কনচুলেটৰ সময়ত পেৰিচ ইউৰোপৰ কি হিচাবে স্থান লাভ কৰিছিল ?

উত্তৰঃ কনচুলেটৰ সময়ত পেৰিচ ইউৰোপৰ ‘আনন্দ নগৰী’ হিচাবে স্থান লাভ কৰিছিল ।