পৰিমাণৰ তুলনা
অনুশীলনী 8.1
1. এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ’ল। লাভ কিমান হ’ল আৰু শতকৰা লাভ কিমান হ’ল ?
Solution: কিনাদাম = 250 টকা
বিক্ৰীদাম = 260 টকা
লাভ = বিক্ৰীদাম-কিনাদাম
= (260-250)
= 10 টকা
শতকৰা লাভ =
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgq4mlPNHb0KAU6slbkWrFouRol3fKFWbhtSpFS_waUeCZ4xE7rmKLKNXl5EmyyDZE2DTS_p5m1f5OOD5cszufKROYLEMpGfXU5yCwK95jq09JazOmIrNPpyPOeKrje56YTEvZGrqRKiwfR8ezdnmeTbxet0DFXdraGD8QPQkFRgCCahIXd21MTavMiRA/w183-h83/505.png)
= 4%
2. এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15 %লাভ হ’ব।
Solution: কিনাদাম = 60 টকা
শতকৰা লাভ = 15 %
বিক্ৰীদাম = ?
কিনাদাম 100 হ’লে বিক্ৰীদাম = 115
কিনাদাম 1 হ’লে বিক্ৰীদাম = 115/100
কিনাদাম 60 টকা হ’লে বিক্ৰীদাম =
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh5EDUv-H0B-iSKyFkYYJwotN7dZ9-_UnkyGF7Tuy49-s8nj8cu7uUSrAerPRoR8O82NyHrJn1SG8EJ1Ou3SPPxivdQoAj6Lhp6curxFGhxujr9BR9d1fT2nVahStbxsukRXbpM4mdssohsdzwoiPqKqRiq-QoKbWjqHLAfJFNWJpqlIprF0jZYmwZ67g/w157-h106/506.png)
= 69 টকা।
3. ৰমেনে মোবাইল এটা 13, 500 টকাত বেচিলে। তাৰ বেচোতে 20% লোকচান হ’ল। মোবাইলটো কিমান দামত কিনিছিল?
Solution: 20% লোকচানত বেছিলে বেচাদাম = 100-20
= 80টকা
80 টকাত বেছিলে কিনাদাম = 100 টকা
1 টকাত বেছিলে কিনাদাম = 100/80
13500 টকাত বেছিলে কিনাদাম =
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjDCRKJ83pMR6XTUd7dev-3X43BNlYBhsTmZRzR9eeYReH4X44D54Dlk4QRlKnz9wEfHBBs6MNZvb51Gcq6ewWaTVupr2Lex9d0gOeC9O1sPFiy-wORguIGZlqze-gl4C8TfRnO71D6t19gHLJrJJ_HEq1W_D94UWROZh7Wz8Fq8zdeeDlOFXf6FJRS-Q/w199-h103/507.png)
= 5x 3375
= 16875 টকা
4. যদি 10 টা কলমৰ বিক্ৰীদাম 8 টা কলমৰ কিনাদামৰ সমান হয়, তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা।
Solution: 10টা কলমত লোকচান হয় 2 টা কলম
1 টা কলমত লোকচান হয় =
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhtWAfNOvagfBC5WeLzS4UBT9ebFJ8haY_ZjW6OHurgmnFVaTiaR9KQzzbGThFArmaosorVJoS7xMXlIA0hpt_79GeeiWY3tl9M_upv1SomlEDFDDgduCHx-ISoDz-DhKHl8WTD9D8Y4oa2Y3nqyFNe-EB5PrxxXDymxLda5G7seni6C022QqNnibNIUQ/w183-h118/508.png)
= 20%
5. 5000 টকাত কিনা চাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হ’ল। চাইকেলখনৰ বেচাদাম উলিওৱা।
Solution: 12% লাভত বিক্ৰীদাম = 100+12
= 112 টকা
100 টকাত কিনিলে বিক্ৰীদাম = 112 টকা
5000 টকাত কিনিলে বিক্ৰীদাম =
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjF6fG46UqXIan_BmNkNHo6CXYXwRMx-4Kc2qRFWdmxyBBtpHqLgCZVFp54SysVfWtl9i3vlkpaXl0b5luWMTVq2iTd4Vhto3I6UCvhVMpSOQom2ljeLcXW7HmPiL0uaVKmKzt5ysv5Q5xcrgyPUdNvRaHHFVqaeOPnU1u3EQWGSJE2psoqJwW-Wwz1lQ/w189-h91/509.png)
= 5600 টকা
6. কমলে পানীৰ ফিল্টাৰ এটা 4500 টকাত কিনি 4230 টকাত বিক্ৰী কৰিলে। তেওঁৰ শতকৰা লোকচান কিমান হ’ল?
Solution : কিনাদাম = 4500 টকা
বেচাদাম = 4230 টকা
লোকচান = কিনাদাম-বেচাদাম
= 4500 – 4230 টকা
= 270 টকা
শতকৰা লোকচান =
7. এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ’ল। ঘড়ীটোৰ কিনাদাম নিৰ্ণয় কৰা।
Solution: 5% লোকচানত বেচাদাম = 100-5
= 95 টকা
95 টকাত বেছিলে কিনাদাম = 100 টকা
1 টকাত বেছিলে কিনাদাম = 100/95
785 টকাত বেছিলে কিনাদাম =
= 826.32
8. যদি 10 টা বস্তুৰ বেচাদাম 11 টা একে বস্তুৰ কিনাদামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা।
Solution: 10 টা বস্তুত লাভ হয় = 1টা
1 টা বস্তুত লাভ হয় = 1/10
100 টা বস্তুত লাভ হয় =
= 10%
9. এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনত 99000 টকাকৈ কিনিলে। তাৰ এখন বিক্ৰী কৰি তেওঁ 10% লোকচান ভৰিলে। তেওঁৰ এই কিনা-বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ’ল?
Solution: গাড়ী দুখনৰ কিনাদাম = 99000 x2 টকা
= 1,98,000 টকা
10% লাভত বিক্ৰীদাম = (100+10)
=110
1000 টকাত কিনাদাম, বেচাদাম =110
1 টকাত কিনাদাম, বেচাদাম =
99000 টকাত কিনাদাম , বেচাদাম =
=108900 টকা
10% লোকচানত বেচাদাম = (100-10)
= 90 টকা
100 টকা কিনাদাম, বেচাদাম = 90
1 টকা কিনাদাম, বেচাদাম = 90/100
99,000 টকাত কিনাদাম, বেচাদাম =
= 89100
মুঠ বেচাদাম = (108900+89100) টকা
= 198000 টকা