মোগল সম্ৰাটসকলে বছৰত কেইটা প্ৰধান উৎসৱ পালন কৰিছিল ?

উত্তৰঃ- মোগল সম্ৰাটসকলে বছৰত তিনিটা প্ৰধান উৎসৱ পালন কৰিছিল ।