AJB Class 7 Assamese। Chapter 5। অসমীয়া বাৰেৰহণীয়া গীত-মাত । Short Question Answer

Chapter 5

অসমীয়া বাৰেৰহণীয়া গীত-মাত 

১। অতি প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত নানা গীত-মাতৰ কি হৈ আহিছে?

উত্তৰঃ প্ৰচলন হৈ আহিছে।

২। কিছুমান কি গীতৰ মাজেৰে মনৰ মাজত লুকাই থকা দুখৰ ভাবো প্ৰকাশ পায়?

উত্তৰঃ লোক গীত। 

৩। বিভিন্ন আধ্য়াত্মিক বিষয়ৰ গীত অসমীয়া সমাজত ভক্তিভাবে কি কৰা হয়?

উত্তৰঃ পৰিৱেশন কৰা হয়।

৪। গীত-মাতসমূহে অসমৰ ভাষা-সংস্কূতিক কি কৰিছে?

উত্তৰঃ চহকী কৰিছে।

৫। অসমীয়া সমাজত নানা ধৰণৰ ধৰ্মীয় কি পালন কৰা হয়?

উত্তৰঃ উৎসৱ-পাৰ্বণ। 

৭। অভিমানত কাৰ মুখৰ নিচুকণি গীত শুনিলে আমাৰ মান-অভিমান ক’ৰবালৈ পলায়?

উত্তৰঃ আইৰ মুখৰ পৰা। 

৮। পৰম্পৰা, নীতি-উপদেশ আদি সকলোবোৰ কি পৰিচয় বহন কৰে?

উত্তৰঃ দিশৰ পৰিচয় বহন কৰে । 

৯। নাট্য়াভিনয়, সংগীত আদিৰ ৰূপত আজি আমাৰ মাজত কি আছে?

উত্তৰঃ বৰ্তি আছে। 

১০। বিভিন্ন সময়ত ধেমালি কৰোঁতে কোনে গোৱা গীতবোৰ বৰ শুৱলা?

উত্তৰঃ শিশুৱে গোৱা গীতবোৰ বৰ শুৱলা। 

Type – Boby Bora