বিবেকানন্দৰ মাতৃ ভূবনেশ্বৰীয়ে দুখীয়া লোকক কি কৰি শান্তি পাইছিল?

উত্তৰঃ বিবেকানন্দৰ মাতৃ ভূবনেশ্বৰীয়ে দুখীয়া লোকক দান-দক্ষিণা কৰি শান্তি পাইছিল।