১। অসমত কিমান শতিকাত পৰা বৈষ্ণৱ ধৰ্ম প্ৰচলন হৈছিল।

উওৰঃ অসমত পঞ্চম শতিকাত পৰা বৈষ্ণৱ ধৰ্ম প্ৰচলন হৈছিল।

২। বৰগঙ্গা শিলালিপিৰ পৰমভাগৱত বুলি কাক সম্বোধন ধৰিছিল।

উওৰঃ বৰগঙ্গা শিলালিপিৰ পৰমভাগৱত ভূতিবৰ্মন বুলি সম্বোধন ধৰিছিল।

৩। ভূতিবৰ্মন উপাসনা কোন আছিল।

উওৰঃ ভূতিবৰ্মন উপাসনা ভাস্কৰ বৰ্মন আছিল।

৪। বিষ্ণদৰে তেওঁলোক নিজ নাম উপৰি কি কি নাম দি লৈছিল।

উওৰঃ বিষ্ণু তেওঁলোক নিজ নাম হল মুখ্য দুৱাৰ ৰখীয়াজনে জনাৰ্দ্দন,প্ৰধানমন্ৰীজনে গোবিন্দ,ৰাজকীয় বিষয়াই মধুসূধন নাম ধাৰণ

কৰিছিল।

৫। তেওঁলোক নিজ গাওঁ কি কি নাম দি লৈছিল।

উওৰঃ তেজপুৰ পৰ্বতীয়া ফলিত বিষ্ণু, উলুবাৰী ফলিত বিষ্ণুদেৱ,বৰগাঁও ফলিত হৰি,শোৱালকুছি ফলিত বসুদেৱ, গুৱাহাটী ফলিত

বৰাহ ৰূপ,ৰাম-কৃষ্ণ আদি নামেৰে নাম দি লৈছিল।

৬। ভূমিদানৰতামৰ ফলিত শেষ কি কি নাম উল্লেখ কৰিছিল।

উওৰঃ ভূমিদানৰ ফলিত শেষ গডুৰ,পদ্ম,শঙ্খ আৰু চক্ৰ আদি নাম উল্লেখ কৰিছিল।

৭।এইবোৰ কিহৰ সহচৰ আছিল।

উওৰঃ এইবোৰ বিষ্ণুৰ সহচৰ আছিল।