কিমান খৃঃত বাইবেল কি ভাষালৈ অনুবাদ কৰা হৈছিল ?

উত্তৰঃ ১৫২২ খৃঃত বাইবেল জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল ।