AJB Class 7 Assamese। Chapter 16। অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল । Short Question Answer

Chapter 16

অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল

১। বিশেষতৈ কিহৰ সমাজত ঢোলৰ আদৰ বেছি?

উত্তৰঃ অসমীয়া সমাজৰ। 

২। প্ৰায়োগিক দিশৰপৰা ঢোলবাদ্য়ক কেপ্ৰকাৰত ভগাব পাৰি?

উত্তৰঃ তিনিপ্ৰকাৰত ভগাব পাৰি । 

৩। বিভিন্ন লোক উৎসৱসমূহত কি বজোৱা হয়?

উত্তৰঃ ঢোল বজোৱা হয়। 

৪। নতুন বছৰটোক আদৰণি জনায় আৰু কৃষি কৰ্মৰ কাৰণে নিজকে কি কৰে?

উত্তৰঃ সাজু কৰে । 

৫। ঢোলৰ কেইটা মূৰ থাকে?

উত্তৰঃদুটা মূৰ থাকে । 

৬। ঢোলৰ খোলাটো আম, কঁঠাল নাইবা কি কাঠেৰে সজা হয়?

উত্তৰঃ চাম কাঠেৰে সজা হয়। 

৭। বিশেষকৈ কিহৰ অবিহনে অসমীয়া বিহু উৎসৱটিৰ কথা ভাবিবলৈয়ে টান লাগে?

উত্তৰঃ ঢোলৰ অবিহনে ভাবিবলৈয়ে টান লাগে ।

৮। ঢোলটো ক’ত ওলোমাই বজাবলৈ সুবিধা হয়?

উত্তৰঃ কান্ধত আৰু ককালত। 

৯। ঢোল বজাই কাক খেদিবলৈ চেষ্টা কৰা হয়?

উত্তৰঃ অপদেৱতাক।

১০। .অসমৰ বাহিৰেও পৃথিৱীৰ আন বহুতো ক’ত ঢোলবাদ্য়ৰ প্ৰচলন আছে?

উত্তৰঃ দেশত আছে ।

Type – Boby Bora