ড॰ ভূপেন হাজৰিকাই বংগৰ পিছত তেওঁ কলৈ গৈছিল তাত তেওঁ কি লাভ কৰিছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকাই বংগৰ পিছত মুম্বাইত গৈছিল তাত তেওঁ সীমাহীন সফলতা লাভ কৰিছিল।