পৰিবেশ কেইটা অংশত বিভক্ত আৰু কি কি?

উত্তৰঃ পৰিবেশক চাৰিটা অংশত বিভক্ত সেইকেইটা হ’ল

১। এট’স্ফিয়্যাৰ বা বায়ুমণ্ডলয।

২।হাইড্ৰ’স্ফিয়্যাৰ বা জলমণ্ডল।

৩। লিথ’স্ফিয়্যাৰ বা ভূমণ্ডল।

৪। বায়’স্ফিয়্যাৰ বা জীৱমণ্ডল।