Class 11 Education Book Chapter 4 Part 1 Short Question Answer | মনোবিজ্ঞান আৰু শিক্ষা | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

মনোবিজ্ঞান আৰু শিক্ষা

চমু প্ৰশ্ন উত্তৰঃ

১। আত্মাৰ কি নাই?

উত্তৰঃ স্থিতি নাই।

২।ব্যক্তি অনুযায়ী মন কেনেকুৱা হয়?

উত্তৰঃ ভিন ভিন হয়।

৩। মনোবিজ্ঞান কি?

উত্তৰঃ মানৱ আচৰণ।

৪। মনোবিজ্ঞান আগতে কি বিষয় হিচাপে পৰগণিত হৈছে?

উত্তৰঃ বিজ্ঞানসন্মত।

৫। মনোবিজ্ঞানৰ এটি বিশেষ ভাগ কি?

উত্তৰঃ শিশুমনোবিজ্ঞান।

৬। কোনে আৰু কিমান চনত মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন কিতাপ প্ৰণয়ন কৰিছিল?

উত্তৰঃ ১৫৯০ খৃষ্টাব্দত ৰুডলফ্ গোকেল মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন কিতাপ প্ৰণয়ন কৰিছিল।

৭।  ৰুডলফে্ লিখা কিতাপখনৰ নাম কি আছিল?

উত্তৰঃ ৰুডলফে্ লিখা কিতাপখনৰ নাম আছিল চাইকলজীয়া। 

৮। আধুনিক যুগত মনোবিজ্ঞান কিহৰ বিষয়ে পৰিগণিত হৈছে?

উত্তৰঃ আধুনিক যুগত মনোবিজ্ঞানত বিজ্ঞানসন্মত বিষয় হিচাপে পৰিগণিত হৈছে।

৯। ব্যক্তিৰ মানসিক প্ৰত্ৰুিয়া শব্দই কি বুজায়?

উত্তৰঃ ব্যক্তিৰ মানসিক প্ৰত্ৰুিয়া শব্দই চেতনা অৱস্থা বা সজাগ অৱস্থাৰ কথা বুজাইছে।

১০। শিক্ষাৰ ঘাই উদ্দেশ্য কি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ আচৰণ সংশোধন কৰা।

১১। শিক্ষাব্যৱস্থাৰ ঘাই উপাদান কি?

উত্তৰঃ শ্ৰেণীকোঠাৰ শিক্ষণ।

১২।শিক্ষা মনোবিজ্ঞান কি?

উত্তৰঃ শিক্ষাক্ষেত্ৰত প্ৰয়োজনীয় শাখাটোৱেই হৈছে শিক্ষা মনোবিজ্ঞান।

১৩। প্ৰত্যেক ব্যক্তিৰে একো একোতা কি আছে?

উত্তৰঃ প্ৰত্যেক ব্যক্তিৰে একো একোতা মন আছে।

১৪। ব্যক্তিৰ সজ্ঞান মনৰ উপৰিও কি মনে আছে?

উত্তৰঃ নিৰ্জ্ঞান মন আছে।      

১৫। মনোবিজ্ঞানে কি কৰে?

উত্তৰঃ মনোবিজ্ঞানে মানুহৰ সংবোধ লাভ, মনোযোহ, মনৰ ইচ্ছা অনুভূতি কল্পনা আদি আলোচনা কৰে।

১৬। শিক্ষাৰ্থী কি?

উত্তৰঃ শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰস্বৰূপ।

১৭। শিক্ষা আৰি কিহে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল।

১৮। শিক্ষা ব্যৱস্থাৰ নিজস্ব কি আছে?

উত্তৰঃ শিক্ষা ব্যৱস্থাৰ নিজস্ব নীতি নিয়ম আছে।

১৯। শিক্ষাৰ কেইটা বিশেষ ক্ষেত্ৰ আছে?

উত্তৰঃ দুটা।

২০। শিক্ষাদাতা আৰু শিক্ষাৰ্থীৰ  মাজত কেনে সম্পৰ্ক থাকিব লাগে?

উত্তৰঃ  আদান-প্ৰদানৰ সম্পৰ্ক থাকিব লাগে।