Class 11 Education Book Chapter 5 (b) | অধ্যায় ৫ (খ) | জ্ঞান অৰ্জনৰ/জ্ঞাত হোৱাৰ মানসিক প্ৰক্ৰিয়া | MCQs Short Question And Answer |

Chapter 5 (b)

জ্ঞান অৰ্জনৰ/জ্ঞাত হোৱাৰ মানসিক প্ৰক্ৰিয়া

1. মানুহৰ জ্ঞানমূলক অভিজ্ঞতা অৰ্জনৰ মূল ভিত্তি কি?

(ক) স্নায়ুতন্ত্ৰ।

(খ) মস্তিষ্ক।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) স্নায়ুতন্ত্ৰ।

2. সংবেদনক কেইটা শ্ৰেণীত ভাগ কৰা হয়?

(ক) চাৰিটা শ্ৰেণীত ভাগ কৰা হয়।

(খ) তিনিটা শ্ৰেণীত ভাগ কৰা হয়।

(গ) পাঁচটা শ্ৰেণীত ভাগ কৰা হয়।

উত্তৰঃ (খ) তিনিটা শ্ৰেণীত ভাগ কৰা হয়।

3. পেশীয় সংবেদন কিহৰ ফলত সৃষ্টি হয়?

(ক) আভ্য়ন্তৰীন উদ্দীপকৰ ফলত সৃষ্টি হয়।

(খ) পেশীয় সঞ্চালনৰ ফলত সৃষ্টি হয়।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) পেশীয় সঞ্চালনৰ ফলত সৃষ্টি হয়।

4. উইলিয়াম জেমছ কোন?

(ক) শিক্ষাবিদ।

(খ) দাৰ্শনিক।

(গ) মনোবিদ।

উত্তৰঃ (গ) মনোবিদ।

5. মনোবিদসকলৰ মতে মানসিক প্ৰক্ৰিয়া কেইটা পৰ্য্য়ায়ৰ মাজেৰে সংঘটিত হয়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

উত্তৰঃ (খ) তিনিটা।

6. সংবোধনৰ স্থায়িত্ব বুলি কাক কোৱা হয়?

(ক) পেশীৰ সঞ্চালনক।

(খ) উদ্দীপনাৰ স্থায়িত্বক।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) উদ্দীপনাৰ স্থায়িত্বক।

7. সংবেদন কিহৰ উপাদান?

(ক) শিক্ষাৰ।

(খ) জ্ঞানৰ।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) জ্ঞানৰ।

8. মানুহৰ শৰীৰৰ জ্ঞানেন্দ্ৰিয় কেইটা?

(ক) চাৰিটা।

(খ) তিনিটা।

(গ) পাঁচটা।

উত্তৰঃ (গ) পাঁচটা।

9. সংঘবদ্ধতা কি?

(ক) মনোবিজ্ঞানৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ বিষয়।

(খ) সংবোধনৰ এটা প্ৰধান বৈশিষ্ট্য়।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) সংবোধনৰ এটা প্ৰধান বৈশিষ্ট্য়।

10. সংবেদনৰ অৰ্থপূৰ্ণ ব্যাখ্যা কি?

(ক) সংবোধন।

(খ) সংঘবৰ্ধন।

(গ) পৰিচিত।

উত্তৰঃ (ক) সংবোধন।

11. সংবেদনৰ ভূল ব্যাখ্য়া কি?

(ক) অমূলক প্ৰত্য়ক্ষ।

(খ) ভ্ৰান্ত প্ৰত্য়ক্ষ।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) ভ্ৰান্ত প্ৰত্য়ক্ষ।