AJB Class 7 Assamese। Chapter 11। সুখ। Short Question Answer

Chapter 11

সুখ

১। সুখ বিচাৰোঁতে ক’ত দুখৰ উপৰি দুখ পায়?

উত্তৰঃ সংসাৰত দুখৰ উপৰি দুখ পায়।

২। পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাথাকে?

উত্তৰঃ দুখ নাথাকে । 

৩। পৰমপিতাৰ সকলো কি পৃথিৱীৰ আমাৰ ঘৰ?

উত্তৰঃ সন্তান আমাৰ ঘৰ। 

৪।পৰৰ কাৰণে কান্দিব জানিলে কিহত সুখ পায়?

উত্তৰঃ কান্দোনতো সুখ পায়। 

৫। কবিতাটোৰ কবি কোন?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা। 

৬। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৭৪ চনত। 

৭। তেওঁ এখন কবিতাৰ পুথিৰ নাম কি?

উত্তৰঃ জিলিকনি । 

৮। সেন্দূৰীয়া আলি সুগন্ধি কি ফুলে?

উত্তৰঃকুসুম ফুলেষ। 

৯। পৰৰ অভাৱত পৰৰ দুখত কি পমি যায়?

উত্তৰঃ হিয়া পমি যায়। 

১০। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৩৯ চনত। 

Type – Boby Bora