Chapter 6
হৰণ
অনুশীলনীঃ (খ)
১। হৰণফল উলিওৱাঃ
ক) ৬৩➗৩ = ২১
খ) ৪৫➗৩ = ১৫
গ) ৭২➗৮ = ৯
ঘ) ১০৮➗৯ = ১২
ঙ) ৮৪➗৭ = ১২
চ) ৮১➗৯ = ৯
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgx1jk23gg3EQj5vi8SiXpQFIIJ2ku3L8ebZBy8d7jbG6y7P3zMK41q6j0k1V5I4g7pFbLDB4iB3M-6uL8DLgVJeMnjYX_04iFcqi3S0-mI2MtA-_3jhQFzRFoEHAzitBnahCBTuxvYIRei3sW7-iWIdmfUpIvKKV__Hnv0_6Xb0UnuLpgXYqDXNHbKLQ/w104-h42/4.png)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgyX5au3R2lbqHcEhpMEiJYre1e8T6Pssw_ay2ZIw_7vGyty8qQ8LIYRt_2WA-VvsxjXF0ekD5UJyZHYNdvODqXQxgr7mewuKGMbmeRGYOeTtOSL5NSALBxgwT7vcMpR2Kk_UwSx0RU4FTltatFsAM9VXSde5iG-ln1xDdRFC-cg-DYv7XyyFBF1Zhu_g/w79-h68/2.png)
২। ভাগফল আৰু ভাগশেষ উলিওৱাঃ
ক) ২৮ ➗৫ খ) ৭৩➗৮ গ) ১০৬➗৯
ঘ) ৩৬৯➗৭ ঙ) ১৪৪➗৮ চ) ১০০➗৭
ছ) ১০৯➗৩ জ) ৬৭৩➗৮ ঝ) ১৯৮➗৮
ঞ) ১৫০➗৮ ট) ৯২➗৯ ঠ) ৬৭৫➗৬
Ans:
ক) ২৮ ➗৫ = ভাগফল ৫ আৰু ভাগশেষ ৩
খ) ৭৩➗৮ = ভাগফল ৯ আৰু ভাগশেষ ১
গ) ১০৬➗৯ = ভাগফল ১১ আৰু ভাগশেষ ৭
ঘ) ৩৬৯➗৭ = ভাগফল ৫২ আৰু ভাগশেষ৫
ঙ) ১৪৪➗৮ = ভাগফল ১৮ আৰু ভাগশেষ ০
চ) ১০০➗৭ = ভাগফল ১৪ আৰু ভাগশেষ ২
ছ) ১০৯➗৩ = ভাগফল ৩৬ আৰু ভাগশেষ ১
জ) ৬৭৩➗৮ = ভাগফল ৮৪ আৰু ভাগশেষ ১
ঝ) ১৯৮➗৮ = ভাগফল ২৪ আৰু ভাগশেষ ৬
ঞ) ১৫০➗৮ = ভাগফল ১৮ আৰু ৬ভাগশেষ
ট) ৯২➗৯ = ভাগফল ১০ আৰু ভাগশেষ ২
ঠ) ৬৭৫➗৬ = ভাগফল ১১২ আৰু ভাগশেষ ৩
৩। চুটি নিয়মেৰে হৰণ কৰাঃ
ক) ৪ ➗ ৮৭
খ) ৫➗১৩০
গ) ৭➗ ৬২৫
ঘ) ৮➗৫৭৩
ঙ) ৯➗৬৭৮
চ) ৩➗৭১২
ছ) ৭➗১৩৯
জ) ৬➗১০৯
ঝ) ৭➗৭৫৩
ঞ) ৭➗৩৫৭
ট) ৯➗৯১
ঠ) ৬➗৩২৪
Ans:
ক) ৪ ➗ ৮৭ = ২২
খ) ৫➗১৩০ = ২৬
গ) ৭➗ ৬২৫ = ৮৯.২৮
ঘ) ৮➗৫৭৩ = ৭১.৬২
ঙ) ৯➗৬৭৮ = ৭৫.৩৩
চ) ৩➗৭১২ = ২৩৭.৩৩
ছ) ৭➗১৩৯ = ১৯.৮৫
জ) ৬➗১০৯ = ১৮.১৬
ঝ) ৭➗৭৫৩ = ১০৭.৫৭
ঞ) ৭➗৩৫৭ = ৫১
ট) ৯➗৯১ = ১০.১১
ঠ) ৬➗৩২৪ = ৫৪
৪। নৰেনৰ দোকানত ২৭ কিল’গ্ৰাম আলু আছে। তিনিজন গ্ৰাহকে সমপৰিমাণে কিনিলে। প্ৰতিজনে কিমান কিল’গ্ৰামকৈ আলু কিনিলে?
Solution:
নৰেনৰ দোকানত আলু আছিল = ২৭ কিলগ্ৰাম
গ্ৰাহক আছিল =৩জন
সমপৰিমাণে কিনিলে প্ৰতিজনৰ ভাগত পৰিব = ৯ কিলগ্ৰাম
৫। এখন বিদ্যালয়ত ২৮৩ জন ছাত্ৰ-ছাত্ৰী আছে। ব্যায়ামৰ সময়ত আচাৰ্যই ৮ টা শাৰীত ছাত্ৰ-ছাত্ৰীসকলক থিয় হ’বলৈ দিলে। প্ৰতিটো শাৰীত কেইজনকৈ ছাত্ৰ-ছাত্ৰী থাকিব। কেইজন ছাত্ৰ-ছাত্ৰী শাৰীৰ বাহিৰত থাকিব?
Solution:
বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আছিল = ২৮৩ জন।
শাৰী হবলৈ দিলে= ৮ টা।
প্ৰতিটো শাৰীত ছাত্ৰ-ছাত্ৰী থাকিব = ৩৫
৬। ৰাহুলৰ জন্মদিনৰ উপহাৰ হিচাপে ৮ জন বন্ধু-বান্ধবীয়ে ৪৩২ টকাৰ হেমকোষ অভিধান খন উপহাৰ দিলে। উপহাৰটো কিনিবলৈ প্ৰতিজনৰ কিমান টকা খৰচ হ’ল?
Solution:
বন্ধু-বান্ধবী আছিল = ৮জন
পইচা তুলিলে = ৪৩২ টকা
প্ৰতিজনে টকা দিব লাগিব = ৫৪ টকা
৭। ১৫৪ ডাল মমবাতিক ৭ টা পেকেটত ভৰালে কিমানটা পেকেট হ’ব?
Solution:
মমবাতি আছিল =১৫৪ ডাল
পেকেট আছিল= ৭ টা
সমানে ভগালে প্ৰতিটো পেকেটত হব = ২২
৮। এজোপা তামোল গছত ৩২০ টা তামোল আছে। তামোল কেইটা ৪ টা ভাগত ভগালে প্ৰতিটো ভাগত কিমানটা তামোল হ’ব?
Solution:
গছডালত তামোল আছিল = ৩২০ টা
ভাগ কৰিব লাগিব = ৪ টা
প্ৰতিটো ভাগতে সমানে পৰিব = ৮০