Class 5 Environment | Chapter 18 | অসমৰ চুবুৰীয়া ৰাজ্যসমূহ | Question and Answer Assam | পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ |

Chapter 18

অসমৰ চুবুৰীয়া ৰাজ্যসমূহ

১। উত্তৰ লিখা-

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰঃ 

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ 

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?

উত্তৰঃ 

(ঘ) ব্ৰ্ৰ্ৰহ্মপুত্ৰ নৈৰ ৪খন উপনৈৰ নাম লিখা।

উত্তৰঃ 

(ঙ) মণিপুৰ ৰাজ্য়ত থকা দুখন পাহাৰৰ নাম লিখা।

উত্তৰঃ 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’    –    ‘খ’

অৰুণাচল প্ৰদেশ – ক’হিমা

মিজোৰাম – আগৰতলা

নাগালেণ্ড – ইম্ফল

ত্ৰিপুৰা – আইজল

মণিপুৰ – ইটানগৰ

৩। খালী ঠাই পূৰ কৰা-

(ক)  পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী দ্বীপ।

(খ) মণিপুৰ ৰাজ্য়ৰ  হ্ৰদ প্ৰাকৃতিক ভাৱে হোৱা এক বৃহৎ হ্ৰদ।

(গ) ছিলং এখন  ঠাই।

(ঘ) অৰুণাচল প্ৰদেশৰ   প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।

(ঙ) প্ৰায় সমগ্ৰ মিজোৰাম ৰাজ্যখনেই 

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-

(ক) বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

উত্তৰঃ 

(খ) কাৰ্বি আংলং জিলা সমতলভূমিৰে গঠিত।

উত্তৰঃ 

(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।

উত্তৰঃ 

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে আবৃত।

উত্তৰঃ

(ঙ) মণিপুৰৰ সোঁমাজৰ অংশ প্ৰায় পাহাৰীয়া।

উত্তৰঃ 

৫।ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্য্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা।

উত্তৰঃ 

৬। কোন কেইখন ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়?

উত্তৰঃ 

Type: Pompi Hazarika