কিমান শতাব্দীৰ শেষ ভাগত কামৰূপ ৰাজ্য়ৰ পূৱ অঞ্চলত ভূঞাসকলৰ বৰ প্ৰতাপী হৈ উঠে?

উত্তৰঃ ১৩ শতাব্দীৰ শেষ ভাগত কামৰূপ ৰাজ্য়ৰ পূৱ অঞ্চলত ভূঞাসকলৰ বৰ প্ৰতাপী হৈ উঠে।