১৮০২ চনত কাৰ কাৰ মাজত আমিয়েনৰ সন্ধি স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ ১৮০২ চনত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আমিয়েনৰ সন্ধি স্বাক্ষৰিত হৈছিল ।