বিদ্যালয় আৰু ইয়াৰ সংগঠন | অধ্যায় ৩ | Class 11 Education Question and Answer Assam | HS 1st Year Education Lesson 3 Solution | HS 1st Year Education Chapter 3 Important Question and Answer Solution | HS 1st Education (AHSEC) 3 Chapter 3 Shorts Important Question and Answer Suggestion |

অধ্যায় ৩

School and Its Organisation

প্ৰশ্নাৱলীঃ

১। বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে কি বুজায় ? 

উত্তৰঃ

২। বিদ্যালয়ৰ স্থান নির্বাচন কৰোঁতে কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে ?

উত্তৰঃ

৩। বিদ্যালয়ত ব্যৱহৃত হােৱা কেতবােৰ সা – সঁজুলিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

৪। শ্রেণীকক্ষত প্রয়ােজন হােৱা দুবিধ আচবাবৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

৫। পুথিভঁৰালৰ বাবে কেনেকুৱা সা-সুবিধা থকা উচিত চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ

৬। মানৱ সম্পদৰ অৰ্থ লিখা ।

উত্তৰঃ

৭। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

৮। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ-দর্শন দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰঃ

৯। স্কুলৰ গৃহ নির্মাণৰ বাবে তিনিটা চর্ত উল্লেখ কৰা ।

উত্তৰঃ

১০। কম্পিউটাৰৰ তিনিটা মূল অংশ উল্লেখ কৰা ।

উত্তৰঃ

১১। ইণ্টাৰনেটৰ দুটা সুবিধা উল্লেখ কৰা ।

উত্তৰঃ

১২। দূৰালাপ সন্মিলন কি ?

উত্তৰঃ

১৩। শিক্ষকৰ তিনিটা ব্যক্তিগত গুণ উল্লেখ কৰা ।

উত্তৰঃ

১৪ । সুচলকাৰী হিচাপে শিক্ষকৰ তিনিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

১৫। পৰামর্শদাতা হিচাপে শিক্ষকৰ চাৰিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

১৬। এজন শিক্ষকৰ পাঁচোটা ব্যৱহাৰিক গুণ উল্লেখ কৰা ।

উত্তৰঃ

১৭। সমাজৰ ক্ষেত্ৰত শিক্ষকে কেনেকুৱা দায়িত্ব পালন কৰে চমুকৈ লিখা ।

উত্তৰঃ

১৮। এখন স্কুলত শিক্ষকৰ ভূমিকা সম্পর্কে তিনিটা দায়িত্ব উল্লেখ কৰা ।

উত্তৰঃ

১৯। দুটি সম্বন্ধীয় বাধাগ্রস্ত শিশু কাক বােলে ?

উত্তৰঃ

২০। দৈহিক অক্ষমতাৰ পৰা শিশুক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ

২১। ৯০-১০০ – ৰ বুদ্ধ্যাংকৰ ভিতৰত কি ধৰণৰ ছাত্ৰ – ছাত্রী অন্তর্ভুক্ত কৰা হয় ?

উত্তৰঃ

২২। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র – ছাত্রীৰ বুদ্ধ্যাংকৰ পৰিসৰ কিমান ?

উত্তৰঃ

২৩। পাঠ্যক্রম শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ

২৪। পাঠ্যক্ৰমৰ দুটা যিকোনাে প্রকাৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

২৫। বর্তমান পাঠ্যক্ৰমৰ দুটা ত্রুটি উল্লেখ কৰা ।

উত্তৰঃ

২৬। বহল অর্থত পাঠ্যক্রম বুলিলে কি বুজা ?

উত্তৰঃ

২৭। পাঠ্যক্রম প্রণয়নৰ চাৰিটা মূলনীতি উল্লেখ কৰা ।

উত্তৰঃ

২৮। সহপাঠ্যক্রমিক কার্যসূচীৰ এটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ

২৯। সহপাঠ্যক্রমিক কার্যসূচীৰ চাৰিটা ভাগৰ নাম লিখা ।

উত্তৰঃ

৩০। বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে দুটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

৩১। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দুটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

৩২। UGC- ৰ সম্পূর্ণ অর্থ কি লিখা ।

উত্তৰঃ

৩৩। UGC- ৰ কার্যালয় ক’ত অৱস্থিত ?

উত্তৰঃ

৩৪। NCERT কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ

৩৫। অসমত SCERT কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ

৩৬। DIET গঠন কৰা দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ

৩৭। NCERT- ৰ চাৰিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

৩৮ | অসমৰ SCERT- ৰ চাৰিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ

৩৯। তলত দিয়া সমূহৰ সম্পূর্ণ আকাৰ কেইটা লিখাঃ 

( 7 ) NCERT 

( খ ) SCERT 

( গ ) DIET 

( ঘ ) UGC 

৪০। চমু উত্তৰ দিয়াঃ 

( ক ) এটা শ্রেণীকক্ষৰ আকাৰ কিমান হােৱা উচিত ? 

উত্তৰঃ

( খ ) “ এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠা সমূহত গঢ় লয় ” — কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

( গ ) কম্পিউটাৰ এক বৈদ্যুতিক শক্তিচালিত যন্ত্র উক্তিটো সঁচানে ?

উত্তৰঃ

( ঘ ) ইন্টাৰনেটক ARPANET হিচাপে কোনে প্রথম প্রয়ােগ আৰম্ভ কৰে ?

উত্তৰঃ

( ঙ ) E-mail- ৰ সম্পূর্ণ অর্থ কি ?

উত্তৰঃ

 চ ) w.w.w.- ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ

( ছ ) দূৰালাপ সন্মিলন কেই প্ৰকাৰৰ ? 

উত্তৰঃ

( জ ) “ শিক্ষক হ’ল বন্ধু , দার্শনিক আৰু পৰিচালক ” —কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

( ঝ ) শিক্ষকৰ গুণাৱলীবােৰ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ?

উত্তৰঃ

( ঞ ) প্রতিভশালী শিশুৰ বুদ্ধ্যন্ধ কিমান ?

উত্তৰঃ

( ট ) উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰৰ বুদ্ধ্যাঙ্ক কিমান ?

উত্তৰঃ

( ঠ ) UGC কিমান চনত গঠন হৈছিল ?

উত্তৰঃ

( ড ) NCERT কিমান চনত গঠন হৈছিল ?

উত্তৰঃ

( ঢ ) NCERT ক’ত গঠন হৈছিল ?

উত্তৰঃ

( ণ ) কোনখন শিক্ষানীতিৰ পৰামর্শমতে DIET গঠন কৰা হৈছিল ?

উত্তৰঃ

( ত ) পূৰণি কি ভাষাৰ পৰা Curriculum শব্দটো উৎপত্তি হৈছে ?

উত্তৰঃ

( থ ) কোনখন আয়ােগে পাঠ্যক্রম সম্পর্কে বহল দৃষ্টিভংগী আগবঢ়ায় ?

উত্তৰঃ

( দ ) বর্তমানৰ পাঠ্যক্ৰমখন পুথিগত আৰু তাত্ত্বিক– সঁচানে ?

উত্তৰঃ

( ধ ) খেলা – ধূলা , ছবি আঁকা , নাচ – গান সহপাঠ্যক্রমিক কার্যসূচীৰ অন্তর্ভুক্তনে ?

উত্তৰঃ