৰঃ 

৯। ২০০১ চনৰ জনগণনাত ভাৰতৰ কিমান নাগৰিকে জন্মস্থানভিন্ন অন্য ঠাইত বাস কৰা পােৱা গৈছিল? 

(ক) ৩০.৭ কোটি (খ) মুঠ জনসংখ্যাৰ ১৪ শতাংশ (গ) ২৩ কোটি (গ) ১৪ কোটি 

উত্তৰঃ 

১০। ভাৰতৰ কোনখন ৰাজ্য আন্তঃৰাজ্যিক প্রব্রজনৰ সৰ্ববৃহৎ লক্ষ্যস্থল? 

(১) বিহাৰ (২) মহাৰাষ্ট্র (৩) অসম (৪) হৰিয়াণা 

উত্তৰঃ

১১। মানৱ সম্পদ উন্নয়নৰ ১৯৯৩ চনৰ প্রতিবেদনত উন্নয়নৰ ন্যূনতম স্বৰ্ত দুটা কি কি?

 উত্তৰঃ-  

১২। মানৱ সম্পদ উন্নয়নৰ লেখেৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ অৱস্থান কেনেকুৱা? 

 উত্তৰঃ-  

১৩। ভাৰতৰ কোন প্রদেশত কন্যা – শিশুৰ সংখ্যা সর্বনিম্ন? 

 উত্তৰঃ- 

১৪। কোনখন ৰাজ্যত মানৱ উন্নয়নৰ সূচকাংক দেশৰ ভিতৰতে সর্বোচ্চ? 

 উত্তৰঃ-  

১৫। ভাৰতত আভ্যন্তৰীণ প্ৰব্ৰজনৰ আটাইতকৈ শক্তিশালী কাৰক কোনটো? 

 উত্তৰঃ-

১৬। তলৰ কোনটো শ্ৰেণীৰ প্ৰব্ৰজনত পুৰুষ প্ৰব্ৰজকৰ সংখ্যাধিক্য দেখা যায়?

(ক) গ্রামাঞ্চলৰ পৰা গ্রামাঞ্চল।

(খ) গ্রামাঞ্চলৰ পৰা চহৰাঞ্চল।

(গ ) চহৰাঞ্চলৰ পৰা চহৰাঞ্চল।

(ঘ) চহৰাঞ্চলৰ পৰা গ্রামাঞ্চল।

উত্তৰঃ

১৭। ভাৰতৰ কোন প্রদেশত পৌৰ বাসিন্দাৰ অনুপাত সর্বাধিক? 

 উত্তৰঃ-

১৮। ভাৰতৰ কোন ৰাজ্যত সর্বাধিক হাৰৰ সাক্ষৰতা পােৱা যায়?

 উত্তৰঃ-

১৯। ভাৰতৰ সর্বনিম্ন স্ত্রী – সাক্ষৰতাৰ ৰাজ্যখন কি? 

 উত্তৰঃ-

২০। ২০০৫ চনৰ লেখত ভাৰতৰ মানৱ উন্নয়ন সূচকাংক কিমান? 

 উত্তৰঃ- 

(খ) তলৰ প্রশ্নসমূহৰ উত্তৰ ৩০ টা শব্দৰ ভিতৰত লিখা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ ) 

১। ভাৰতত জনসংখ্যাৰ অ-সমবিতৰণৰ জলবায়ুজনিত কাৰণসমূহ উপস্থাপন কৰা। 

 উত্তৰঃ-

২। আঞ্চলিক পৰিসৰত ভাৰতৰ জনসংখ্যা ঘনত্বৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ-

 ৩। ১৯৫১-৮১ চনৰ কালছােৱাত ভাৰতৰ জনসংখ্যা সর্বাধিক হাৰত বৃদ্ধি পােৱাৰ প্ৰধান কাৰণসমূহ দাঙি ধৰা।

 উত্তৰঃ-

৪। ভাৰতৰ কোন ৰাজ্যত গ্রাম্য বসতিৰ অনুপাত সর্বোচ্চ? ৰাজ্যখনত উচ্চহাৰৰ গ্ৰাম্য বসতিৰ যিকোনাে এটা কাৰণ আলােচনা কৰা।

 উত্তৰঃ-

 ৫। ভাৰতৰ মানৱ সম্পদৰ অধিকাংশ কৃষিখণ্ডত নিযুক্ত হৈ থকাৰ কাৰণ আৰু পৰিণাম উপস্থাপন কৰা। 

 উত্তৰঃ-

৬। বিংশ শতিকাৰ দ্বিতীয়ার্ধত ভাৰতীয় লােকৰ বহিঃপ্রব্রজনৰ ধৰণ – কৰণ আলােচনা কৰা। 

 উত্তৰঃ-

৭। ভাৰতৰ আন্তঃৰাজ্যিক পর্যায়ৰ জনপ্ৰব্ৰজনৰ এটি প্রতিৰূপ দাঙি ধৰা। 

উত্তৰঃ-

৮। ভাৰতৰ জনপ্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকর্ষণক কাৰণ সম্পর্কে চমু আভাস দিয়া। 

উত্তৰঃ-

৯। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বহিঃপ্রব্রজনৰ অর্থনৈতিক পৰিণতিৰ এটি আভাস দিয়া। 

উত্তৰঃ-

১০। গ্রামাঞ্চলৰ জনদৃশ্যপটৰ ওপৰত চহৰমুখী প্রব্রজনৰ প্ৰভাৱ আলােচনা কৰা।

উত্তৰঃ- 

১১। ভাৰতৰ চহৰসমূহত দেখা দিয়া অন্তঃপ্রব্রজনৰ সমস্যাৱলী উপস্থাপন কৰা।

উত্তৰঃ-

১২। ভাৰতত উন্নয়নৰ সংকেতক হিচাপে বাছি লােৱা কাৰকসমূহৰ তাৎপর্য বিচাৰ কৰা। 

উত্তৰঃ-

১৩। প্ৰদূষণৰ দ্বাৰা সমাজৰ দুর্বলতৰ শ্ৰেণীসমূহ অধিক ক্ষতিগ্রস্ত হয় কিয়? 

উত্তৰঃ- 

১৪। পৰিকল্পনা আয়ােগৰ উন্নয়ন প্রতিবেদন কেনেকৈ প্ৰস্তুত কৰা হয়? 

উত্তৰঃ-

১৫। ভাৰতত কন্যাশিশুৰ সংখ্যা কমি অহাৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ- 

 (গ) তলৰ প্ৰশ্নসমূহ কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ ) 

১। ভাৰতৰ জনসংখ্যাৰ জীৱিকাভিত্তিক সংৰচনাৰ এটি বিৱৰণ যুগুত কৰা। 

উত্তৰঃ-

২। প্রাগৈতিহাসিক যুগৰ পৰা আজিলৈকে ভাৰতৰ অন্তঃপ্রব্রজন আৰু বহিঃপ্ৰব্ৰজনৰ তৰংগ আৰু সোঁতসমূহৰ এটি সংক্ষিপ্ত আভাস দিয়া। 

উত্তৰঃ-

৩। ভাৰতত জনপ্ৰব্ৰজনৰ আর্থ – সামাজিক পৰিণতিসমূহ আলােচনা কৰা। 

উত্তৰঃ- 

৪। ভাৰতৰ আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ ফলাফল সম্পর্কে মতামত দাঙি ধৰা। 

উত্তৰঃ-

৫।  বিত্ত, স্বাস্থ্য আৰু শিক্ষাৰ লেখেৰে ভাৰতৰ সাম্প্রতিক উন্নয়নৰ গতিধাৰা বিচাৰ কৰা।

উত্তৰঃ-