AJB Class 7 Assamese। Chapter 14। সীতানাথ ব্ৰহ্মচৌধুৰী । Short Question Answer

 Chapter 14

সীতানাথ ব্ৰহ্মচৌধুৰী

১। কদম কলি কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ ১৯২৫ চনত প্ৰকাশ হৈছিল। 

২। গাওঁ সংগঠন নাম দি যুক্তাক্ষৰবিহীন এখন কি ৰচনা কৰিছিল?

উত্তৰঃ কিতাপ ৰচনা কৰছিল। 

৩। শেষত তেওঁ মনৰ কৌতূহল দমাব নোৱাৰি কাক সুধিলে?

উত্তৰঃ ককায়েকক সুধিলে । 

৪। সকলোৱে এক হৈ অসমৰ সামগ্ৰিক কিহৰ কাৰণে কাম কৰা উচিত?

উত্তৰঃ উন্নতিৰ কাৰণে কাম কৰা উচিত। 

৫। যুক্তাক্ষৰবিহীন কিতাপখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে।

৬। তিলোত্তমা বৰুৱা ছদ্মনামত কবিতা লিখি কি সৃষ্টি কৰিছিল?

উত্তৰঃ আলোড়নৰ সৃষ্টি কৰিছিল।

৮। ব্ৰহ্মচৌধুৰীয়ে শিক্ষা সাং কৰিয়েই কি কৰিবলৈ আগবাঢ়ি আহে?

উত্তৰঃ সমাজসেৱা কৰিবলৈ আগবাঢ়ি আহে । 

৯। ১৯৪৬ চনত ব্ৰহ্মচৌধুৰী কোন লোকেল ব’ৰ্ডৰ ভাইছ চেয়াৰমেন নিৰ্বাচিত হয়?

উত্তৰঃ ধুবুৰী লোকেল ব’ৰ্ডৰ ভাইছ চেয়াৰমেন নিৰ্বাচিত হয়।

১০। কিমান চনত কিমান তাৰিখে সীতানাথ ব্ৰহ্মচৌধুৰী মৃত্য়ু হয়?

উত্তৰঃ ১৯৮২ চনত ২৩ নৱেম্বত সীতানাথ ব্ৰহ্মচৌধুৰী মৃত্য়ু হয়। 

Type – Boby Bora