Class 5 Assamese Chapter 7 | ফুলকোঁৱৰৰ গীত | MCQs Short Question Answer SCERT School |

Chapter 7

ফুলকোঁৱৰৰ গীত

১। ফুলকোঁৱৰ উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?

(ক)লোহাৰৰ

(খ)কাঠৰ

(গ)প্লাষ্টিকৰ

উত্তৰঃ (খ)কাঠৰ

২। ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল?

(ক)মালিনী বাৰীত

(খ)ফুলকোঁৱৰৰ ঘৰত

(গ)গছত

উত্তৰঃ (ক)মালিনী বাৰীত

৩। ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?

(ক)মালিনীয়ে

(খ)ফুলকোঁৱৰে

(গ)ফুলকোঁৱৰীয়ে

উত্তৰঃ (খ)ফুলকোঁৱৰে

৪। ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?

(ক)যাদু শক্তিৰে

(খ)ঘোঁৰাত উঠি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ঘোঁৰাত উঠি

৫। গোলাপ ফুলৰ পাহি কেনেকুৱা ৰঙা?

(ক)টিকটিকীয়া

(খ)ধক্ধকীয়া

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)টিকটিকীয়া

৬। ককা আৰু নাতি-লৰা কবিতাটো কোনে ৰচনা কৰিছিল?

(ক)ভবেন্দ্ৰনাথ শইকীয়াই

(খ)মিত্ৰদেৱ মহন্তই

(গ)যতীন্দ্ৰ নাথ দুৱৰাই

উত্তৰঃ (গ)যতীন্দ্ৰ নাথ দুৱৰাই

৭। টিপা শব্দৰ অৰ্থ কি?

(ক)জোঙা অস্ত্ৰ

(খ)আঙুলি বা হাতেৰে মৰা চেপা

(গ)ভাগ্য/অৱস্থা

উত্তৰঃ (খ)আঙুলি বা হাতেৰে মৰা চেপা

৮। শাল শব্দৰ অৰ্থ কি?

(ক)এমূৰ-জোঙা চুটি খুঁটি

(খ)শংখ

(গ)ভাগ্য/অৱস্থা

উত্তৰঃ (ক)এমূৰ-জোঙা চুটি খুঁটি

৯। চলি শব্দৰ অৰ্থ কি?

(ক)জোঙা অস্ত্ৰ

(খ)চাঁচি এৰুওৱা পাতল কাঠ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)চাঁচি এৰুওৱা পাতল কাঠ

১০। শূল শব্দৰ অৰ্থ কি?

(ক)ভাগ্য/অৱস্থা

(খ)শংখ

(গ)জোঙা অস্ত্ৰ

উত্তৰঃ (গ)জোঙা অস্ত্ৰ

১১। দশা শব্দৰ অৰ্থ কি?

(ক)জোঙা অস্ত্ৰ

(খ)ভাগ্য/অৱস্থা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ভাগ্য/অৱস্থা

১২। শঁখা শব্দৰ অৰ্থ কি?

(ক)শংখ

(খ)সখি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)শংখ

১৩। তমস্কাৰ শব্দৰ অৰ্থ কি?

(ক)ভাগ্য/অৱস্থা

(খ)পৰিপাটি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পৰিপাটি

১৪। ‘আমাৰে মইনা শুব এ’ এইটো কি গীত?

(ক)বনগীত

(খ)বিয়ানামবিয়ানাম

(গ)নিচুকনি গীত

উত্তৰঃ (গ)নিচুকনি গীত

১৫। ‘মাৰাৰ অলংকাৰ থোৱা কাতি কৰি’ এইটো কি গীত?

(ক)বিহুগীত

(খ)বনগীত

(গ)বিয়ানাম

উত্তৰঃ (গ)বিয়ানাম

১৬। ‘চ’তে গৈয়ে গৈয়ে বহাগে পালেহি’ এইটো কি গীত?

(ক)নিচুকনি গীত

(খ)বিহুগীত

(গ)বনগীত

উত্তৰঃ (খ)বিহুগীত

১৭। ককা আৰু নাতিল’ৰা একেলগে বহি কি কৰিছে?

(ক)চাহ খাইছে

(খ)কথা পাতিছে

(গ)বালিঘৰ সাজিছে

উত্তৰঃ (গ)বালিঘৰ সাজিছে

১৮। ‘পকাধানৰ মাজে মাজে সৰু সৰু আলি ঐ’ এইটো কি গীত?

(ক)বিহুগীত

(খ)বিয়ানাম

(গ)বনগীত

উত্তৰঃ (গ)বনগীত

১৯। ৰামচন্দ্ৰই কি অলংকাৰ পঠাইছে?

(ক)ৰূপৰ

(খ)সুবৰ্ণৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)সুবৰ্ণৰ

২০। ধ্বন্যাত্মক শব্দৰ অন্য এটা নাম কি?

(ক)অনুকাৰ

(খ)অনুৰূপ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)অনুকাৰ