Class 4 Ramayana Sadhu Chapter 24 MCQ’s Sankardev School | ৰাৱণ বধ | Class 4 Ramayana Sadhu Chapter 24 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 24

ৰাৱণ বধ

১) লঙ্কা ৰজা কোন আছিল ?

(ক) মেঘনাদৰ

(খ) ৰাৱণ

(গ) বিভীষণ

উত্তৰঃ (খ) ৰাৱণ।

২) কাৰ সকলো প্ৰধান বীৰৰ মৃত্যু হৈছিল ?

(ক) ৰাৱণৰ

(খ) বিভীষণ

(গ) মেঘনাদৰ

উত্তৰঃ (খ) বিভীষণ।

৩) ৰাৱণক কোনে সীতা ঘূৰাই দিব দিছিল ?

(ক) মোহিনী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মন্দোদৰীয়ে

উত্তৰঃ (গ) মন্দোদৰীয়ে।

৪) কোন মহান,দয়ালু আৰু ৰাৱণক ক্ষমা কৰিব ?

(ক) লক্ষ্মণ

(খ) ৰাম

(গ) হনুমান

উত্তৰঃ (খ) ৰাম।

৫) কাৰ মূৰৰ ওপৰত কালে নাচি আছিল ?

(ক) ৰাৱণৰ

(খ) ৰামৰ

(গ) লক্ষ্মণৰ

উত্তৰঃ (ক) ৰাৱণৰ।

৬) কাৰ নিজৰ ওপৰত বৰ গৰ্ব আছিল ?

(ক) কুম্ভকৰ্ণৰ

(খ) মেঘনাদৰ

(গ) ৰাৱণৰ

উত্তৰঃ (গ) ৰাৱণৰ।

৭) ৰাম-ৰাৱণৰ যুদ্ধ কেইদিন হৈছিল ?

(ক) ১৫ দিন

(খ) ১৩ দিন

(গ) ১২ দিন

উত্তৰঃ (খ) ১৩ দিন।

৮) চৈধ্য দিনৰ দিনা কোনে নিজে ৰণথলীলৈ আহিছিল ?

(ক) ৰামে

(খ) হনুমানে

(গ) ৰাৱণে

উত্তৰঃ (গ) ৰাৱণে।

৯) কোনে সোণৰ ৰথত উঠি আহিছিল ?

(ক) ৰাৱণে

(খ) ৰাম

(গ) মেঘনাদে

উত্তৰঃ (ক) ৰাৱণে।

১০) ৰাৱণৰ কোনে মাৰিছিল ?

(ক) হনুমানে

(খ) ৰামে

(গ) লক্ষ্মণে

উত্তৰঃ (খ) ৰামে।

Type By- Subhas Nath