বিজয়নগৰ কিহৰ বাবে বিখ্যাত আছিল ?

উত্তৰঃ- বিজয়নগৰ মছলা, কাপোৰ আৰু মূল্যবান ৰত্নৰ ব্যৱসায়-বাণিজ্যৰ বাবে বিখ্যাত আছিল ।