মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য | অধ্যায় ৪ | Class 11 Education Question and Answer Assam | HS 1st Year Education Lesson 4 Solution | HS 1st Year Education Chapter 4 Important Question and Answer Solution | HS 1st Education (AHSEC) 3 Chapter 4 Shorts Important Question and Answer Suggestion |

মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য

Concept and Aims of Psychology

১) মনোবিঞ্জান কি ?

উত্তৰঃ
২) মনোবিঞ্জান শব্দটোৰ উপত্তি সম্বন্ধে লিখা ?

উত্তৰঃ
৩) শিক্ষাৰ মনোবিঞ্জানৰ  পিতৃ বুলি কাক অভিহিত কৰা হয় ?

উত্তৰঃ
৪) মনোবিঞ্জান আৰু শিক্ষা মনোবিঞ্জানৰ মাজত থকা এটা পাৰ্থক্য লিখা ।

উত্তৰঃ
৫) মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিঞ্জান ।- কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ
৬) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ
৭) শিক্ষাৰ -মনোবিঞ্জান কি ? শিক্ষাৰ-মনোবিঞ্জানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা্ঁ ।

উত্তৰঃ
৮) মনোবিঞ্জানৰ দুটা গুৰুত্ব শাখা হিচাপে  শিশু মনোবিঞ্জান আৰু বিকাশ  সম্বন্ধীয় মনোবিঞ্জানৰ ধাৰণা দিয়া 1।উত্তৰঃ
৯ )  শিক্ষা আৰু মনোবিঞ্জানৰ মাজত থকা  সম্বন্ধৰ বিষয়ে লিখাঁ ।

উত্তৰঃ
১০) মনোবিঞ্জানক কিয় আচৰনৰ বিঞ্জানৰ বোলা হয় ?

উত্তৰঃ
১১) শিক্ষা- মনোবিঞ্জান কি ? মনোবিঞ্জান আৰু শিক্ষাৰ মাজত পাৰ্থক্য দশোৱা ?

উত্তৰঃ
১২) শিক্ষাৰ  উদ্দেশ্য শিক্ষাইহে নিৰ্ণয় কৰে , মনোবিঞ্জানে নহয় -উক্তিটো ব্যাখ্যা কৰা ।

উত্তৰঃ
১৩) মনোবিঞ্জানৰ জ্ঞানে এজক শিক্ষকক কিদৰে সহায় কৰিচিল ?

উত্তৰঃ
১৪)  শিক্ষা-মনোবিঞ্জানৰ  পৰিসৰ সম্বন্ধে লিখাঁ।

উত্তৰঃ
১৫) শিক্ষা আৰুমনোবিঞ্জান পৰস্পৰন বিৰোধী নহয় , এটা  আনটো পৰিপূকহে মাথোন – উক্তিটো ব্যাখ্যা কৰা ।উত্তৰঃ
১৬) মনোবিঞ্জানৰ  বিভিন্ন শাখাসমূহ কি কি ? ইয়াৰ যিকোনো দুটাৰ বিষয়ে চমুকৈ  আলোচনা কৰা ?   

উত্তৰঃ

১৭) চমু উত্তৰ দিয়াঃ

ক) শিক্ষা মনোবিঞ্জানৰ অধ্যয়নৰ বিষয়বস্ত কি ?

উত্তৰঃ
খ) কোনকৈইটা গ্ৰীক শব্দৰ পৰা মনোবিঞ্জান শব্দৰ উপত্তি হৈছে ।

উত্তৰঃ
গ) মনোবিঞ্জনক কিয় বস্তনিষ্ঠ বিঞ্জান বোলা  হয় ?

উত্তৰঃ
ঘ)  আচৰণৰ বিঞ্জান স্বৰুপে মনোবিঞ্জান ।

উত্তৰঃ
ঙ) শিক্ষা-মনোবিঞ্জানৰ  ব্যুপত্তিগত অৰ্থ লিখা ।

উত্তৰঃ
চ) শিক্ষাত মনোবিঞ্জানৰ আৱশ্যকতা ।

উত্তৰ

১৮) প্ৰথম স্তম্ভৰ লগত দ্ধিতীয় স্তম                                        

   প্ৰথম স্তম্ভ     দ্বিতীয় স্তম্ভ
১) শিশু-মনোবিঞ্জানে১) আত্মাৰ বিঞ্জান বোলা হৈছিল
২) শিক্ষাই মনোবিঞ্জানৰ২) শিক্ষকক শিক্ষাদানত সহায়  কৰে
৩) আম্ভণিতে মনোবিঞ্জানক৩) শিশুৰ বিকাশ আৰু আচৰনত অধ্যয়ন কৰে ।
৪) মনোবিঞ্জানৰ ঞ্জানে৪) মনোবিঞ্জানে হল আচৰনৰ বিঞ্জান।
৫) মনোবিঞ্জানী মেক ডুগলৰ মতে৫) পৰিসৰ বৃদ্ধি কৰে ।

উত্তৰঃ

১৯) শিক্ষা-মনোবিঞ্জান কি ? শিক্ষা মনোবিঞ্জানৰ তাপৰ্যৰ

  বিষয়ে লিখা ঁ ?

উত্তৰঃ

২০) শিক্ষা-মনোবিঞ্জানক কি বিঞ্জান বুলি কোৱা হয় ?

উত্তৰঃ

২১) এজনক শিক্ষকৰ কিয় মনোবিঞ্জান অধ্যয়ন কৰাৰ প্ৰয়োজন ?

উত্তৰঃ

২২) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ

২৩) শিক্ষা-মনোবিঞ্জানৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।

উত্তৰঃ

২৪) শিক্ষা-মনোবিঞ্জান চাৰিটা বিষয়বস্ত উল্লেখ কৰা ?

উত্তৰঃ

২৫) মনোবিঞ্জান আৰু  শিক্ষা -মনোবিঞ্জানৰ দুটা পাথক্য লিখাঁ।

উত্তৰঃ

২৬)  শিক্ষা-মনোবিঞ্জানৰ পৰিসৰৰ দুটা পাথক্য লিখাঁ।

উত্তৰঃ

২৭)শিক্ষা-মনোবিঞ্জানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ ।

উত্তৰঃ

২৮) শিক্ষা-মনোবিঞ্জানৰ প্ৰয়োজনীয়তা বিষয়ে চমুকৈ আলোচনা কৰা  ।

উত্তৰঃ

২৯) শিক্ষা-মনোবিঞ্জানৰ পদ্ধতি দুটা চমুকৈ লিখাঁ।

উত্তৰঃ

৩০)  মনোবিঞ্জানৰ ঞ্জানে এজন শিক্ষকক কিদৰে সহায় কৰে আলোচনা কৰাঁ ।

উত্তৰঃ

৩১) খালী ঠাই পৃৰ কৰা ঃ

ক) শিক্ষা-মনোবিঞ্জান  এক _____  বিজ্ঞান।

উত্তৰঃ

খ) ______  শিক্ষা-মনোবিঞ্জানৰ পিতৃস্হৰুপ বুলি গন্য কৰা হয় ।

উত্তৰঃ

গ) শিক্ষা-মনোবিঞ্জান পৰিধিয়ে শিক্ষাৰ্থী _______ শিক্ষণীয় ,পৰিৱেশক আগুৰি ৰাখিছে ।

উত্তৰঃ

ঘ) _________চনত উন্দ নামৰ মনোবিঞ্জানীয়ে প্ৰথম মনোবিঞ্জানিক গৱেষণাগাৰ স্বাপন কৰিছিল ।

উত্তৰঃ

ঙ) নৈদানিক পদ্ধতি_______ প্ৰথমে ব্যাখ্যা কৰা ।

উত্তৰঃ

চ) ৰ’ৰছাক অভীক্ষাটো ______ চনত উদ্ভাৱন কৰা হয় ।

উত্তৰঃ

ছ) স্কীনাৰৰ মতে, শিক্ষা-মনোবিঞ্জান ______ মূল ভেটি ।

উত্তৰঃ