মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুগৃহত শিক্ষা গ্ৰহণৰ সময়তে অকন ব্যঞ্জণবৰ্ণেৰে কি লিখি পেলাইছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুগৃহত শিক্ষা গ্ৰহণৰ সময়তে অকন ব্যঞ্জণবৰ্ণেৰে এটি গীত লিখি পেলাইছিল।