Class 5 Assamese Book Chapter 4 |  পিঠাৰ মেল | MCQs Short Question Answer SCERT School |

Chapter 4

পিঠাৰ মেল

১। পিঠাৰ মেল কবিতাটোৰ ৰচক কোন?

(ক)অতুলচন্দ্ৰ হাজৰীকা

(খ)মিত্ৰদেৱ মহন্ত

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (ক)অতুলচন্দ্ৰ হাজৰীকা

২। খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল?

(ক)ফেনিপিঠাই খোলাচাপৰীয়া বাই বুলি

(খ)সুতুলাপিঠাই খোলাচাপৰী বুলি

(গ)চোঙাপিঠাই খোলাচাপৰী বাই বুলি

উত্তৰঃ (গ)চোঙাপিঠাই খোলাচাপৰী বাই বুলি

৩। অকণমানীয়ে পিঠা,লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে?

(ক)ভাত

(খ)মিঠাই

(গ)লুচি,বিস্কুট, আৰু চাহ পানী

উত্তৰঃ (গ)লুচি,বিস্কুট, আৰু চাহ পানী

৪। বিহুৰ আগদিনাক কি বোলে?

(ক)উৰুকা

(খ)বিহু

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)উৰুকা

৫। বিহু কেইটা?

(ক)৩ টা

(খ)১ টা

(গ)২ টা

উত্তৰঃ (ক)৩ টা

৬। শস্য আদি থ’বৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি বিধক কি বোলে?

(ক)কাহি

(খ)পাচি

(গ)খালৈ

উত্তৰঃ (খ)পাচি

৭। বস্তু সামৰি থোৱা কোঠাক কি বোলে?

(ক)ৰুম

(খ)ভঁৰালী কোঠা

(গ)মোনা

উত্তৰঃ (খ)ভঁৰালী কোঠা

৮। বিহুৰ উৰুকা ৰাতি পিঠাবোৰে ক’ত বহি আছিল?

(ক)বিচনাত

(খ)চোফাত

(গ)পাচিত

উত্তৰঃ (গ)পাচিত

৯। পিঠাবোৰে বহি কি কৰি আছিল?

(ক)কথা পাতি আছিল

(খ)চাহ খাই আছিল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)কথা পাতি আছিল

১০। পাঁতি শব্দৰ অৰ্থ কি?

(ক)ঢাৰি বা পাটি

(খ)শাৰী অৰ্থত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)শাৰী অৰ্থত

১১। পাটী শব্দৰ অৰ্থ কি?

(ক)ঢাৰি বা পাটি

(খ)শাৰী অৰ্থত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)ঢাৰি বা পাটি

১২। বিদ্যাই কি?

(ক)পৰম ধন

(খ)পৰম দুখ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পৰম ধন

১৩। দৈ কি দি বনোৱা হয়?

(ক)পিঠাগুৰি দি

(খ)আম দি

(গ)গাখীৰ দি

উত্তৰঃ (গ)গাখীৰ দি

১৪। তিল পিঠা কি কৰে?

(ক)ভাজে

(খ)পোৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পোৰে

১৫। বহাগ বিহুৰ আন এটা নাম কি?

(ক)কঙালী

(খ)ভোগালী

(গ)ৰঙালী

উত্তৰঃ (গ)ৰঙালী

১৬। মাঘ বিহুৰ আন এটা নাম কি?

(ক)ৰঙালী

(খ)ভোগালী

(গ)কঙালী

উত্তৰঃ (খ)ভোগালী

১৭। কাতি বিহুৰ আন এটা নাম কি?

(ক)ভোগালী

(খ)কঙালী

(গ)ৰঙালী

উত্তৰঃ (খ)কঙালী

১৮। বহাগ বিহুত কি কৰা হয়?

(ক)হুঁচৰি গোৱা হয়

(খ)মেজি জ্বলোৱা হয়

(গ)তুলসিৰ তলত চাৰি বন্তি জ্বলোৱা হয়

উত্তৰঃ (ক)হুঁচৰি গোৱা হয়

১৯। মাঘৰ বিহুত কি কৰা হয়?

(ক)মেজ্বি জ্বলোৱা হয়

(খ)হুঁচৰি গোৱা হয়

(গ)তুলসিৰ তলত চাকি বন্তি জ্বলোৱা হয়

উত্তৰঃ (ক)মেজ্বি জ্বলোৱা হয়

২০। কাতি বিহুত কি কৰা হয়?

(ক)মেজ্বি জ্বলোৱা হয়

(খ)তুলসিৰ তলত চাকি বন্তি জ্বলোৱা হয়

(গ)হুঁচৰি গোৱা হয়

উত্তৰঃ (খ)তুলসিৰ তলত চাকি বন্তি জ্বলোৱা হয়