Class 4 Ramayana Sadhu Chapter 21 MCQ’s Sankardev School | হনুমানে সঞ্জীৱনী আনিলে | Class 4 Ramayana Sadhu Chapter 21 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-21

হনুমানে সঞ্জীৱনী আনিলে

১) কোনে সঞ্জীৱনী আনিলে ?

(ক) ৰামে

(খ) হনুমানে

(গ) অঙ্গদে

উত্তৰঃ (খ) হনুমানে।

২) কাৰ মূৰ্ছা গৈছিল ?

(ক) ৰামৰ

(খ) হনুমানৰ

(গ) লক্ষ্মণৰ

উত্তৰঃ (গ) লক্ষ্মণৰ।

৩) কি কাৰণে ডাঙৰ ডাঙৰ বেজ-কবিৰাজক মাতি আনিছিল ?

(ক) ৰামৰ মূৰ্ছা যোৱা কাৰণে

(খ) লক্ষ্মণৰ মূৰ্ছা যোৱা কাৰণে

(গ) অঙ্গদ মূৰ্ছা যোৱা কাৰণে

উত্তৰঃ (খ) লক্ষ্মণৰ মূৰ্ছা যোৱা কাৰণে।

৪) বিভীষণে কাক লঙ্কাৰ পৰা সুষেণ বেজক মাতিৱলৈ কৈছিল ?

(ক) হনুমানক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰামক

উত্তৰঃ (ক) হনুমানক।

৫) হনুমানে কাক ঘৰৰ সৈতে উঠাই আনিলে ?

(ক) সুষেণ বেজক

(খ) নাচিকেত বেজক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সুষেণ বেজক।

৬) সঞ্জীৱনী থকা পৰ্বতৰ নাম কি ?

(ক) নীলাচ পৰ্বত

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) দ্ৰোণ পৰ্বত

উত্তৰঃ (গ) দ্ৰোণ পৰ্বত।

৭) আনন্দৰ বিপৰীত শব্দ কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) দুখ

(গ) সুখ

উত্তৰঃ (গ) সুখ।

৮)বাটত হনুমানে ৰাৱণৰ কোন বন্ধু লগ পালে ?

(ক) কালনেমি নামৰ ৰাক্ষস

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নাচিকে নামৰ ৰাৈক্ষস

উত্তৰঃ (ক) কালনেমি নামৰ ৰাক্ষস।

৯) ভৰতে কাক দেখা পালে ?

(ক) ৰামক

(খ) লক্ষ্মণক

(গ) হনুমানক

উত্তৰঃ (গ) হনুমানক।

১০) হনুমানে কাৰ কাৰণে সঞ্জীৱনী আনিলে ?

(ক) ৰামৰ কাৰণে

(খ) লক্ষ্মণৰ কাৰণে

(গ) অঙ্গদ কাৰণে

উত্তৰঃ (খ) লক্ষ্মণৰ কাৰণে।

Type By- Subhas Nath