Class 4 Ramayana Sadhu Chapter 18 MCQ’s Sankardev School | সাগৰৰ ওপৰত সাঁকো | Class 4 Ramayana Sadhu Chapter 18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-18

সাগৰৰ ওপৰত সাঁকো

১) কাৰ লগ লগাত ৰামৰ  শক্তি আৰু বাঢ়িল ?

(ক) লক্ষ্মণ

(খ) বিভীষণৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) বিভীষণৰ।

২) সাগৰ পৰা কেনেকৈ হ’ল ?

(ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সাগৰৰ ওপৰত নাওঁৰে পৰা হৈছিল

উত্তৰঃ (ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল।

৩) সুগ্ৰীৱে সেনা-বাহিনী পৰা কাক মাতিছিল ?      

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) নল আৰু নলী

(গ) হনুমানক আৰু বিভীষণ

উত্তৰঃ (খ) নল আৰু নলী।

৪) অভিযন্তা অৰ্থ কি ?

(ক) ইঞ্জিনিয়াৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) পুলিচ

উত্তৰঃ (ক) ইঞ্জিনিয়াৰ।

৫) নল-নীলে সাগৰ ওপচত কি সাজিলে ?

(ক) ঘৰ সাজিলে

(খ) সাঁকো সাজিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) সাঁকো সাজিলে।

৬) ৰামে কাৰ মনৰ কথা বুজি পালে ?

(ক) বান্দৰ মনৰ কথা

(খ) সিংহ মনৰ কথা

(গ) কেৰ্কেটুৱাৰ মনৰ কথা

উত্তৰঃ (গ) কেৰ্কেটুৱাৰ মনৰ কথা।

৭) কোনে ৰামক একো নকলে ?

(ক) কেৰ্কেটুৱায়ে

(খ) বাম্দৰে

(গ) সিংহয়ে

উত্তৰঃ (ক) কেৰ্কেটুৱায়ে।

৮) ৰামৰ কাক দেখি আচৰিত লাগিল ?

(ক) বান্দৰ দেখি

(খ) কেৰ্কেটুৱাৰ দেখি

(গ) সিংহ দেখি

উত্তৰঃ (ক) বান্দৰ দেখি।

৯) ৰামে কাৰ পিঠিত হাত বুলালে ?

(ক) কেৰ্কেটুৱাৰক

(খ) সিংহক

(গ) বান্দৰক

উত্তৰঃ (ক) কেৰ্কেটুৱাৰক।

১০) ৰামে সাগৰৰ পাৰত কাৰ বিশাল মন্দিৰ সাজিলে ?

(ক) ৰামৰ বিশাল মন্দিৰ

(খ) শিৱৰ বিশাল মন্দিৰ

(গ) গণেশৰ বিশাল মন্দিৰ

উত্তৰঃ (খ) শিৱৰ বিশাল মন্দিৰ।

Type By- Subhas Nath