AJB Class 7 Assamese। Chapter 15। কাগজ-কলমৰ ৰণ । Short Question Answer

 Chapter 15

কাগজ-কলমৰ ৰণ

১। কাৰ বুকুত ডাঙৰ ডাঙৰ কথা লিখা থাকে?

উত্তৰঃ কাগজৰ বুকুত লিখা থাকে । 

২। সোণটি কাগজ-কলমৰ জঙ্ক পঙ্ক দেখি কাক মাতিছিল?

উত্তৰঃ দেউতাকক মাতিছিল।

৩। ভাল মন হ’লে ভাল কাম হয় বেয়া কৰে বেয়া মনে এই কথা সাৰ কোনে কৈছিল?

উত্তৰঃ আইতাই কৈছিল । 

৪। এই নাটিকাখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰিছিল। 

৫। নৱকান্ত বৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৬ চনত। 

৬। বাঃ বাঃ মহাপুৰুষ ক’লা পানী খায় এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ কাগজে কৈছিল। 

৭। আইতাই সোণটিক বাহিৰত জুৰ বতাহত কি খেলিব দিছে?

উত্তৰঃ টাং গুটি খেলিব দিছে । 

৮। কলম আৰু কাগজে কিহৰ ছেওত যুদ্ধ কৰে?

উত্তৰঃ ভাওনা ছেওত যুদ্ধ কৰে। 

৯। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে  কলৈ ঢাপলি মেলে?

উত্তৰঃ কলকতালৈ ঢাপলি মেলে।

১০। নৱকান্ত বৰুৱা কিমান চনত আৰু কিমান তাৰিখে মৃত্য়ু হৈছিল?

উত্তৰঃ ১৪ জুলাই, ২০০২ চনত মৃত্য়ু হৈছিল ।

Type – Boby Bora