মাংসভোজীৰ দ্বিতীয় পৰ্য্যায় উপভোক্তা বুলি কাক কোৱা হ’য়? উদাহৰণ দি লিখা।

উত্তৰঃ এইবোৰ প্ৰাণীয়ে অন্য উপভোক্তাক আহাৰ হিচাপে গ্ৰহণ কৰে। যদি সিঁহতে তৃণভোজীক খাদ্য হিচাপে গ্ৰহণ কৰে তেনেহ’লে তেওঁলোকক দ্বিতীয় পৰ্য্যায়ৰ উপভোক্তা বুলি কোৱা হ’য় যেনে ভেকুৰ।