মোগলসকলৰ ঘৰুৱা সংসাৰৰ বিষয়ে জানিবলৈ সুযোগ দিয়া গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ- মোগলসকলৰ ঘৰুৱা সংসাৰৰ বিষয়ে জানিবলৈ সুযোগ দিয়া গ্ৰন্থখনৰ নাম হ’ল- হুমায়ুন নামা ।