প্ৰাকৃতিক সম্পদসমূহ কেইধৰণৰ আৰু কি কি?

উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহ দুই ধৰণৰ

(ক) নবীকৰণযোগ্য সম্পদ (Renewable resources)

(খ) নবীকৰণ অযোগ্য সম্পদ (Non-renewable resources)